Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Artificial shortage of LPG Cylinder:মধ্য প্রাচ্যৰ যুদ্ধৰ প্ৰভাৱ !

    Sonapur Science City :মহানগৰীৰ পাশ্বৱৰ্তী সোণাপুৰৰ টেপেচীয়াত মুকলি বিজ্ঞান নগৰী

    Meghalaya:মেঘালয়ৰ পশ্চিম গাৰো হিলছ স্বায়ত্ত শাসিত জিলা পৰিষদৰ নির্বাচনক লৈ উত্তেজনা !

    Dilip Saikia:তৃতীয় পক্ষৰ বিভ্ৰান্তিকৰ অপ-প্ৰচাৰত ভোল নাযাবলৈ আহ্বান ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ

    AIUDF Candidate List Announced:এআইইউডিএফে ঘোষণা কৰিলে প্ৰথম খন নজনীয়া প্ৰাৰ্থী তালিকা

    Heroin Seized:ড্ৰাগছৰ বিৰুদ্ধে পাণবাৰী আৰু বিজনী আৰক্ষীৰ বৃহৎ সফলতা

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home COVID-19

তলাবন্ধৰ অনুভৱ : মলয়া গোস্বামী

publisher by publisher
May 15, 2020
in COVID-19, News
Reading Time: 1 min read
0
তলাবন্ধৰ অনুভৱ : মলয়া গোস্বামী
12
SHARES
123
VIEWS
ShareShareShareShare

কৰ’না ভাইৰাছক লৈ আজি সমগ্র বিশ্ব শংকিত । ইয়াক লৈ আমি সকলোৱে আতংকিত হৈছো । সঁচাকৈয়ে এক ভয়ংকৰ বিপদৰ মুখলৈ গৈ আছো আমি সকলোৱে । বিশ্ব স্বাস্থ্য সংস্থায়ো প্ৰকাশ কৰিছে যে অনাগত দিনতো এই ভয়াবহ ভাইৰাছৰ লগতে আমি জীয়াই থাকিব লাগিব । গতিকে যেতিয়ালৈকে ক’ভিড-১৯ ৰ প্ৰতিষেধক নোলায় তেতিয়ালৈকে সহাৱস্থান কৰাৰ বাহিৰে আমাৰ হাতত বিকল্প নাই । এই সময়ছোৱাত কৰ’না ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে চৰকাৰে জাৰি কৰা সকলো নীতি-নিৰ্দেশনা মানি চলাটো অত্যন্ত জৰুৰী। নিজৰ লগতে আন বহুজনৰ সুৰক্ষাৰ স্বাৰ্থতে সামাজিক দূৰত্ব বজাই ৰখাৰ এক অভ্যাস গঢ়ি তোলা উচিত সকলোৱে ।

ADVERTISEMENT

বিশেষকৈ নিজকে পৰিষ্কাৰকৈ ৰখা, সঘনাই হাত ধোৱা, বজাৰৰ পৰা অনা সা-সামগ্ৰী ধোৱা আদিবোৰ আমাৰ জীৱনৰে একো একোটা অংশ । সৰু থাকোতেই মাহঁতে এইবোৰ কৰা দেখিছিলো বজাৰৰ পৰা অনা সামগ্ৰী পটাছ পানীৰে ধুইহে ভিতৰলৈ নিছিল। এইবোৰ দেখি সৰুতে মাহঁতক ভেকাহি মাৰি উঠিছিলো- ‘তোমালোক ইমান চাফা?’ কিন্তু আজি এইবোৰক লৈয়ে কৰ’নাৰ বিৰুদ্ধে যুঁজ দিবলগীয়া হৈছে । অৱশ্যে শেষত মানুহৰে জয় হ’ব। ইয়াক লৈ মই যথেষ্ট আশাবাদী। তলাবন্ধৰ সময়ছোৱাত ব্যক্তিগতভাৱে মই ঘৰতে আছো। এই সময়ছোৱাত বাহিৰত ব্যৱহাৰ কৰা জোতা-ছেণ্ডেলো ভিতৰলৈ সোমোওৱা নাই। এই সময়ছোৱাত নেতিবাচক চিন্তাৰে মন ভাৰাক্ৰান্ত কৰি ৰাখিলে জীয়াই থকাটোৱে কঠিন হৈ পৰিব।

RelatedPosts

গণিত-উচ্চ গণিতৰ পৰা দ্রুতপাঠ-আধুনিক ভাৰতীয় ভাষা বিষয়লৈকে সলনি

ইউপিএছচিৰ অসামৰিক সেৱাত বাছনি ৯৫৮ৰ ভিতৰত অসমৰ তিনি

ইৰানৰ সংকটে মাধমাৰ শোধালে অসমৰ চাহ উদ্যোগত, বৃহৎ লোকচানৰ আশংকা

তাৰ বাবে ইতিবাচক দৃষ্টিভঙ্গীৰে তলাবন্ধৰ সময়ছোৱাত কিছু কাম কৰাৰো প্রয়াস কৰিছো। ‘ৰেঙনি’ত সম্প্ৰচাৰ হৈ থকা ‘নিয়ৰৰ ফুল’ শীৰ্ষক ধাৰাবাহিক খনৰ কে’বাটাও খণ্ডৰ ইতিমধ্যে শ্বুটিং হৈ গৈছে, কিন্তু তলাবন্ধৰ বাবে ষ্টুডিঅ’ত ডাবিং কৰিব পৰা নাই। প্ৰথম অৱস্থাত হোৱাটছএপৰ জৰিয়তে কণ্ঠস্বৰ ৰেকৰ্ডিং কৰি পঠিয়ালো যদিও ইয়াৰ মান ঠিক হোৱা নাছিল। পাছত কাৰিকৰী বিশেষজ্ঞৰ পৰামৰ্শত ইয়াৰ বাবে থকা বিশেষ এপ কেনেকৈনো ডাউনলোড কৰে সেয়া শিকিলো। ইয়াৰ পিছতো কোনো ফল নোহোৱাত এইবাৰ কাৰিকৰী বিশেষজ্ঞৰ পৰামৰ্শত ই-মেইলত প্ৰেৰণৰ ব্যৱস্থা কৰিলো। তলাবন্ধৰ সময়ছোৱাতে মই ডিজিটেল মাধ্যমৰ ব্যৱহাৰ সম্পৰ্কত কিছু কথা মই শিকিলো। লগতে এই সময়ছোৱাতে মই কে’বাখনো গ্ৰন্থ অধ্যয়নৰ বাবে পঢ়া মেজত গোটাই লৈছো। বৰ্তমান ইন্দিৰা মিৰিৰ জীৱনৰ আধাৰত অনুৰাধা শৰ্মা পূজাৰীয়ে লিখা ‘মেৰেং’ উপন্যাসখন অধ্যয়ন কৰি আছো । এই গ্ৰন্থখনৰ জৰিয়তে মহীয়সী নাৰী ইন্দিৰা মিৰিক ভালকৈ জনাৰ সুযোগ পাইছো। ইন্দিৰা মিৰিৰ জীৱন গাঁথাই মোক বাৰুকৈয়ে অনুপ্ৰাণিত কৰিছে। ‘মেৰেং’ সঁচাকৈয়ে অনুৰাধা শর্মা পূজাৰীৰ এক অনন্য সৃষ্টি ।

এই সময়ছোৱাত মই কিছু লিখা-মেলাও কৰিছো। ইয়াৰ ভিতৰত আছে মোৰ জীৱনৰ সমস্ত অভিজ্ঞতাবোৰ সামৰি এখন নতুন গ্ৰন্থৰ কাম। তলাবন্ধ নোহোৱা হ’লে হয়তো এই গ্ৰন্থখন ইতিমধ্যে পাঠকৰ হাতত পৰিলেহেঁতেন; কিন্তু এতিয়া এই গ্ৰন্থখনৰ কামবোৰ আধৰুৱা হৈ আছে। অৱশ্যে এই গ্ৰন্থখন মোৰ আত্মজীৱনী নহয়। অভিনয় জগতৰ লগত জড়িত হোৱাৰ পিছত মই ভালেসংখ্যক স্বনামধন্য ব্যক্তিৰ সংস্পৰ্শলৈ অহাৰ সুযোগ পাইছো।

এই সুবাদতে মোৰ হাতলৈ বহু অমূল্য সম্পদ আহিছে। এই সম্পদসমূহৰ ভিতৰত ভৱেন্দ্ৰ নাথ শইকীয়া, নৱকান্ত বৰুৱা, লক্ষ্যধৰ চৌধুৰী, নাৰায়ণ বেজবৰুৱা, সত্যপ্ৰসাদ বৰুৱা, জাহ্নু বৰুৱা আদিয়ে হাতে লিখা চিঠি-পত্ৰ, বিভিন্ন সময়ত মই দিয়া সাক্ষাৎকাৰ, বিভিন্ন ধৰণৰ আপুৰুগীয়া ফটো আছে। ‘অগ্নিস্নান’, ‘ফিৰিঙতি’ আদি ছবিসমূহ মুক্ত পোৱাৰ সময়ত ডিজিটেল মাধ্যমৰ সিমান প্ৰচাৰ নাছিল। তেতিয়া মোৰ অভিনয় চোৱাসকলে চিঠিৰে মনৰ ভাৱ প্ৰকাশ কৰিছিল। সেই চিঠিবোৰো মই সযতনে ৰাখি থৈছো। এইবোৰেই মোৰ জীৱনৰ মহামূল্যবান সম্পদ। এই সম্পদসমূহকে একত্ৰিত কৰি গ্ৰন্থকাৰে পঢ়ুৱৈ সমাজৰ হাতত তুলি দিয়াৰ হাবিয়াস কৰিছো। চলিত বৰ্ষৰ ভিতৰতে এই গ্ৰন্থখনৰ কাম সম্পূৰ্ণ কৰাৰ ইচ্ছা আছে ।

এইখিনিতে উনুকিয়াই থোৱা ভাল হ’ব যে প্রথম অৱস্থাত থাকিব বুলিয়ে মই আশাবাদী আছিলো। এতিয়া সংক্ৰমণৰ ভয়াবহতা দেখি সঁচাকৈয়ে শংকিত হৈছো। অৱশ্যে এই ক্ষেত্ৰত আমাৰ গাতো দোষ আছে। আমিবোৰে নীতি-নিয়মবোৰ একেবাৰে মানি চলিব নিবিচাৰো। সেইকাৰণে এতিয়া বেছি ভয় লাগিছে। তথাপি নিজক নিয়ন্ত্ৰণত ৰখাৰ এতিয়া সময় উকলি যোৱা নাই। সকলোৱে নীতি-নিয়মবোৰ মানি চলিলে সঁচাকৈয়ে আমি কৰ’না বিৰোধী যুঁজত জয়ী হ’ম।

সাৱধানতাৰ মাজতো এই মুহূৰ্তত কাম কৰি থকা চিকিৎসক, নাৰ্ছ, সাংবাদিক, চিকিৎসাকৰ্মী, চাফাইকৰ্মী, আৰক্ষী আৰু প্ৰশাসনৰ লোকসকলক লৈ মই যথেষ্ট উদ্বিগ্ন। এতিয়ালৈকে এই সকলোৱে সাৱধান হৈয়ে চলি আছে। আৰু তেওঁলোক সকলোৱে সাৱধান হৈ কাম কৰক। মই ঈশ্বৰৰ ওচৰত সকলোৰে বাবে এই মুহূৰ্তত প্ৰাৰ্থনাহে কৰিব পাৰো। সেয়ে ঈশ্বৰৰ ওচৰত প্রার্থনা জনাইছো যে শীঘ্ৰে আমাৰ মাজৰ পৰা কৰ’না ভাইৰাছ আঁতৰি যাওঁক আৰু সমাজৰ সকলোৰে মংগল হওক। সকলোৰে প্ৰচেষ্টাত আমি জয়ী হ’মেই।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: AssamASSAM FIGHTS CORONACovid-19FIGHT AGAINST COVID-19Lockdown
publisher

publisher

Related Posts

Artificial shortage of LPG Cylinder:মধ্য প্রাচ্যৰ যুদ্ধৰ প্ৰভাৱ !
National

March 10, 2026
Sonapur Science City :মহানগৰীৰ পাশ্বৱৰ্তী সোণাপুৰৰ টেপেচীয়াত মুকলি বিজ্ঞান নগৰী
News

Sonapur Science City :মহানগৰীৰ পাশ্বৱৰ্তী সোণাপুৰৰ টেপেচীয়াত মুকলি বিজ্ঞান নগৰী

March 10, 2026
Meghalaya:মেঘালয়ৰ পশ্চিম গাৰো হিলছ স্বায়ত্ত শাসিত জিলা পৰিষদৰ নির্বাচনক লৈ উত্তেজনা !
National

Meghalaya:মেঘালয়ৰ পশ্চিম গাৰো হিলছ স্বায়ত্ত শাসিত জিলা পৰিষদৰ নির্বাচনক লৈ উত্তেজনা !

March 10, 2026
Dilip Saikia:তৃতীয় পক্ষৰ বিভ্ৰান্তিকৰ অপ-প্ৰচাৰত ভোল নাযাবলৈ আহ্বান ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ
News

Dilip Saikia:তৃতীয় পক্ষৰ বিভ্ৰান্তিকৰ অপ-প্ৰচাৰত ভোল নাযাবলৈ আহ্বান ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ

March 10, 2026
AIUDF Candidate List Announced:এআইইউডিএফে ঘোষণা কৰিলে প্ৰথম খন নজনীয়া প্ৰাৰ্থী তালিকা
News

AIUDF Candidate List Announced:এআইইউডিএফে ঘোষণা কৰিলে প্ৰথম খন নজনীয়া প্ৰাৰ্থী তালিকা

March 10, 2026
Heroin Seized:ড্ৰাগছৰ বিৰুদ্ধে পাণবাৰী আৰু বিজনী আৰক্ষীৰ বৃহৎ সফলতা
Crime

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d