Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    বিশ্বজুৰি খাদ্য সংকটৰ অশনি সংকেত: অনাহাৰত ২৬.৬ কোটি লোক

    Bokakhat Road Accident:বোকাখাতৰ মেথনিৰ ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ গ’ল ৩ বাইক আৰোহীৰ

    বিজেপিত যোগদানৰ ২৪ ঘণ্টাৰ ভিতৰতে ৰাঘৱ চাড্ডাৰ ১০ লাখ ফ’ল’ৱাৰ হ্ৰাস

    Two prisoners died mysteriously in Nagaon: নগাঁৱৰ দুখনকৈ কাৰাগাৰত দুই কয়দীৰ ৰহস্যজনক মৃত্যু

    Pakistan Petrol-Diesel Price Hike:পাকিস্তানত পেট্ৰ’ল-ডিজেলৰ আকাশলংঘী মূল্যবৃদ্ধি

    অষ্ট্ৰেলিয়াৰ পথত অগ্ৰসৰ নৰৱে, ১৬ অনূর্ধ্ব বয়সৰ বাবে নিষিদ্ধ হ’ব সামাজিক মাধ্যম

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home COVID-19

তিনমাহলৈ বিমান ভাড়াৰ নিৰিখ বান্ধি দিলে কেন্দ্ৰীয় চৰকাৰে

publisher by publisher
May 22, 2020
in COVID-19, India, News
Reading Time: 1 min read
0
তিনমাহলৈ বিমান ভাড়াৰ নিৰিখ বান্ধি দিলে কেন্দ্ৰীয় চৰকাৰে
2
SHARES
21
VIEWS
ShareShareShareShare

পুনৰ আৰম্ভ হ’ব দেশীয় বিমান সেৱা । কৰ’না ভাইৰাছৰ সংক্ৰমণৰ বাবে যোৱা দুমাহে বন্ধ হৈ থকা বিমানৰ চলাচল অহা সোমবাৰৰ পৰা আৰম্ভ হোৱাৰ পূৰ্বে যোৱাকালি কেন্দ্ৰীয় চৰকাৰে কয় যে এয়াৰলাইনছ সমূহে কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহন মন্ত্ৰণালয়ে টিকটৰ মূল্যৰ ক্ষেত্ৰত বান্ধি দিয়া নীতি-নিৰ্দেশনা মানি চলিব লাগিব । দিল্লী আৰু মুম্বাইৰ মাজত বিমানৰ টিকটৰ মূল্য ৩৫০০ টকাৰ পৰা প্ৰায় ১০ হেজাৰ পৰ্যন্ত আগন্তুক তিনিমাহৰ বাবে হ’ব লাগিব বুলি বিভাগীয় মন্ত্ৰী হৰদীপ সিং পুৰীয়ে কয় । তেওঁ কয়, বিমানৰ যাত্ৰাৰ সময় সাতটা শ্ৰেণীত বিভক্ত কৰা হৈছে আৰু সেয়া হৈছে ০-৩০ মিনিট, ৩০-৬০ মিনিট, ৯০-২০মিনিট, ১২০-১৫০ মিনিট, ১৫০-১৮০ মিনিট আৰু ১৮০-২১০ মিনিট । উদাহৰণ স্বৰূপে দিল্লী মুম্বাইৰ বিমানৰ নূন্যতম ভাড়া ৩৫০০ আৰু অধিকতম ১০ হেজাৰ হ’ব লাগিব।এয়া আগন্তুক তিনিমাহৰ বাবে বলবৎ হ’বা ।

ADVERTISEMENT

তেওঁ কয় যে বিমানৰ ৪০ শতাংশ আসনৰ মূল্য সাধাৰণ মূল্যতকৈ ৫০ শতাংশ কম হ’বা লাগিব । উদাহৰণ স্বৰূপে দিল্লী-মুম্বাইৰ পথৰ সাধাৰণতে ভাড়া হয় নূন্যতম ৬৭০০ টকা। মুঠ বিমানৰ এক তৃতীয়াংশ চলিবলৈ দিয়া হ’ব। ইয়াৰ বাবে বান্ধি দিয়া নীতি নিয়মৰ ভিতৰত আছে বিমানত কোনেও খাদ্য খাব নোৱাৰিব, সকলো যাত্ৰীৰে শৰীৰত তাপমাত্ৰা জুখিব লাগিব আৰু বিমানৰ কৰ্মীসকলৰ বাবে সম্পূৰ্ণ সুৰক্ষিত পোছাক থাকিব লাগিব । ইপিনে, বিমানসমূহত বিশেষ সামাজিক দূৰত্ব বজাই ৰখাৰ বিষয়ে প্ৰকাশিত বাতৰি নুই কৰি মন্ত্ৰী পুৰীয়ে কয়, এই মুহূৰ্তৰ সিদ্ধান্ত অনুসৰি মাজৰ আসন খালী ৰখা নহ’ব।’ কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহণৰ মন্ত্ৰণালয়ে এইদৰেও কয় যে যিসকল যাত্ৰীৰ বয়স বা স্বাস্থ্যজনিত কাৰণত নিৰ্ধাৰিত তাৰিখত যাত্ৰাৰ বাবে বাধাপ্ৰাপ্ত হয় তেঁওলোকক কোনো জৰিমনা নোহোৱাকৈ যাত্ৰাৰ তাৰিখ সলনিৰ অনুমোদন দিব লাগিব ।

RelatedPosts

ইন্ধন সংকটত পৰা শ্ৰীলংকাক সহায়ৰ হাত ভাৰতৰ

আমেৰিকাত নতুনকৈ ত্রাস সৃষ্টি কৰিছে ক’ভিডে

‘লকডাউনৰ কোনো প্ৰস্তাৱ নাই, সকলো উৰাবাতৰি’! 

সকলো যাত্ৰীয়ে আৰোগ্য সেতু এপ পঞ্জীয়ন কৰিবা লাগিব। যদিহে তেওঁলোকৰ হাতত মোবাইল কাৰিকৰীভাৱে এই ক্ষেত্ৰত সমৰ্থ নহয় তেতিয়া তেওঁলোক উৰণৰ বাবে সক্ষম বুলি এখন প্ৰমাণপত্ৰ বা ঘোষণা দিব লাগিব। তেওঁলোক কোৱাৰেণ্টাইন হোৱা নাছিল বা কণ্টেইনমেণ্ট অথবা ৰেড জ’নৰ বাসিন্দা নহয় বুলিও ঘোষণা পত্ৰ দাখিল কৰিব লাগিব। আৰোগ্য সেতু এপত ‘ৰেড’ বুলি চিনাক্ত হোৱা সকলক ভ্ৰমণ কৰিবলৈ দিয়া নহ’ব। তদুপৰি যাত্ৰীসকলে বিমান যাত্ৰাৰ দুঘণ্টাৰ পূৰ্বে বিমানকোঠাত উপস্থিত হ’ব লাগিব আৰু একমাত্ৰ অনলাইন নিৰীক্ষণ পদ্ধতিৰ জৰিয়তে তেওঁলোকক যাবলৈ দিয়া হ’ব। ইপিনে, মন্ত্ৰী পুৰীয়ে কয় যে, বিমানৰ যাত্ৰীৰ কোৱাৰেন্টাইনক লৈ অযথা বিভ্ৰান্তিৰ সৃষ্টি কৰা হৈছে। বিমানত কোনো পজিটিভ যাত্ৰী যাব নোৱাৰিব আৰু কোনো লক্ষণ নোহোৱা যাত্ৰীও থাকিব পাৰে। কোৱাৰেন্টাইন বিষয়টো বাস্তৱসন্মতভাৱে বিবেচনা কৰিব লাগিব আৰু ১৪ দিনৰ কোৱাৰেন্টাইন বাস্তৱ নহয় । এইদৰে কয় মন্ত্ৰীজনে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Covid-19FIGHT AGAINST COVID-19indiaINDIA FIGHTS CORONALockdown
publisher

publisher

Related Posts

বিশ্বজুৰি খাদ্য সংকটৰ অশনি সংকেত: অনাহাৰত ২৬.৬ কোটি লোক
News

April 25, 2026
Bokakhat Road Accident:বোকাখাতৰ মেথনিৰ ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ গ’ল ৩ বাইক আৰোহীৰ
News

Bokakhat Road Accident:বোকাখাতৰ মেথনিৰ ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ গ’ল ৩ বাইক আৰোহীৰ

April 25, 2026
বিজেপিত যোগদানৰ ২৪ ঘণ্টাৰ ভিতৰতে ৰাঘৱ চাড্ডাৰ ১০ লাখ ফ’ল’ৱাৰ হ্ৰাস
India

বিজেপিত যোগদানৰ ২৪ ঘণ্টাৰ ভিতৰতে ৰাঘৱ চাড্ডাৰ ১০ লাখ ফ’ল’ৱাৰ হ্ৰাস

April 25, 2026
Two prisoners died mysteriously in Nagaon: নগাঁৱৰ দুখনকৈ কাৰাগাৰত দুই কয়দীৰ ৰহস্যজনক মৃত্যু
News

Two prisoners died mysteriously in Nagaon: নগাঁৱৰ দুখনকৈ কাৰাগাৰত দুই কয়দীৰ ৰহস্যজনক মৃত্যু

April 25, 2026
Pakistan Petrol-Diesel Price Hike:পাকিস্তানত পেট্ৰ’ল-ডিজেলৰ আকাশলংঘী মূল্যবৃদ্ধি
News

Pakistan Petrol-Diesel Price Hike:পাকিস্তানত পেট্ৰ’ল-ডিজেলৰ আকাশলংঘী মূল্যবৃদ্ধি

April 25, 2026
অষ্ট্ৰেলিয়াৰ পথত অগ্ৰসৰ নৰৱে, ১৬ অনূর্ধ্ব বয়সৰ বাবে নিষিদ্ধ হ’ব সামাজিক মাধ্যম
News

অষ্ট্ৰেলিয়াৰ পথত অগ্ৰসৰ নৰৱে, ১৬ অনূর্ধ্ব বয়সৰ বাবে নিষিদ্ধ হ’ব সামাজিক মাধ্যম

April 25, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d