Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    নিউ বঙাইগাঁৱত ৰে’লৰ ঐতিহাসিক ষ্টীম লোকোমোটিভ ৮০১-বি (১৯২৭) ক পুনৰুজ্জীৱিতকৰণ উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ

    ডিব্ৰুগড় কেন্দ্ৰীয় ৰঙালী উৎসৱত উপস্থিত থাকিব প্ৰাণৰ শিল্পী জুবিন গাৰ্গ!

    ৩৩ শতাংশ মহিলা আসন সংৰক্ষণ দাবীত ডিব্ৰুগড়ত বিজেপি মহিলাৰ প্ৰতিবাদ

    Drugs Seized in Chirang:চিৰাঙত নিষিদ্ধ ড্ৰাগছ সহ এজনক আটক

    Abhi- Neel Murder Case:সোমবাৰে অভি-নীল হত্যাকাণ্ডৰ চূড়ান্ত ৰায়দান 

    Abhi- Neel Murder Case Judgement:অভি-নীল হত্যাকাণ্ডৰ দোষীৰ শাস্তি ঘোষণা আদালতৰ

    অসহায়তাৰ অন্ধকাৰৰ পৰা আত্মনিৰ্ভৰতাৰ পোহৰলৈ : পূর্ণিমা শইকীয়া

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

    নীতিশ তিৱাৰী পৰিচালিত বহু প্রতীক্ষিত ‘ৰামায়ণ’ৰ চাৰি হেজাৰ কোটি টকাৰে নিৰ্মিত নীতিশ তিৱাৰীৰ ‘ৰামায়ণ’ৰ টীজাৰ মুক্তি

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home COVID-19

 তলাবন্ধৰ ফলত ব্যাপক ক্ষতি ক্ষুদ্ৰ চাহ খেতিয়কৰ

publisher by publisher
May 4, 2020
in COVID-19, News
Reading Time: 1 min read
0
 তলাবন্ধৰ ফলত ব্যাপক ক্ষতি ক্ষুদ্ৰ চাহ খেতিয়কৰ
2
SHARES
15
VIEWS
ShareShareShareShare

কৰ’না ভাইৰাছ প্রতিৰোধৰ বাবে দেশ তথা বিশ্বজুৰি তলাবন্ধৰ প্রভাৱ পৰিছে ৰাজ্যৰ ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ ওপৰত ৷ তলাবন্ধৰ বাবে চাহ বাগিচাসমূহত আধাসংখ্যক চাহ শ্রমিক কৰ্মত নিয়োগ কৰাৰ কাৰণে কর্মহীন হৈ পৰিছে আধাসংখ্যক শ্ৰমিক ৷ ফলত চাহ খেতিয়কসকল আৰু চাহ শ্রমিকসকলৰ অৱস্থা পানীত হাঁহ নচৰাৰ দৰে হৈছে৷ মূৰে-কপালে হাত দিছে ৰাজ্যৰ ক্ষুদ্র চাহ খেতিয়কসকলে৷

ADVERTISEMENT

উল্লেখ্য যে চাহ বাগিচাত এটা মাহত ৩-৪ ৰাউণ্ডকৈ কেঁচা পাত তোলা হয় যদিও এইবাৰ তলাবন্ধৰ বাবে তুলিব নোৱাৰিলে৷ কেঁচা পাত তুলাৰ আৰম্ভণি হোৱাৰ সময়তেই তলাবন্ধ হোৱাৰ কাৰণে নষ্ট হৈছে সুন্দৰকৈ ওলোৱা চাহৰ কলিসমূহ ৷ ফলত চাহ বাগিচাৰ অৱস্থা শোচনীয় হৈ পৰিছে৷ চাহগছৰ আগপাত বাঢ়ি কোৱালিটি নোহোৱা হৈ পৰে৷ লক্ষণীয় যে চাহ বাগিচাৰ পৰা কেঁচা চাহপাত বিক্রী কৰি বহু ক্ষুদ্র চাহ খেতিয়কে নিজৰ পৰিয়াল পোহপাল দি থকাৰ লগতে বহু শ্রমিকে দিন হাজিৰা কৰি পৰিয়াল পোহপাল দি আহিছে৷ তেনেক্ষেত্রত তলাবন্ধৰ ফলত ক্ষুদ্র চাহ খেতিয়ক আৰু শ্রমিকৰ পৰিয়ালসমূহৰ অৱস্থা তথৈবচ হৈ পৰিছে৷

RelatedPosts

আমেৰিকাত নতুনকৈ ত্রাস সৃষ্টি কৰিছে ক’ভিডে

ক’ভিড ভেকচিনৰ ফলত বৃদ্ধি পাইছে নেকি অকাল মৃত্যু?

দেশত দ্ৰুতগতিত হ্ৰাস পাইছে ক’ভিড আক্ৰান্তৰ সংখ্যা

ইফালে চৰকাৰী আঁচনিয়েও এনে পৰিয়ালসমূহক চুবগৈ পৰা নাই, কাৰণ ক্ষুদ্র চাহ খেতিয়কসকল মধ্যবিত্ত পৰিয়ালৰ বুলি চিহ্নিত হোৱাৰ বিপৰীতে বহু শ্রমিকৰ ৰেচন কার্ড পর্যন্ত নাই৷ আনহাতে, তলাবন্ধৰ মাজতে নির্দিষ্ট নীতি-নিয়ম মানি চলি চাহ বাগিচা খুলিবলৈ চৰকাৰে অনুমতি দিয়ে যদিও বহু চাহ বাগিচা এতিয়াও খুলিব পৰা নাই৷

বছৰটোৰ এটা সময়ত চাহগছ এবাৰ কলম দিয়ে যদিও এইবাৰ তলাবন্ধৰ ফলত পাত আৰু গা-গছৰ ধৰণ সলনি হোৱাত বহু বাগিচাত পুনৰ কলম দিবলগীয়া হয়৷ ইফালে, কেঁচা পাতৰ মূল্য নিম্নগামী হোৱাৰ বাবেও চাহ খেতিয়কসকল বিমোৰত পৰিছে৷ পানীৰ দৰত কেঁচা চাহপাত বিক্রী কৰি আহিবলগীয়া হোৱা বুলি একাংশ ক্ষুদ্র চাহ খেতিয়কে আক্ষেপ কৰে৷

বর্তমান তিনিচুকীয়া জিলাত কেঁচা চাহপাত প্রতি কেজিত ১৬-১৮ টকা বুলি জানিব পৰা গৈছে৷ কেঁচা চাহ পাতৰ মূল্য ভাৰতীয় চাহ ব’র্ডে নিয়ন্ত্রণ কৰিব লাগে যদিও চাহ ব’র্ডৰ নির্দেশ বা ঘোষণাক গুৰুত্ব নিদিয়া বুলিহে অভিযোগ উত্থাপিত হৈছে৷ ইয়াৰ পৰিৱৰ্তে মূল্য নিৰ্ধাৰণ কৰে উদ্যোগসমূহৰ কৰ্তৃপক্ষৰ লগতে ঠিকাদাৰসকলে, ফলত উচিত মূল্যৰ পৰা বিৰত থাকিব লগা হৈছে ক্ষুদ্ৰ চাহ খেতিয়কসকলে ৷ উল্লেখ্য যে অসমত কোম্পানীৰ অধীনত প্রায় ৯০০খন চাহ বাগিচা আছে৷

আনহাতে ৰাজ্যত এক লাখ ২০ হাজাৰ ক্ষুদ্র চাহ বাগিচা আছে, ইয়াৰে প্রায় ৩৫শ খন তিনিচুকীয়া জিলাত আছে৷ উজনি অসমৰ পৰাই দেশৰ চাহ উদ্যোগৰ হৈ অধিক সংখ্যক চাহ বিভিন্ন ৰাষ্ট্রলৈ ৰপ্তানি হৈ আহিছে৷ দেশৰ চাহ উদ্যোগৰ ভিতৰত অসমৰ চাহৰ মান উন্নত বুলি স্বীকৃতি পাই আহিছে ৷ কিন্তু এতিয়া ভূতৰ ওপৰত দানহ পৰাদি চাহ বাগিচাসমূহ ৰোগাক্রান্ত হৈ পৰাৰ ফলত মূৰত সৰগ খহি পৰাৰ দৰে অৱস্থা হৈছে৷ চাহ বাগিচাসমূহত লুপাৰ পোক, ৰঙা চাঁহী (লাল পোক), হেলোপেথিক ৰোগ আদিয়ে আক্রমণ কৰিছে৷

বহু চাহ বাগিচা ৰঙা হৈ যোৱাৰ বিপৰীতে বহু চাহ বাগিচা জ্বলি যোৱাৰ দৰে হৈছে৷ এক কথাত ক’বলৈ গ’লে দেশৰ ক্ষুদ্ৰ চাহ খেতিয়কৰ প্রতি চৰম ভাবুকি আহি পৰিছে৷ তিনিচুকীয়া জিলাৰ গ্ৰামাঞ্চলৰ অধিক সংখ্যক শ্রমিক-কর্মচাৰী জড়িত হৈ থকা চাহ উদ্যোগৰ প্রতি নামি অহা সংকট নিৰাময়ৰ ক্ষেত্রত কেন্দ্রীয় আৰু ৰাজ্য উভয় চৰকাৰে কেনে পদক্ষেপ গ্রহণ কৰিব সেয়া লক্ষণীয় হ’ব পৰৱৰ্তী সময়ত ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Corona VirusCovid-19INDIA CORONA VIRUSlock downTEA GARDENworld corona virus
publisher

publisher

Related Posts

নিউ বঙাইগাঁৱত ৰে’লৰ ঐতিহাসিক ষ্টীম লোকোমোটিভ ৮০১-বি (১৯২৭) ক পুনৰুজ্জীৱিতকৰণ উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ
News

April 24, 2026
ডিব্ৰুগড় কেন্দ্ৰীয় ৰঙালী উৎসৱত উপস্থিত থাকিব প্ৰাণৰ শিল্পী জুবিন গাৰ্গ!
Assam

ডিব্ৰুগড় কেন্দ্ৰীয় ৰঙালী উৎসৱত উপস্থিত থাকিব প্ৰাণৰ শিল্পী জুবিন গাৰ্গ!

April 24, 2026
৩৩ শতাংশ মহিলা আসন সংৰক্ষণ দাবীত ডিব্ৰুগড়ত বিজেপি মহিলাৰ প্ৰতিবাদ
News

৩৩ শতাংশ মহিলা আসন সংৰক্ষণ দাবীত ডিব্ৰুগড়ত বিজেপি মহিলাৰ প্ৰতিবাদ

April 24, 2026
Drugs Seized in Chirang:চিৰাঙত নিষিদ্ধ ড্ৰাগছ সহ এজনক আটক
News

Drugs Seized in Chirang:চিৰাঙত নিষিদ্ধ ড্ৰাগছ সহ এজনক আটক

April 24, 2026
Abhi- Neel Murder Case:সোমবাৰে অভি-নীল হত্যাকাণ্ডৰ চূড়ান্ত ৰায়দান 
Crime

Abhi- Neel Murder Case Judgement:অভি-নীল হত্যাকাণ্ডৰ দোষীৰ শাস্তি ঘোষণা আদালতৰ

April 24, 2026
অসহায়তাৰ অন্ধকাৰৰ পৰা আত্মনিৰ্ভৰতাৰ পোহৰলৈ : পূর্ণিমা শইকীয়া
News

অসহায়তাৰ অন্ধকাৰৰ পৰা আত্মনিৰ্ভৰতাৰ পোহৰলৈ : পূর্ণিমা শইকীয়া

April 24, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d