ধিঙত উদ্ধাৰ বিৰল প্ৰজাতিৰ পেংগুলিন

মঙ্গলবাৰে

নিশা প্ৰায় ৭:৪৫বজাত ধিঙৰ ৰে’লৱে কলনিত উদ্ধাৰ হয় এক বিৰল প্ৰজাতিৰ পেংগুলিন। স্থানীয় ভদ্র বৰ্মন নামৰ লোকজনে ঘৰৰ পিছফালে উদ্ধাৰ কৰে। এই বিৰল প্ৰজাতিৰ প্ৰাণী বিধক চাবলৈ নিশাই ঘটনাস্থলীত উৎসুক জনতাৰ ভিৰ হয়। ইতিমধ্যে ঘটনাৰ বিষয়ে নগাঁও বন্যপ্ৰাণী বিভাগক খৱৰ দিয়া হৈছে।

 

Exit mobile version