Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    প্রথম শ্ৰেণীৰ পৰা শিশুসকলক দিয়া হ’ব সামৰিক প্রশিক্ষণ, মহাৰাষ্ট্ৰৰ বৃহৎ ঘোষণা 

    Eviction:চৰকাৰী ভূমি দখল কৰি অবৈধভাৱে নিৰ্মাণ কৰা যোৰহাটৰ বিতৰ্কিত আজাদ চৌধুৰীৰ বাসগৃহত চলিল বুলড’জাৰ

    পাক উগ্ৰপন্থীৰ স’তে যোগদান! কাশ্মীৰত চাকৰিৰ পৰা বৰ্খাস্ত তিনিজন চৰকাৰী কৰ্মচাৰী

    Heroin Seized:শোণিতপুৰৰ গুদামঘাটত বৃহৎ পৰিমাণৰ সন্দেহযুক্ত হেৰইন জব্দ

    TMC Protest In Sasal: ৭ বছৰীয়া শিশুৰ ধৰ্ষণকাৰীৰ শাস্তি প্ৰদানৰ দাবীৰে চচলত প্ৰতিবাদ তৃণমূল কংগ্ৰেছৰ

    ঝাৰখণ্ডত নিৰাপত্তাৰক্ষীৰ স’তে হোৱা বন্দুকৰ যুঁজত নিহত শীর্ষ মাওবাদী নেতা, আহত এজন

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    গুগল ক্ৰ’মৰ বিষয়ে সতৰ্কবাণী প্ৰদান কৰিছে কেন্দ্ৰই ! সচেতন হওক আৰু সাৱধান হওক

    অহা মাহৰ পৰা একাধিক ফোনত কাম নকৰিব হোৱাটছএপ !

    Game:ভাৰতত কম্পিউটাৰ গেমাৰসকলৰ ৪৪ শতাংশই মহিলা, ডেভেলপাৰ মাত্ৰ ১২ শতাংশ

    Facebook:এই ধৰণৰ কথা ফে’চবুকত পোষ্ট কৰিলে কাৰাগাৰত হ’ব পাৰে বন্দী !

    Google Chrome: সাৱধান ! Google Chrome ব্যৱহাৰকাৰীসকল পৰিব পাৰে হেকাৰৰ কৱলত !

    Maruti Suzuki car prices hikes:ফেব্ৰুৱাৰীৰ পৰা বৃদ্ধি পাব গাড়ীৰ দাম

  • Entertainment
    • All
    • Movie
    • Music
    ‘বিগ বছ’ এৰি ‘বিগ বি’ৰ আসনত বহাৰ মন ভাইজানৰ 

    সন্দীপ ৰেঙী বংগাৰ নতুন ছবি ‘স্পিৰিট ‘ত দেখা নাপাব দীপিকাক

    দাদাচাহেব ফাল্কে বায়’পিকক লৈ বলিউদ দক্ষিণৰ ‘টাগ অৱ ৱাৰ ‘

    টিক্‌টক্‌ লাইভৰ সময়তে বিউটি ইনফ্লুৱেন্সাৰক গুলীয়াই হত্যা

    প্ৰিয় খাদ্য খোৱাৰ পাছতো কেনেদৰে ফিট হৈ থাকে অভিনেত্ৰী ৰকুলপ্ৰীত সিং ? 

    ‘সন্ত্রাস সহ্য কৰা নহ’ব’, অক্ষয়ৰ পৰা কংগনালৈকে, ‘অপাৰেচন সিন্দূৰ’ৰ সন্দৰ্ভত কি ক’লে বলিউডে?

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কৃতিৰ ঘৰতে বনোৱা টোনাৰত কোন দুটা উপাদান আছে জানেনে?

    বন্ধু এজনে অভিমান কৰিছে নেকি ? সহজ-সৰল কৌশলেৰে ভাঙক অভিমান 

    গুগল ক্র’ম ৰ সন্দৰ্ভত কেন্দ্ৰই জাৰি কৰিছে সতৰ্কবাণী!

    নিয়মীয়াকৈ ৰাতিপুৱা খোজ কঢ়াৰ অভ্যাস আছে নে ? 

    চাহৰ লগত ধূমপান কৰিলে কি কি ৰোগ হ’ব পাৰে জানেনে?

    ৰাতিৰ আহাৰ খোৱাৰ পাছত দাঁত ব্ৰাছ কৰে ? ডাঙৰ ক্ষতিৰ আছে আশংকা

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

ভুৱা হিতাধিকাৰীক চৰকাৰী ধন বিতৰণ কৰি নিলম্বিত হ’ল জুৰীয়াৰ বি ডি অ’

publisher by publisher
May 18, 2020
in Assam, COVID-19, News
Reading Time: 1 min read
0
ভুৱা হিতাধিকাৰীক চৰকাৰী ধন বিতৰণ কৰি নিলম্বিত হ’ল জুৰীয়াৰ বি ডি অ’
1
SHARES
5
VIEWS
ShareShareShareShare

কৰ’না ভাইৰাছৰ সংক্ৰমণ ৰোধৰ বাবে চৰকাৰে বলবৎ কৰা তলাবন্ধৰ সময়ত ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ ৰেছন কাৰ্ড নথকা দৰিদ্ৰ লোকক এহেজাৰকৈ টকা বিতৰণৰ নামত সংঘটিত ব্যাপক অনিয়মৰ অভিযোগত নগাঁও জিলাৰ জুৰীয়া উন্নয়ণ খণ্ডৰ খণ্ড উন্নয়ণ বিষয়া বিষয়া মইনুল হক চৌধুৰীক আজি অসম চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ প্ৰধান সচিব ডা: জে বি এক্কাই এক নিৰ্দেশ যোগে তৎকালে বলবৎ হোৱাকৈ চাকৰিৰ পৰা নিলম্বন কৰে ।

ADVERTISEMENT

উল্লেখ্য যে, উন্নয়ন খণ্ডটোৰ অধীনৰ কছাৰী গাঁও আৰু গদাইমাৰী পঞ্চায়ত দুখনত এন এফ এছ এৰ ৰেছন কাৰ্ড নথকা দৰিদ্ৰ পৰিয়ালৰ হিতাধিকাৰী নিৰ্বাচনত ব্যাপক অনিয়ম সংঘটিত হোৱাৰ অভিযোগত উত্থাপিত হৈছিল। সেই অভিযোগৰ ভিত্তিতেই পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ প্ৰধান সচিৱ বা:জে বি এক্কাই এই অনিয়মৰ সন্দৰ্ভত এক তদন্ত কৰি প্ৰতিবেদন দাখিল কৰিবলৈ নগাঁও জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া দেৱাশীষ বৈশ্যক নিৰ্দেশ দিয়ে । বিষয়া জনৰ তদন্তত উন্নয়ন খণ্ডটোত ৰেছন কাৰ্ড নথকা দৰিদ্ৰ হিতাধিকাৰী বাচনিত সংঘটিত অনিয়ম পোহৰলৈ আহে ।

RelatedPosts

কাৰ্বি আংলঙৰ খটখটিত ১৮ হেজাৰ বিঘা ভূমিৰ শ্ৰেণী পৰিবৰ্তনৰ বিৰুদ্ধে জাঙুৰ খাই উঠিল স্থানীয় ৰাইজ 

নতুন কৈ বৃদ্ধি পাইছে ক’ভিড সংক্রমণ, কেৱল এখন ৰাজ্যই বাদ পৰি ৰ’ল ক’ভিডৰ পৰা !

দেশত পুনৰ ক’ভিডৰ আতংক ! দেশত সক্রিয় ৰোগীৰ সংখ্যা তিনি হেজাৰ, বৃদ্ধি পাইছে মৃত্যুও

মুখ্য কাৰ্যবাহী বিষয়া জনৰ প্ৰতিবেদনৰ ওপৰত ভিত্তি কৰি পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ প্ৰধান সচিব ডাঃ এক্কাই জুৰীয়া উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া জনক কৈফিয়ৎ তলবো কৰাৰ লগতে পঞ্চায়ত দুখনৰ পঞ্চায়ত সচিব দুজনক নিলম্বন কৰিছিল। ইপিনে, কাৰণ দৰ্শোৱাৰ জাননীৰ ভিত্তিত খণ্ড উন্নয়ন বিষয়া ম‌ইনুল হক চৌধুৰীয়ে সংশ্লিষ্ট কৰ্তৃপক্ষৰ ওচৰত তেওঁৰ লিখিত উত্তৰ দাখিল কৰিছিল। হকৰ লিখিত উত্তৰত সন্তুষ্ট হোৱা নাছিল বিভাগ । যাৰ বাবে আজি মইনুল হক চৌধুৰীক এক নিৰ্দেশ যোগে চাকৰিৰ পৰা নিলম্বন কৰা হয় । উল্লেখ্য যে, উন্নয়ন খণ্ডটোৰ কছাৰীগাঁও গাঁও পঞ্চায়ত আৰু গদাইমাৰী গাঁও পঞ্চায়তত হিতাধিকাৰীৰ তালিকাত বহু ভুৱা আৰু অযোগ্য লোকৰ নামো সন্নিবিষ্ট কৰা হৈছিল ।

খণ্ড উন্নয়ন বিষয়া জনৰ অসতৰ্কতাৰ বাবেই অযোগ্য লোকৰ নাম হিতাধিকাৰীৰ তালিকাত সন্নিৱিষ্ট হোৱাৰ তথ্য তদন্তত পোহৰলৈ আহিছিল । আনহাতে, উন্নয়ন খণ্ডটোৰ অধীনৰ কছাৰীগাঁও গাঁও পঞ্চায়ত আৰু গদাইমাৰী গাঁও পঞ্চায়তৰ সচিব ক্ৰমে – আছাদুজ জামান আৰু পম্পী ডেকাক এই একে অনিয়মৰ অভিযোগৰ ভিত্তিতে যোৱা ৮ এপ্ৰিলত নিলম্বনৰ নিৰ্দেশ দিছিল পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ আয়ুক্ত গৰাকীয়ে।

Share this:

  • Click to share on X (Opens in new window) X
  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Click to share on Pinterest (Opens in new window) Pinterest
  • Click to share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: AssamCovid-19FIGHT AGAINST COVID-19Lockdown
publisher

publisher

Related Posts

প্রথম শ্ৰেণীৰ পৰা শিশুসকলক দিয়া হ’ব সামৰিক প্রশিক্ষণ, মহাৰাষ্ট্ৰৰ বৃহৎ ঘোষণা 
India

June 3, 2025
Eviction:চৰকাৰী ভূমি দখল কৰি অবৈধভাৱে নিৰ্মাণ কৰা যোৰহাটৰ বিতৰ্কিত আজাদ চৌধুৰীৰ বাসগৃহত চলিল বুলড’জাৰ
News

Eviction:চৰকাৰী ভূমি দখল কৰি অবৈধভাৱে নিৰ্মাণ কৰা যোৰহাটৰ বিতৰ্কিত আজাদ চৌধুৰীৰ বাসগৃহত চলিল বুলড’জাৰ

June 3, 2025
পাক উগ্ৰপন্থীৰ স’তে যোগদান! কাশ্মীৰত চাকৰিৰ পৰা বৰ্খাস্ত তিনিজন চৰকাৰী কৰ্মচাৰী
India

পাক উগ্ৰপন্থীৰ স’তে যোগদান! কাশ্মীৰত চাকৰিৰ পৰা বৰ্খাস্ত তিনিজন চৰকাৰী কৰ্মচাৰী

June 3, 2025
Heroin Seized:শোণিতপুৰৰ গুদামঘাটত বৃহৎ পৰিমাণৰ সন্দেহযুক্ত হেৰইন জব্দ
News

Heroin Seized:শোণিতপুৰৰ গুদামঘাটত বৃহৎ পৰিমাণৰ সন্দেহযুক্ত হেৰইন জব্দ

June 3, 2025
TMC Protest In Sasal: ৭ বছৰীয়া শিশুৰ ধৰ্ষণকাৰীৰ শাস্তি প্ৰদানৰ দাবীৰে চচলত প্ৰতিবাদ তৃণমূল কংগ্ৰেছৰ
News

TMC Protest In Sasal: ৭ বছৰীয়া শিশুৰ ধৰ্ষণকাৰীৰ শাস্তি প্ৰদানৰ দাবীৰে চচলত প্ৰতিবাদ তৃণমূল কংগ্ৰেছৰ

June 3, 2025
ঝাৰখণ্ডত নিৰাপত্তাৰক্ষীৰ স’তে হোৱা বন্দুকৰ যুঁজত নিহত শীর্ষ মাওবাদী নেতা, আহত এজন
India

পাক উগ্ৰপন্থীৰ স’তে যোগদান! কাশ্মীৰত চাকৰিৰ পৰা বৰ্খাস্ত তিনিজন চৰকাৰী কৰ্মচাৰী 

June 3, 2025
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d