বৃহস্পতিবাৰে গুৱাহাটী তিনি, শিলচৰৰ চাৰি আৰু বহিঃৰাজ্যৰ এজনৰ লোকৰ দেহত ক’ভিড-১৯ ভাইৰাছৰ উপস্থিতি ধৰা পৰাৰ পাছত ৰাজ্যত আক্ৰান্তৰ সংখ্যা মুঠ ৫৩ জনলৈ বৃদ্ধি পালে ৷ মুঠ আক্ৰান্তৰ ৫৩ জনৰ ৩৪ জন ইতিমধ্যে সুস্থ হোৱাৰ বিপৰীতে এজনৰ মৃত্যু আৰু বৃহস্পতিবাৰ পৰ্যন্ত ১৯ জন ৰোগী চিকিৎসাধীন অৱস্থাত আছে | ইফালে, কৰ’না প্ৰাদুৰ্ভাৱ প্ৰতিহত কৰিবলৈ ৰাজ্যত কিছু শিথিলতাৰে তলাবন্ধ অব্যাহত থকাৰ সময়ত বৃহস্পতিবাৰে দ্ৰুতহাৰত সংক্ৰমণ বৃদ্ধি পোৱা ঘটনাই সকলোকে আতংকিত কৰি তুলিছে |
ৰাজ্যত আক্ৰান্তৰ সংখ্যা ৫৩ জনলৈ বৃদ্ধি
-
By publisher

- Categories: COVID-19, News
- Tags: ASSAM FIGHTS CORONACORONAVIRUSCovid-19FIGHT AGAINST COVID-19
Related Content
WB :'দিদি'ক ধৰাসায়ী কৰি দুশতাধিক আসন লাভেৰে বিজেপিৰ গেৰুৱা পতাকা উৰিল বংগত
By
publisher
May 5, 2026
Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ
By
publisher
May 5, 2026
NDA scores hat-trick in Assam:অসমত ১০২ আসনেৰে হেট্রিক এনডিএৰ
By
publisher
May 5, 2026
উজনি অসমত বিৰোধীৰ ব্যাপক পৰাজয়ৰ মাজতো শিৱসাগৰত অখিল গগৈৰ জয়লাভ
By
publisher
May 4, 2026