■ ৰাজ্যত প্ৰতি মুহূৰ্তত সলনি হৈছে কৰ’না সংক্ৰমণৰ দৃশ্যপট |
■ ক’ভিড-১৯ ভাইৰাছত ৰাজ্যত শনিবাৰে পুনৰ তিনিজন লোক আক্ৰান্ত হোৱা কথা সদৰী কৰিছে স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই |
■ শনিবাৰ নিশা পৰ্যন্ত ৰাজ্যত মুঠ আক্রান্তৰ সংখ্যা ৬২ জন যদিও ইয়াৰে ৩৪জন ইতিমধ্যে সুস্থ হৈ উঠাৰ বিপৰীতে ২৭ জন ৰোগী চিকিৎসাধীন অৱস্থাত আছে।
ৰাজ্যত ক’ভিড-১৯ ত আক্ৰান্তৰ সংখ্যা ৬২ জনলৈ বৃদ্ধি
-
By publisher

- Categories: COVID-19, News
- Tags: ASSAM FIGHTS CORONACovid-19FIGHT AGAINST COVID-19
Related Content
WB :'দিদি'ক ধৰাসায়ী কৰি দুশতাধিক আসন লাভেৰে বিজেপিৰ গেৰুৱা পতাকা উৰিল বংগত
By
publisher
May 5, 2026
Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ
By
publisher
May 5, 2026
NDA scores hat-trick in Assam:অসমত ১০২ আসনেৰে হেট্রিক এনডিএৰ
By
publisher
May 5, 2026
উজনি অসমত বিৰোধীৰ ব্যাপক পৰাজয়ৰ মাজতো শিৱসাগৰত অখিল গগৈৰ জয়লাভ
By
publisher
May 4, 2026