পাক অধিকৃত কাশ্মীৰ ভাৰতৰে অংশ । ভুলবশত হ’লেও এই কথা স্বীকাৰ কৰিলে পাকিস্তানৰ এটা চৰকাৰী ৱেবছাইটে ৷ দেশখনৰ কৰ’না ভাইৰাছৰ সন্দৰ্ভত বা বাতৰি প্ৰচাৰ কৰা চৰকাৰী ৱেবছাইট “ডব্লিউ ডব্লিউ ডব্লিউ.ক’ভিড.গভ.পি কে’ত পাক অধিকৃত কাশ্মীৰৰ মানচিত্ৰৰ স’তে ভাৰতৰ মানচিত্ৰক সংযোগ কৰি প্ৰদৰ্শন কৰা হয় ৷ ভাৰতত কৰ’না সংক্ৰমণৰ বাতৰি এই ৱেবছাইট প্ৰচাৰ কৰিবলৈ গৈ ভুলবশত পাক অধিকৃত কাশ্মীৰক জম্মু কাশ্মীৰৰ অধীনস্থ অঞ্চল হিছাপে প্ৰদৰ্শন কৰা হৈছে । দেশখনৰ চৰকাৰী ৱেবছাইটে এইদৰে বিবাদমান পাক অধিকৃত কাশ্মীৰক ভাৰতৰ অংশ হিচাপে উল্লেখ কৰাক লৈ পাকিস্তানত তীব্ৰ প্ৰতিক্ৰিয়া অব্যাহত আছে ৷
অধিকৃত কাশ্মীৰ ভাৰতৰ অংশঃ চৰকাৰী ৱেবছাইটত ভুলবশত হ’লেও স্বীকাৰ পাকিস্তানৰ
-
By publisher

- Categories: COVID-19, News
- Tags: Imran khanNarendra ModiPakistan
Related Content
Delhi Airport:দিল্লী বিমানবন্দৰত দুই শতাধিক যাত্ৰী থকা ছুইছ বিমানত অগ্নিকাণ্ড
By
publisher
April 26, 2026
Guwahati Press Club:গুৱাহাটী প্ৰেছ ক্লাৱৰ উদ্যোগত পাঞ্জা চেম্পিয়নশ্বিপ ২০২৬'ৰ সফল সমাপ্তি
By
publisher
April 26, 2026
Uttar Pradesh Firing incident:উত্তৰ প্ৰদেশৰ বুলণ্ডশ্বহৰ খুৰজা নগৰৰ এটা জীমত গুলীচালনাৰ ঘটনা
By
publisher
April 26, 2026
Attack on US President Donald Trump:মাৰ্কিন ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পলৈ গুলীচালনা
By
publisher
April 26, 2026