Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা 

    Sonam Raghuvanshi’s bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন

    Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা

    ছিকিমত কিশোৰ-কিশোৰীৰ স’তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

    Artificial Flood in China:কৃত্ৰিম বানত ডুবিল চীনৰ বাণিজ্যিক চহৰ গুৱাংচি

    উত্তৰপ্ৰদেশত আৰক্ষী ব্যৱস্থা শক্তিশালীকৰণত বৃহৎ পদক্ষেপ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home Uncategorized

অভি-নীল হত্যাকাণ্ডৰ দুবছৰ, আজিও ন্যায় নাপালে ভূক্তভোগী পৰিয়ালে

publisher by publisher
June 8, 2020
in Uncategorized
Reading Time: 1 min read
0
অভি-নীল হত্যাকাণ্ডৰ দুবছৰ, আজিও ন্যায় নাপালে ভূক্তভোগী পৰিয়ালে
2
SHARES
20
VIEWS
ShareShareShareShare

সমগ্ৰ দেশ কঁপোৱা অভিজিৎ-নীল হত্যাকাণ্ডই আজি দুটা বছৰ অতিক্ৰম কৰিলে। নিজৰ পুত্ৰক হেৰুৱাই চকুৰ পানীৰে বাট নেদেখা অৱস্থাৰ সৃষ্টি হোৱা অভিজিৎ নাথৰ পিতৃ অজিত নাথ, নিলোৎপল দাসৰ পিতৃ গোপাল চন্দ্ৰ দাসে ন্যায় প্ৰাপ্তিৰ বাবে আইনী যুঁজ অব্যাহত ৰাখিছে যদিও এই পৰ্যন্ত ন্যায় লাভ কৰিবলৈ সক্ষম হোৱা নাই। ফলত মানসিকভাৱে ভাগি পৰিছে এই দুৰ্ভগীয়া‌ পৰিয়াল দুটা । উল্লেখ্য যে বিগত ২০১৮ বৰ্ষৰ ৮ জুনত কাৰ্বি আংলং জিলাৰ ডকমকা থানাৰ অৰ্ন্তগত পাণজুৰি গাঁৱত সোপাধৰাৰ সন্দেহত গুৱাহাটীৰ দুই যুৱক ক্ৰমে অভিজিৎ নাথ আৰু নিলোৎপল দাসক একাংশ দুষ্কৃতিকাৰীয়ে অতি নৃশংস ভাৱে হত্যা কৰা কৰিছিল।

ADVERTISEMENT

এই ঘটনা সন্দৰ্ভত ডকমকা থানাত ৰুজু হোৱা ৩৩/২০১৮ নম্বৰৰ গোচৰৰ ভিত্তিত ডিফু আদালতত বিচাৰ প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছিল যদিও অভি-নীলৰ অভিভাৱকৰ এক লেখ আবেদনৰ ভিত্তিত গুৱাহাটী উচ্চ ন্যায়ালয়ে নিৰপেক্ষ তদন্তৰ স্বাৰ্থত গোচৰটি ডিফু আদালতৰ পৰিৱৰ্তে নগাঁও আদালতলৈ স্থানান্তৰ কৰিবলৈ নিৰ্দেশনা জাৰি কৰিছিল। সেই নিৰ্দেশনা অনুসৰিয়েই বিগত ২০১৮ বৰ্ষৰ ১৮ ছেপ্তেম্বৰত নগাঁৱৰ মুখ্য ন্যায়িক দণ্ডাধীশ সংগীতা গগৈ বৰাৰ আদালতত ৪৭ জন অভিযুক্তক হাজিৰ কৰোৱাৰ পিছত তেওঁলোকক নগাঁও কাৰাগাৰলৈ প্ৰেৰণ কৰিছিল।

RelatedPosts

কাৰ্বি আংলঙৰ ৪৪২ হেক্টৰ বনভূমি ধ্বংস কৰি জলবিদ্যুৎ প্রকল্প স্থাপনৰ প্ৰস্তুতি

কাৰ্বি আংলঙত বিধ্বস্ত বায়ুসেনাৰ যুদ্ধবিমান Su-30MKI

প্রিয় শিল্পীৰ গীত প্রতিধ্বনিত হৈছে সমাধিত

আনকি, আন এগৰাকী অভিযুক্ত নাবালক হোৱাৰ বাবে তেওঁক যোৰহাট শিশু গৃহত প্ৰেৰণ কৰা হৈছিল। পৰৱৰ্তী সময়ত একে বৰ্ষৰ ১০ অক্টোবৰ পুনৰ ৪৭ জন অভিযুক্তক নগাঁৱৰ জিলা আৰু সত্ৰ ন্যায়ধীশ ৰীতা কৰৰ আদালতত হাজিৰ কৰোৱা হয়। যিহেতু নগাঁৱৰ জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালততে গোচৰটোৰ বিচাৰ প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছিল, সেয়েহে সেই দিনা ৪৭ জন অভিযুক্তকেই আদালতত হাজিৰ কৰোৱা হয়। স্মৰ্তব্য যে, গোচৰটোৰ মুঠ ৪৮ জন অভিযুক্ত আছিল যদিও ইয়াৰে এগৰাকী নাবালক হোৱা হেতুকে তেওঁৰ বিচাৰ প্ৰক্ৰিয়া জুভেনাইল জাষ্টিচ ব’ৰ্ডত চলোৱা হয় ।

ইয়াৰ পৰৱৰ্তী সময়ত একে বৰ্ষৰ ৮ নৱেম্বৰ, ২২ নৱেম্বৰ আৰু ১ ডিচেম্বৰত অভিযুক্ত কেইজনক নগাঁও আদালতত হাজিৰ কৰোৱা হৈছিল। গোচৰটোৰ অভিযোগনামা দাখিলৰ পাছত বিগত ২০১৯ বৰ্ষৰ ৫ জানুৱাৰীৰ পৰা প্ৰথম সাক্ষ্য গ্ৰহণৰ প্ৰক্রিয়া আৰম্ভ হৈছিল। আনকি, ২ আৰু ১৬ ফেব্ৰুৱাৰীতো শুনানী গ্ৰহণ কৰাৰ পিছৰে পৰা কেবাটাও শুনানী আৰু সাক্ষ্য গ্ৰহণ কৰা হৈছে।

মুঠতে অভিযোগ গঠন প্ৰক্ৰিয়াৰ পিছত বিগত সময়চোৱাত বৰ্তমানলৈকে ২১ গৰাকী লোকৰ সাক্ষী গ্ৰহণ কৰা হয় যদিও পৰৱৰ্তীকালত তিনিজন চাক্ষুস সাক্ষী ক্ৰমে নোমল বসুমতাৰী, উজ্বল মেছ আৰু দ্বীপেন ৰংপীয়ে আৰক্ষীৰ আগত দিয়া ভাষ্য আদালতত বাৰম্বাৰ সলনি কৰাত আদালত বিপাঙত পৰিব লগা হয়। সেই অনুসৰি, সংশ্লিষ্ট আদালতে তেওঁ লোকৰ ক্ৰছ একজামিনেছন কৰি হোষ্টেইল কৰিছিল। এই সময়ছোৱাতেই অভিযুক্ত পক্ষৰ অধিবক্তাই একাধিকবাৰ অভিযুক্তৰ জামিন আবেদন জনাইছিল যদিও আদালতে সেই আবেদন খাৰিজ কৰে।

তাৰোপৰি, অন্য দুজন অভিযুক্ত জুভেনাইল বুলি দাবী কৰি আদালতত দৰ্খাস্ত দাখিল কৰিছিল যদিও আদালতে সেই আবেদনৰ শুনানি গ্ৰহণৰ পিছত তাকো খাৰিজ কৰে। গোচৰটোৰ বিচাৰ প্ৰক্ৰিয়াৰ দুবছৰীয়া কালত নগাঁও আদালতত বহু কেইটা শুনানি সম্পন্ন হয়। মনকৰিবলগীয়া যে গোচৰীয়া পক্ষৰ আবেদনৰ ভিত্তিত তেওঁলোকৰ অধিবক্তাৰ যুক্তি শুনাৰ পিছত অভিযুক্ত সকলৰ বিৰুদ্ধে সংশ্লিষ্ট আদালতে ভাৰতীয় দণ্ড বিধি আইনৰ অধীনত ৩০২ আৰু ১৪৯ ধাৰা অতিৰিক্ত ভাবে আৰোপ কৰা হৈছিল। সম্প্ৰতি তলাবন্ধৰ বাবে সাক্ষ্য গ্ৰহণ প্ৰক্ৰিয়াত কিছু ব্যাঘাত জন্মিছে। ইয়াৰ পিছত ভুক্তভোগী পৰিয়ালটোৰ বাবে ন্যায় লাভৰ অপেক্ষাৰ বাহিৰে আৰু বিকল্প নাইকিয়া হৈছে। অনাগত সময়ত লক্ষ্যনীয় হ’ব অভি-নীল হত্যাকাণ্ডৰ বিচাৰ প্ৰক্ৰিয়া কোন দিশে যায় !

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Abhijit NathDokmokaJusticeKARBI ANGLONGMob LynchingNilotpal Das
publisher

publisher

Related Posts

MP Development Fund:উন্নয়ন পুঁজিৰ সঠিক ব্যৱহাৰত ব্যৰ্থ ৰাজ্যৰ ২১জনকৈ সাংসদ
Uncategorized

April 26, 2026
Hatsingimari :প্ৰচণ্ড ধুমুহা-বৰষুণত ব্ৰহ্মপুত্ৰৰ মাজতে আৱদ্ধ যাত্ৰীবাহী নাও
Uncategorized

Hatsingimari :প্ৰচণ্ড ধুমুহা-বৰষুণত ব্ৰহ্মপুত্ৰৰ মাজতে আৱদ্ধ যাত্ৰীবাহী নাও

April 25, 2026
Tragic road accident in Tamulpur:পুৱাই তামুলপুৰ-নাগ্ৰীজুলী পথৰ নোৱাখাটত শোকাৱহ পথ দুর্ঘটনা
Uncategorized

Tragic road accident in Tamulpur:পুৱাই তামুলপুৰ-নাগ্ৰীজুলী পথৰ নোৱাখাটত শোকাৱহ পথ দুর্ঘটনা

April 25, 2026
Accident in Paltan Bazar:মহানগৰীৰ পল্টন বজাৰত ‘থাৰ’ৰ খুন্দাত প্রাণ গ’ল আঢ়ৈ বছৰীয়া কণমানি
Uncategorized

Accident in Paltan Bazar:মহানগৰীৰ পল্টন বজাৰত ‘থাৰ’ৰ খুন্দাত প্রাণ গ’ল আঢ়ৈ বছৰীয়া কণমানি

April 24, 2026
Victar Das Arrested:বহু বিতৰ্কিত ভিক্টৰ দাসক আটক জালুকবাৰী আৰক্ষীৰ
Uncategorized

Victar Das Arrested:বহু বিতৰ্কিত ভিক্টৰ দাসক আটক জালুকবাৰী আৰক্ষীৰ

April 24, 2026
Brutal murder in West Karbi Anglong:পশ্চিম কাৰ্বি আংলঙৰ দেৰামুখত কলিযুগৰ পৰশুৰাম !
Uncategorized

Brutal murder in West Karbi Anglong:পশ্চিম কাৰ্বি আংলঙৰ দেৰামুখত কলিযুগৰ পৰশুৰাম !

April 23, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d