Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    বংগৰ ফলাফলে নিৰ্ণয় কৰিব ২০২৯ৰ দিশ

    বংগৰ ফলাফলে নিৰ্ণয় কৰিব ২০২৯ৰ দিশ

    ওড়িশাত তাপপ্ৰবাহৰ মাজতে দুদিনত দুজনৰ মৃত্যু, হিটষ্ট্ৰোক সন্দেহ

    হঠাৎ নলবাৰী ষ্ট্ৰংৰুম পৰিদৰ্শন অসম প্ৰদেশ কংগ্ৰেছৰ দল

    ইৰাণ-আমেৰিকাৰ মাজত নতুন কূটনৈতিক তৎপৰতা, উত্তেজনা হ্ৰাসৰ সম্ভাৱনা

    গুজৰাটত ভয়ংকৰ হত্যাকাণ্ড !

    গুজৰাটত ভয়ংকৰ হত্যাকাণ্ড !

    ২৮ এপ্ৰিলত শ্বিলঙত নৱনিৰ্মিত ইণ্ডোৰ ক্রিকেট একাডেমিৰ উদ্বোধন

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

তলাবন্ধৰ মাজতে বছৰটোৰ অভাৱ পূৰ কৰিবলৈ পথাৰত নামিল কৃষক

publisher by publisher
May 28, 2020
in Assam, News
Reading Time: 1 min read
0
তলাবন্ধৰ মাজতে বছৰটোৰ অভাৱ পূৰ কৰিবলৈ পথাৰত নামিল কৃষক
2
SHARES
17
VIEWS
ShareShareShareShare

কৃষি প্ৰধান ৰাজ্যখনৰ কৃষকৰ বাবে এয়া খেতিত ব্ৰতী হোৱাৰ উপযুক্ত সময় । দেশত তলাবন্ধ অব্যাহত থকাৰ মাজতে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰৰ গ্ৰামাঞ্চলত বৰ্তমান কৃষক ৰাইজে আৰম্ভ কৰিছে কৃষিকৰ্ম । দুই এজাক বৰষুণত সেমেকি উঠা পথাৰসমূহত কৃষকসকলে চিকিমিকি পুৱাতে গৈ পূৰ্ণোদ্যমে হাল বোৱা কাৰ্য আৰম্ভ কৰিছে । উল্লেখ্য যে বৰ্তমান সময়ত কৃষিকৰ্মত নাঙলৰ ব্যৱহাৰ ক্ৰমান্বয়ে কমি আহিছে আৰু নাঙলত খৰচ কম যদিও সময় অলপ বেছি লাগে, কষ্ট বেছি হয় বাবেই ডাঙৰ অথবা সৰু ট্ৰেক্টৰখনেই এতিয়া খেতিয়কৰ একমাত্ৰ কৃষি সাৰথি হৈ পৰিছে।

ADVERTISEMENT

কৃষিৰ সন্দৰ্ভত তিতাবৰ মহকুমাৰ কে’বাজনো বয়োজ্যেষ্ঠ কৃষকৰ স’তে হোৱা বাৰ্তালাপত কয় যে, তলাবন্ধ বুলি এতিয়া কৃষিকৰ্মত নালাগিলে বছৰটোলৈ নাটনি হ’বগৈ । এইকেইদিন বতৰেও অলপ লগ দিছে। সেয়ে তেওঁলোকে প্ৰাৰম্ভিক কামবোৰ আৰম্ভ কৰিছে। কৃষকসকলক ধান খেতিত সাৰ প্ৰয়োগ কৰেনে বুলি সোধাত কয় যে, দুই-তিনিবছৰৰ ব্যৱধানত কেতিয়াবা খেতিত সাৰ প্ৰয়োগ কৰে । কিন্তু সাৰ প্ৰয়োগৰ পিছতো বিশেষ পাৰ্থক্য পৰিলক্ষিত নহয় । আজিকালি সাৰবোৰো ভেজাল হৈছে। সেয়ে ঘৰুৱাভাবে প্ৰস্তুত কৰা জৈৱিক সাৰহে প্ৰায়েই ব্যৱহাৰ কৰা হয় বুলি জানিবলৈ দিয়ে কৃষকসকলে।

RelatedPosts

Earthquake in Assam:পুৱাই ৰাজ্যত ভূমিকম্পৰ জোকাৰণি

শিলচৰত আৰক্ষীৰ বৃহৎ সফলতা

HSLC Result 2026:প্ৰকাশ পালে মেট্ৰিক পৰীক্ষাৰ ফলাফল

উল্লেখ্য যে, ধান উৎপাদনৰ ক্ষেত্ৰত তিতাবৰৰ এক সুকীয়া পৰিচয় আছে। তিতাবৰৰ চাউলে ৰাজ্যৰ বিভিন্ন বজাৰত বিশেষ স্থান লবলৈও সক্ষম হৈছে । মহকুমাটোৰ অন্তৰ্গত নগাবাট, বেকাজান, বৰহোলা, ইকৰাণি, ৰজাবাহৰ, চুঙী, মেলামাতি, বিৰিণাশায়েক, ৰজাবাৰী, মাধপুৰ আদি কেইবাটাও বৃহৎ অঞ্চলৰ প্ৰায় ৮০ শতাংশ লোক প্ৰত্যক্ষ আৰু পৰোক্ষভাবে কৃষি কৰ্মৰ লগত জড়িত । বৰষুণৰ টোপালকেইটাৰ ওপৰতে নিৰ্ভৰ কৰি প্ৰতি বছৰে ব’হাগৰ শেষৰ পৰাই এই অঞ্চলবোৰৰ কৃষকসকল কৃষি কৰ্মৰ বাবে সাজু হয় । ৰঞ্জিত, পংকজ, মাচুৰী, শালি, জহা আদিৰ বীজেৰে প্ৰায় দুমাহ মূৰৰ ঘাম মাটিত পেলাই পথাৰত কষ্ট কৰে কৃষকসকলে। চৰকাৰী সা-সুবিধা বুলিবলৈ এওঁলোকৰ একো নাই। ঘৰুৱাভাৱে সংৰক্ষিত বীজ আৰু পুৰণিকলীয়া পদ্ধতিৰেই কৃষি কৰ্ম কৰি বছৰে বছৰে ধানৰ ভাল উৎপাদন কৰিবলৈ চেষ্টা কৰি আহিছে।

কৃষকসকলে কয় যে, কেতিয়াবা চৰকাৰে উন্নত জাতৰ ধানৰ বীজ বিতৰণ কৰে ঠিকেই কিন্তু প্ৰায়েই সেই বীজবোৰৰ পৰা পতানহে উৎপাদন হয়। সেইবাবে আজিকালি চৰকাৰীভাৱে যোগান ধৰা বীজেৰে খেতি কৰিবলৈ ভয় লগা হৈছে। এইবোৰ কথা বিভাগীয় কৰ্তৃপক্ষক অভিযোগ কৰিলেও কোনো ধৰণৰ তদন্ত নহয় । ইফালে জলসিঞ্চন বুলিবলৈ তিতাবৰৰ পথাৰত এতিয়া একোৱেই নাই। সময় মতে বৰষুণ নহ’লে পানীৰ অভাৱত কৃষকসকলে মটৰ ব্যৱহাৰ কৰি অথবা পুখুৰি, খাল আদিৰ পৰা পথাৰলৈ পানী নিসিচিলে খেতি কৰাৰ অন্য উপায় নাথাকে বুলি দুখ প্ৰকাশ কৰে। চৰকাৰে কিছু লোকক দুহেজাকৈ টকা কৃষি সাহায্যৰ নামত দিয়াৰ বাদে সকলো ক্ষেত্ৰতে মাথো প্ৰৱঞ্চনা কৰিলে বুলিও অভিযোগ তোলে একাংশ কৃষকে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: AssamTitabor
publisher

publisher

Related Posts

বংগৰ ফলাফলে নিৰ্ণয় কৰিব ২০২৯ৰ দিশ
News

বংগৰ ফলাফলে নিৰ্ণয় কৰিব ২০২৯ৰ দিশ

April 28, 2026
ওড়িশাত তাপপ্ৰবাহৰ মাজতে দুদিনত দুজনৰ মৃত্যু, হিটষ্ট্ৰোক সন্দেহ
News

ওড়িশাত তাপপ্ৰবাহৰ মাজতে দুদিনত দুজনৰ মৃত্যু, হিটষ্ট্ৰোক সন্দেহ

April 27, 2026
হঠাৎ নলবাৰী ষ্ট্ৰংৰুম পৰিদৰ্শন অসম প্ৰদেশ কংগ্ৰেছৰ দল
News

হঠাৎ নলবাৰী ষ্ট্ৰংৰুম পৰিদৰ্শন অসম প্ৰদেশ কংগ্ৰেছৰ দল

April 27, 2026
ইৰাণ-আমেৰিকাৰ মাজত নতুন কূটনৈতিক তৎপৰতা, উত্তেজনা হ্ৰাসৰ সম্ভাৱনা
News

ইৰাণ-আমেৰিকাৰ মাজত নতুন কূটনৈতিক তৎপৰতা, উত্তেজনা হ্ৰাসৰ সম্ভাৱনা

April 27, 2026
গুজৰাটত ভয়ংকৰ হত্যাকাণ্ড !
India

গুজৰাটত ভয়ংকৰ হত্যাকাণ্ড !

April 27, 2026
২৮ এপ্ৰিলত শ্বিলঙত নৱনিৰ্মিত ইণ্ডোৰ ক্রিকেট একাডেমিৰ উদ্বোধন
India

২৮ এপ্ৰিলত শ্বিলঙত নৱনিৰ্মিত ইণ্ডোৰ ক্রিকেট একাডেমিৰ উদ্বোধন

April 27, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d