বিশ্বব্যাপী কৰ’নাই জনসাধাৰণক আতংকিত কৰি ৰখাৰ সময়তে এগৰাকী অচিনাক্ত যুৱতীক লৈ অভয়াপুৰীত একপ্ৰকাৰ ত্ৰাসৰ সৃষ্টি হয় । মাৰাত্মক কৰ’নাৰ সংক্ৰমণ ৰোধ কৰাৰ বাবে চৰকাৰে তলাবন্ধ, সান্ধ্যআইন দিয়াৰ সময়তে কালি অভয়াপুৰীৰ নিকটৱৰ্তী চৌটাকী গাঁৱত উপস্থিত হয় এগৰাকী যুৱতী । হাতত কোৱাৰেন্টাইন ষ্টাম্প লগোৱা অৱস্থাত থকা যুৱতীগৰাকী হঠাৎ গাঁওখনত উপস্থিত হোৱাক লৈ সমগ্ৰ অঞ্চলটোত সৃষ্টি হয় আতংকময় পৰিৱেশৰ । স্থানীয় কোনো ভাষা বুজি নোপোৱা যুৱতীগৰাকীক উদ্ধাৰ কৰি ১০৮ এম্বুলেন্স সেৱাৰ জৰিয়তে স্বাস্থ্য পৰীক্ষাৰ বাবে লৈ যায় । স্থানীয় ৰাইজে বহিঃ ৰাজ্যৰ কোনো কোৱাৰেন্টাইন কেন্দ্ৰৰ পৰা যুৱতীগৰাকী পলাই অহা বুলি সন্দেহ প্ৰকাশ কৰিছে।
অচিনাক্ত যুৱতীক লৈ অভয়াপুৰীত আতংক
-
By publisher

- Categories: Uncategorized
- Tags: AbhayapuriAssamASSAM FIGHTS CORONACovid-19FIGHT AGAINST COVID-19QUARANTINE
Related Content
Nagaon:পকী দলং নির্মাণ হ'লেও নাই সংযোগী পথ
By
samimsultana
May 8, 2026
Gaurav Gogoi:জনতাৰ কণ্ঠস্থ হৈ থিয় দিয়াৰ প্রতিশ্রুতিৰে সামাজিক মাধ্যমত বিশেষ পোষ্ট গৌৰৱ গগৈৰ
By
publisher
May 7, 2026
Firing Incident in Lakhipur:লক্ষীপুৰৰ আন্তঃৰাজ্যিক সীমান্তত ভয়ংকৰ ঘটনা
By
publisher
May 6, 2026
Lok Bhawan:ৰাজ্যিক মুখ্য নির্বাচনী বিষয়াৰ ৰাজ্যপালক সাক্ষাৎ
By
publisher
May 6, 2026
Ganja Seized in Basistha:বশিষ্ঠ আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযানত বুজন পৰিমাণৰ গাঞ্জা জব্দ
By
publisher
May 2, 2026