■ ৰাজ্যত প্ৰতি মুহূত্বত সলনি হৈছে কৰ’না সংক্ৰমণৰ দৃশ্যপট |
■ ক’ভিড-১৯ ভাইৰাছত ৰাজ্যত শুক্ৰবাৰে পুনৰ তিনিজন লোক আক্ৰান্ত হোৱা কথা সদৰী কৰিছে স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই |
■ আক্ৰান্ত ব্যক্তি তিনিজন ৰাজস্থানৰ আজমীৰ শ্বৰীফৰ পৰা বাছেৰে আহিছিল শিলচৰলৈ।
■ শুক্ৰবাৰ বিয়লি পৰ্যন্ত ৰাজ্যত মুঠ আক্রান্তৰ সংখ্যা ৫৬ জন যদিও ইয়াৰে ৩৪জন ইতিমধ্যে সুস্থ হৈ উঠাৰ বিপৰীতে ২১ জন ৰোগী চিকিৎসাধীন অৱস্থাত আছে।
ADVERTISEMENT