Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Artificial shortage of LPG Cylinder:মধ্য প্রাচ্যৰ যুদ্ধৰ প্ৰভাৱ !

    Sonapur Science City :মহানগৰীৰ পাশ্বৱৰ্তী সোণাপুৰৰ টেপেচীয়াত মুকলি বিজ্ঞান নগৰী

    Meghalaya:মেঘালয়ৰ পশ্চিম গাৰো হিলছ স্বায়ত্ত শাসিত জিলা পৰিষদৰ নির্বাচনক লৈ উত্তেজনা !

    Dilip Saikia:তৃতীয় পক্ষৰ বিভ্ৰান্তিকৰ অপ-প্ৰচাৰত ভোল নাযাবলৈ আহ্বান ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ

    AIUDF Candidate List Announced:এআইইউডিএফে ঘোষণা কৰিলে প্ৰথম খন নজনীয়া প্ৰাৰ্থী তালিকা

    Heroin Seized:ড্ৰাগছৰ বিৰুদ্ধে পাণবাৰী আৰু বিজনী আৰক্ষীৰ বৃহৎ সফলতা

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home COVID-19

তলাবন্ধৰ অনুভৱ : তৰুণ গগৈ

publisher by publisher
May 13, 2020
in COVID-19, News
Reading Time: 1 min read
0
3
SHARES
29
VIEWS
ShareShareShareShare

তলাবন্ধ- আগতে নোপোৱা সম্পূৰ্ণ এটা নতুন অভিজ্ঞতা । আমি ৰাজনীতি কৰা মানুহ । সদায় সক্ৰিয় হৈ থাকো । এতিয়াও সক্ৰিয়। তাৰ মাজতো যেন কৰ’বাত স্থবিৰতা আহিছে । সাধাৰণ দিনত দলৰ কাম কৰিছিলো । সমষ্টিলৈ গৈছিলো। বিভিন্ন কাৰণত মানুহৰ ঘৰলৈ গৈছিলো – ঘৰলৈ হওক বা সমষ্টিৰ । সমষ্টিৰ বাহিৰৰ দলৰ মানুহৰ ঘৰলৈও গৈছিলো । মোৰ ঘৰলৈও মানুহ আহিছিল । ঘৰৰ মানুহ আহিছিল, দলৰ মানুহো আহে আৰু দলৰ বাহিৰৰ মানুহো আহি থাকে। কেৱল বিধায়ক হৈ থকাৰ পৰা সকলো স্তৰৰ মানুহৰ লগত এই ধৰণৰ সম্পৰ্ক মোৰ কাৰণে বেছি সহজ হৈ পৰিছে, কিন্তু তলাবন্ধই সম্পূৰ্ণ বিপৰীত পৰিৱেশ আনিলে ।

ADVERTISEMENT

হয়, মই এতিয়াও সম্পূৰ্ণ সক্ৰিয়, কিন্তু পৰিৱেশ সলনি হৈছে। এতিয়া কংগ্ৰেছ কৰ্মী নাহে, অন্য মানুহৰ আহ-যাহ বন্ধ। মোৰ কাৰ্যালয়ৰ কৰ্মীসকল আহি আছে। এদিনক বাদ দি ময়ো ঘৰৰ পৰা বাহিৰ ওলোৱা নাই। এদিন মুখ্যমন্ত্ৰীয়ে সৰ্বদলীয় বৈঠক পাতিছিল। সেইদিনাই গৈছিলো। যোৱা ডেৰমাহ সংবাদমেলো পতা নাই। মোৰ চৰকাৰী এই ঘৰটোত সংবাদ মেল পাতিবলৈ বৰ্তমান ঠাই কম। সেইকাৰণে মাজতে দুবাৰ মান কেৱল টিভি চেনেলফ সাংবাদিকক মাতি ক’ব বিচৰাখিনি কৈছো। তাৰ মাজতে দলৰ কামো চলিছে। কিন্তু সেয়া বিশেষ বুলি ক’ব নোৱাৰি। মুখামুখিকৈ বহি কথাবোৰ আলোচনা কৰিব লাগে । ফোনত সেই পৰিৱেশ নাই। গতিকে ক’বলৈ গ’লে ৰাজনীতিৰ বহু কাম কমি গৈছে। আগতে দুবেলা অফিচত বহিছিলো। এতিয়া এবেলা বহো।

RelatedPosts

গণিত-উচ্চ গণিতৰ পৰা দ্রুতপাঠ-আধুনিক ভাৰতীয় ভাষা বিষয়লৈকে সলনি

ইউপিএছচিৰ অসামৰিক সেৱাত বাছনি ৯৫৮ৰ ভিতৰত অসমৰ তিনি

ইৰানৰ সংকটে মাধমাৰ শোধালে অসমৰ চাহ উদ্যোগত, বৃহৎ লোকচানৰ আশংকা

হঠাৎ অহা জীৱনৰ এই পৰিৱৰ্তনে স্বাভাৱিকতে হাতত সময় উলিয়াই দিছে। ফলত এই সময়বোৰ এতিয়া অন্য ধৰণে পাৰ কৰিছো। আগতেও মই পঢ়া শুনা কৰিছিলো। এতিয়া পঢ়াত বেছি সময় দিছো। সময়এ অভাৱত বহু কিতাপ পঢ়িব পৰা নাছিলো। ইন্দিৰা গান্ধীৰ ওপৰত লিখা এখন ভাল কিতাপ পঢ়িছো। শশী থাৰুৰে জৱাহৰলাল নেহৰুৰ ওপৰত লিখা ভাল কিতাপ এখন লিখিছে। সেইখন পঢ়িছো। পঢ়াৰ লগতে দেশৰ বৰ্তমানৰ সামগ্ৰিক পৰিস্থিতিৰ পৰা উদ্ধাৰ কিদৰে পোৱা যাব, দুখীয়া দৰিদ্ৰ লোকসকলৰ বাবে চৰকাৰ ৰাজনৈতিক দলবোৰে বিশেষকৈ কংগ্ৰেছে কি কি কাম কৰা উচিত সেই বিষয়েও বিশ্লেষণ কৰিবলৈ বহু সময় পাইছো। বিশ্লেষণবোৰে নতুন নতুন বহু দিশৰ সম্ভেদ দিব পাৰে। গ্ৰন্থ অধ্যয়নে ইয়াত সহায় কৰে। আমি কিমান যে কি নাজানো! বেলেগতটো বাদেই, শংকৰদেৱৰ বিষয়েনো আমি কিমান জানো? অসমখনকে চিনি নাপাওঁ। ইয়াৰ প্ৰতিটো জাতি-জনগোষ্ঠী, সম্প্ৰদায়ৰ নিজা নিজা কিমান বৈশিষ্ট্য আছে। এইকেইদিন এনেদৰে বহু কথা শিকিছো।

এইকেইদিন গধূলি টিভি চাওঁ। আগতে মোৰ টিভি চোৱা বহুত কম হৈছিল। তলাবন্ধৰ পৰাহে টিভি চোৱা বাঢ়িছে । ৰাষ্ট্ৰীয় আন্তঃ ৰাষ্ট্ৰীয় বহুত ভাল ভাল প্ৰগ্ৰেম চাইছো। পৃথিৱীৰ বহুত বিশিষ্ট লোকৰ সাক্ষাৎকাৰ চাইছো। তাৰ পৰাও বহু কথা শিকিছো। আমাৰ স্থানীয় চেনেলৰো কিছুমান প্ৰগ্ৰেম চাইছো। মানুহৰ সমস্যাৰ কথা গম পাইছো। অৱশ্যে এই সময়ত কৰ’নাক লৈয়ে বহু প্ৰগ্ৰেম হৈছে। আগতে নিয়মীয়াকৈ নহ’লেও পুৱা ব্যায়াম কৰিছিলো। কিন্তু গধূলি কেতিয়াও কৰা নাছিলো। এতিয়া নিয়মীয়াকৈ আধা ঘণ্টা ব্যায়াম কৰো ।এটা কথা ঠিক যে মুখেৰে কোৱা কথা আৰু হাতে কামে কৰাৰ মাজত তফাৎ বহুত আছে। পৰামৰ্শ দিয়া সহজ কিন্তু তাক ৰূপায়ণ কৰা টান। আমি চৰকাৰক পৰামৰ্শ দিব পাৰো । চৰকাৰে সেইবোৰ বিবেচনা কৰে। মই এই কথাখিনি সাম্প্ৰতিক পৰিস্থিতিৰ ভিত্তিত কৈছো। এতিয়া পৰিস্থিতি বিশ্লেষণ কৰা দৰকাৰ। তেনে বিশ্লেষণেৰেও মোৰ সময় পাৰ হৈ গৈছে। আমাৰ সম্পদ কেনেকৈ বঢ়াব পাৰো তাৰ চেষ্টা এতিয়া হ’ব লাগে। তাৰ বাবে ইচ্ছাশক্তি প্ৰবল হ’ব লাগিব। তেতিয়াহে সমস্যা সমাধানৰ  পথ ওলাব। আৰু এটা কথা- ৰিস্কো ল’ব লাগিব । পইচা সম্পূৰ্ণ গোটাই লৈহে ঘৰ বান্ধিম  সেই ধৰণৰ মনোভাবেৰে নচলে ।

তলাবন্ধৰে দেশ নচলিব। কৰ’নাৰ সতে সহাৱস্থান কৰি আমি আগবাঢ়িব লাগিব। মানুহ ভীতিগ্রস্ত হ’লে নহ’ব। আমাৰ সতৰ্কতা লাগিব। আমি নিৰুৎসাহ হ’ব নালাগিব। আমাৰ জীৱন ধাৰণ সলনি কৰিব লাগিব।স্বাস্থ্যৰ প্ৰতি সচেতন থাকিবই লাগিব। ব্যায়ামক জীৱনৰ অংগ কৰি ল’ব লাগিব। মন পজিটিভ হ’ব লাগিব। জীৱনত উঠা-নমা থাকেই। নাথাকিলেহে বেয়া। একেবাৰে মসৃণ ৰাস্তাত দুৰ্ঘটনা বেছি হয়। অলপ বেয়া ৰাস্তাত সিমান নহয়, কাৰণ চালকসতৰ্ক থাকে। অলপ পৰিস্থিতিৰ বাবে ভৱিষ্যতে আমি কি কৰিম সেইটো এতিয়াই চিন্তা কৰিব লাগিব। কৃষি, পশু পালন এইবোৰেই অসমৰ অৰ্থনীতিৰ মূল ভেটি। এই ক্ষেত্ৰবোৰত আমি বেছি জোৰ দিব লাগিব। সুযোগ সৃষ্টি কৰিব লাগে। এইবোৰত যথেষ্ট মানুহ নিয়োজিত হ’ব পাৰে। ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগত গুৰুত্ব দিব লাগে। আমাৰ হস্ততাঁত বস্ত্ৰশিল্প বহুত আগবঢ়া। তাত কেৱল নতুন চিন্তা যোগ দিব লাগিব। আমাক তাঁতশিল্পৰ লগতে পাৱাৰলুম লাগিবই।

আমাৰ বেছিভাগ মানুহ দুখীয়া। তেওঁলোকে সকাহ পাব লাগিব। এই সময়ত আমি শীতৰ ভঁৰাল, খাদ্য সংসাধন আদিত গুৰুত্ব দিব লাগে। আমাৰ দেশত বা অসমত এটা ভাল কথা দেখিছো যে ইয়াত কৰ’নাত বাহিৰৰ আগবঢ়া দেশৰ তুলনাত যথেষ্ট কম লোকৰ মৃত্যু হৈছে। সুস্থ হোৱা লোকৰ সংখ্যাও বাঢ়িছে। আচলতে আমাৰ মানুহ আমেৰিকা, ইংলেণ্ডৰ তুলনাত   ইমিওনিটি পাৱাৰ বহু বেছি । আমি গাঁৱৰ পানী খোৱা মানুহ যে! আফ্ৰিকাৰ মানুহো মৰা নাই। গতিকে চৰকাৰে সেই সুযোগ গ্ৰহণ কৰি মানুহৰ ইমিওনিটি অধিক বঢ়াব লাগে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: AssamASSAM FIGHTS CORONACovid-19FIGHT AGAINST COVID-19LockdownTarun Gogoi
publisher

publisher

Related Posts

Artificial shortage of LPG Cylinder:মধ্য প্রাচ্যৰ যুদ্ধৰ প্ৰভাৱ !
National

March 10, 2026
Sonapur Science City :মহানগৰীৰ পাশ্বৱৰ্তী সোণাপুৰৰ টেপেচীয়াত মুকলি বিজ্ঞান নগৰী
News

Sonapur Science City :মহানগৰীৰ পাশ্বৱৰ্তী সোণাপুৰৰ টেপেচীয়াত মুকলি বিজ্ঞান নগৰী

March 10, 2026
Meghalaya:মেঘালয়ৰ পশ্চিম গাৰো হিলছ স্বায়ত্ত শাসিত জিলা পৰিষদৰ নির্বাচনক লৈ উত্তেজনা !
National

Meghalaya:মেঘালয়ৰ পশ্চিম গাৰো হিলছ স্বায়ত্ত শাসিত জিলা পৰিষদৰ নির্বাচনক লৈ উত্তেজনা !

March 10, 2026
Dilip Saikia:তৃতীয় পক্ষৰ বিভ্ৰান্তিকৰ অপ-প্ৰচাৰত ভোল নাযাবলৈ আহ্বান ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ
News

Dilip Saikia:তৃতীয় পক্ষৰ বিভ্ৰান্তিকৰ অপ-প্ৰচাৰত ভোল নাযাবলৈ আহ্বান ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ

March 10, 2026
AIUDF Candidate List Announced:এআইইউডিএফে ঘোষণা কৰিলে প্ৰথম খন নজনীয়া প্ৰাৰ্থী তালিকা
News

AIUDF Candidate List Announced:এআইইউডিএফে ঘোষণা কৰিলে প্ৰথম খন নজনীয়া প্ৰাৰ্থী তালিকা

March 10, 2026
Heroin Seized:ড্ৰাগছৰ বিৰুদ্ধে পাণবাৰী আৰু বিজনী আৰক্ষীৰ বৃহৎ সফলতা
Crime

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d