Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    জীৱনযাত্ৰাৰ ব্যয়বৃদ্ধিৰ প্ৰতিবাদত ইটালীত হিংসাত্মক বিক্ষোভ

    বাংলাদেশ, নেপালৰ আৰ্হিত ভাৰততো চৰকাৰ ওফৰোৱাৰ চেষ্টা চলিছে

    বিমানত বহি থকা ৰাহুল গান্ধীৰ ছবি শ্বেয়াৰ কৰি বিজেপিৰ তীব্ৰ আক্ৰমণ

    মহানৱমীত দেৱী দুৰ্গাৰ আৰাধনাত মুখৰ ৰাজ্যৰ পূজা মণ্ডপ, ভক্তৰ সমাগম

    জীৱন-যাপনৰ ব্যয়বৃদ্ধি আৰু জনসেৱাৰ দুৰৱস্থাৰ প্ৰতিবাদত ফ্ৰান্সত বিক্ষোভৰ হিংসাত্মক ৰূপ

    অৱতৰণৰ পূৰ্বে বিপত্তি এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছৰ বিমানৰ, ১৪৮ যাত্ৰীসহ নিৰাপদে অৱতৰণ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    অচিনাকি নম্বৰৰ পৰিচয়ো হ’ব স্পষ্ট পহিলা নৱেম্বৰৰ পৰা নতুন নিয়ম

    আকাশলৈ উৰণ টেছলাৰ ৰ’ডষ্টাৰৰ, ভাইৰেল ভিডিঅ’

    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    চুলি সৰা কেনেকৈ বন্ধ কৰিব ?

    চুলি সৰা কেনেকৈ বন্ধ কৰিব ?

    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News National

Delhi Airport:দিল্লী বিমানবন্দৰত দুই শতাধিক যাত্ৰী থকা ছুইছ বিমানত অগ্নিকাণ্ড

প্ৰাণৰ মমতাত সকলো যাত্ৰী লৰাধপৰাকৈ বিমানৰ ভিতৰৰ পৰা ওলাই আহে , আহত হয় ছয় যাত্ৰী

publisher by publisher
April 26, 2026
in National, News
Reading Time: 1 min read
0
Delhi Airport:দিল্লী বিমানবন্দৰত দুই শতাধিক যাত্ৰী থকা ছুইছ বিমানত অগ্নিকাণ্ড
2
SHARES
16
VIEWS
ShareShareShareShare

RelatedPosts

Delhi Airport ;”আহক আমাক গ্ৰেপ্তাৰ কৰক”—বিমানত দিল্লী আৰক্ষীৰ লগত বিতৰ্ক ! অভিজিত, সৌৰভ, আৰু অন্যান্যক আটকৰ ভিডিঅ’ পোহৰলৈ

Delhi Airport Bomb Threat:দিল্লীৰ বিমান বন্দৰত বোমাতংক

Bihu Dance In G-20:পুনৰ বিহুক বিকৃত ৰূপত উপস্থাপন কৰা হ’ল জি-২০

Delhi Airport:

দৈনিক অগ্ৰদূত ডিজিটেল ডেক্স:-দিল্লী বিমানবন্দৰত শনিবাৰে পুৱতি নিশা সংঘটিত হয় এক ভয়ংকৰ অঘটন। দুই শতাধিক যাত্ৰী থকা বিমানত হঠাতে সংঘটিত হয় অগ্নিকাণ্ড। প্ৰাণৰ মমতাত বিমানত বহি থকা সকলো যাত্ৰী লৰাধপৰাকৈ ওলাই আহে বাহিৰলৈ ৷তৎমুহূৰ্ততে গক হাহাকাৰময় পৰিস্থিতি সৃষ্টি হয় ৷ এই লৰাধপৰাত আহত হয় ছয়গৰাকীকৈ যাত্ৰী। আনহাতে লগে লগে বিমানবন্দৰত থকা অগ্নিনিৰ্বাপক বাহিনীৰ কে’বাখনো গাড়ী উপস্থিত হৈ জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয় ৷

ADVERTISEMENT

উল্লেখ্য যে দিল্লীৰ পৰা ছুইজাৰলেণ্ডৰ জুৰিখ অভিমুখে যাত্ৰা কৰিবলগীয়া ছুইছ এয়াৰৰ বিমান SWR146ৰ উৰণৰ সময়ত বিমানখনৰ বাওঁফালৰ পৰা ধোঁৱা ওলোৱা দেখা গৈছিল I একেদৰে সোঁফালৰ লেণ্ডিং গিয়াৰৰ ওচৰত জুই লগা দেখা যায় ৷লগে লগে সম্পূৰ্ণ জৰুৰীকালীন অৱস্থা ঘোষণা কৰা হয়।

আনহাতে,দুৰ্ঘটনাৰ পিছত সতৰ্কতামূলক ব্যৱস্থা হিচাপে ২৮ নং ৰাণৱে বন্ধ কৰি দিয়া হয় ৷ যাৰ ফলত বিমানৰ কাৰ্য্যকলাপত সাময়িকভাৱে প্ৰভাৱ পৰে। বিমানবন্দৰৰ কৰ্মচাৰী আৰু উদ্ধাৰকাৰী দলৰ তৎকালীন ব্যৱস্থাৰ বাবে পৰিস্থিতি শীঘ্ৰে নিয়ন্ত্ৰণলৈ অনা হয়। দুৰ্ঘটনা সংঘটিত হোৱাৰ সময়ত বিমানখনত আছিল প্ৰায় ২৩২ জন যাত্ৰী আৰু ১৩ জন ক্ৰু মেম্বাৰ।

এই ঘটনাই যাত্ৰীসকলৰ মাজত আতংকৰ সৃষ্টি কৰে অৱশ্যে জৰুৰীকালীন স্লাইডৰ জৰিয়তে সকলো যাত্ৰীক নিৰাপদে উলিয়াই অনা হয়। জৰুৰীকালীন খালী কৰাৰ সময়ত ছয়জন যাত্ৰী সামান্য আঘাতপ্ৰাপ্ত হোৱাৰ লগতে চিকিৎসাধীন হৈ থকা বুলিও খবৰ পোৱা গৈছে। সকলো যাত্ৰী সুৰক্ষিত।

ইপিনে ছুইছ বিমান সংস্থাৰ এগৰাকী মুখপাত্ৰই জনোৱা মতে, শনিবাৰে পুৱতি নিশা প্ৰায় ১ বজাত এই ঘটনা সংঘটিত হয়। উৰণৰ সময়ত এটা ইঞ্জিন বিকল হোৱাৰ ফলত ক্ৰুৱে তৎক্ষণাত বিমানখন ৰখাই দিয়ে। সুৰক্ষাৰ কাৰণে সতৰ্কতামূলকভাৱে খালী কৰাৰ সিদ্ধান্ত লোৱা হৈছিল।

জৰুৰীকালীন স্লাইডৰ জৰিয়তে সকলো যাত্ৰী আৰু ক্ৰুক নিৰাপদে উলিয়াই অনা হয়। অৱশ্যে ৬ গৰাকী যাত্ৰীক চিকিৎসা পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হয়। বিমান সংস্থাটোৱে স্পষ্ট কৰি দিয়ে যে স্লাইড ব্যৱহাৰ কৰিব নোৱাৰা একাংশ যাত্ৰীৰ বাবে চিৰিৰ ব্যৱস্থা কৰা হৈছে।

আনহাতে এই সন্দৰ্ভত ছুইছবিমান সংস্থা আৰুদিল্লী বিমানবন্দৰ কৰ্তৃপক্ষই ক্ষীপ্ৰতাৰে তদন্ত আৰম্ভ কৰিছে। ইঞ্জিন বিকল হোৱাৰ কাৰণ আৰু অগ্নিকাণ্ডৰ তদন্ত অব্যাহত আছে। প্ৰথম অৱস্থাত ইয়াক কাৰিকৰী দোষ বুলি গণ্য কৰা হৈছে। বিমান সংস্থাটোৱে জনোৱা মতে, কাৰিকৰী বিশেষজ্ঞৰ এটা দল দিল্লীত উপস্থিত হৈ বিমানখন পৰিদৰ্শন কৰি পৰৱৰ্তী ব্যৱস্থা নিৰ্ধাৰণ কৰিব। ইয়াৰ উপৰিও যাত্ৰীসকলৰ সুবিধাৰ বাবে বিকল্প ভ্ৰমণৰ ব্যৱস্থা কৰা হৈছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: 6 Passengers Injureddelhi airportZurich Flight Fire
publisher

publisher

Related Posts

জীৱনযাত্ৰাৰ ব্যয়বৃদ্ধিৰ প্ৰতিবাদত ইটালীত হিংসাত্মক বিক্ষোভ
International

October 20, 2026
বাংলাদেশ, নেপালৰ আৰ্হিত ভাৰততো চৰকাৰ ওফৰোৱাৰ চেষ্টা চলিছে
India

বাংলাদেশ, নেপালৰ আৰ্হিত ভাৰততো চৰকাৰ ওফৰোৱাৰ চেষ্টা চলিছে

October 20, 2026
বিমানত বহি থকা ৰাহুল গান্ধীৰ ছবি শ্বেয়াৰ কৰি বিজেপিৰ তীব্ৰ আক্ৰমণ
India

বিমানত বহি থকা ৰাহুল গান্ধীৰ ছবি শ্বেয়াৰ কৰি বিজেপিৰ তীব্ৰ আক্ৰমণ

October 20, 2026
মহানৱমীত দেৱী দুৰ্গাৰ আৰাধনাত মুখৰ ৰাজ্যৰ পূজা মণ্ডপ, ভক্তৰ সমাগম
Assam

মহানৱমীত দেৱী দুৰ্গাৰ আৰাধনাত মুখৰ ৰাজ্যৰ পূজা মণ্ডপ, ভক্তৰ সমাগম

October 20, 2026
জীৱন-যাপনৰ ব্যয়বৃদ্ধি আৰু জনসেৱাৰ দুৰৱস্থাৰ প্ৰতিবাদত ফ্ৰান্সত বিক্ষোভৰ হিংসাত্মক ৰূপ
International

জীৱন-যাপনৰ ব্যয়বৃদ্ধি আৰু জনসেৱাৰ দুৰৱস্থাৰ প্ৰতিবাদত ফ্ৰান্সত বিক্ষোভৰ হিংসাত্মক ৰূপ

October 20, 2026
অৱতৰণৰ পূৰ্বে বিপত্তি এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছৰ বিমানৰ, ১৪৮ যাত্ৰীসহ নিৰাপদে অৱতৰণ
India

অৱতৰণৰ পূৰ্বে বিপত্তি এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছৰ বিমানৰ, ১৪৮ যাত্ৰীসহ নিৰাপদে অৱতৰণ

October 20, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d