Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    ‘দেউতাৰ বাবে গৰ্বিত’, পাক গুলীচালনাত নিহত সৈনিক ইমটিয়াজৰ পুত্ৰৰ ভাষ্য 

    সন্ত্ৰাসবাদ, কাশ্মীৰ, পানী! পাক প্ৰতিৰক্ষা মন্ত্ৰীয়ে ভাৰত আৰু পাকিস্তানৰ মাজত তিনিটা বিষয়ত আলোচনা বিচাৰিছে

    তথ্য লাভৰ বাবে ভাৰতীয় সেনাৰ পৰিচয় লৈ সাংবাদিকসকললৈ ফোন পাক চোৰাংচোৱাৰ!

    Kaliabar:সুদীৰ্ঘ ২৫ বছৰৰ পিছত অগপৰ দখলত কুঠৰী গাঁও পঞ্চায়ত

    Nagaon Panchayat Election Update:সংখ্যালঘু অধ্যূষিত সমষ্টিৰ বাহিৰে আন সকলো সমষ্টিতে ধূলিস্যাৎ কংগ্ৰেছ

    Panchayat Election Results:অখিল গগৈৰ শিৱসাগৰ সমষ্টিত বিজেপিৰ ৰাজকীয় উত্থান

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    অহা মাহৰ পৰা একাধিক ফোনত কাম নকৰিব হোৱাটছএপ !

    Game:ভাৰতত কম্পিউটাৰ গেমাৰসকলৰ ৪৪ শতাংশই মহিলা, ডেভেলপাৰ মাত্ৰ ১২ শতাংশ

    Facebook:এই ধৰণৰ কথা ফে’চবুকত পোষ্ট কৰিলে কাৰাগাৰত হ’ব পাৰে বন্দী !

    Google Chrome: সাৱধান ! Google Chrome ব্যৱহাৰকাৰীসকল পৰিব পাৰে হেকাৰৰ কৱলত !

    Maruti Suzuki car prices hikes:ফেব্ৰুৱাৰীৰ পৰা বৃদ্ধি পাব গাড়ীৰ দাম

    ONEPLUS 13 SERIES

    ONEPLUS 13 SERIES : গ্ৰাহকৰ বাবে সুখবৰ, এতিয়াই ক্ৰয় কৰক OnePlus 13 আৰু OnePlus 13R

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    প্ৰিয় খাদ্য খোৱাৰ পাছতো কেনেদৰে ফিট হৈ থাকে অভিনেত্ৰী ৰকুলপ্ৰীত সিং ? 

    ‘সন্ত্রাস সহ্য কৰা নহ’ব’, অক্ষয়ৰ পৰা কংগনালৈকে, ‘অপাৰেচন সিন্দূৰ’ৰ সন্দৰ্ভত কি ক’লে বলিউডে?

    কানাড়া বিতৰ্কত সোণু নিগমক বেংগালুৰু আৰক্ষীৰ চমন

    বলিউডত শোকৰ ছাঁ

    বলিউডত শোকৰ ছাঁ

    পহলগাম ট্রেজেডীত বিশেষ সিদ্ধান্ত শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ানৰ

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ফোন আসক্তিৰ বাবে আপোনাৰ সন্তানৰ আচৰণ সলনি হৈছে?

    দৈনিক এই পাঁচ খাদ্য গ্রহণে ধ্বংস কৰে হৰম’নৰ ভাৰসাম্য

    ডায়েবেটিছ আঁতৰ হ’ব! খালী পেটতে খাওক তিনি আহাৰ

    শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব

    শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব

    নতুন গৱেষণাত ওলাল বিশেষ তথ্য

    নতুন গৱেষণাত ওলাল বিশেষ তথ্য

    প্রেম আপোনাৰ বাবে বোজা হৈ পৰিছে নেকি?

    প্রেম আপোনাৰ বাবে বোজা হৈ পৰিছে নেকি?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home COVID-19

ব্ৰাজিলত আঠ লাখ লোক সংক্ৰমিত

publisher by publisher
June 12, 2020
in COVID-19, world
Reading Time: 1 min read
0
গোলাঘাটত কোৱাৰেন্টাইনত থকা ২১ জনৰ শৰীৰত ক’ভিড১৯
1
SHARES
13
VIEWS
ShareShareShareShare

কৰ’নাৰ আক্ৰমণত বিধ্বস্ত হৈছে ব্ৰাজিল। পৰিস্থিতিৰ ভয়াৱহতা স্পষ্ট কৰি বিগত ২৪ ঘণ্টাত দেশখনত নতুনকৈ এই মাৰাত্মক ৰোগত আক্ৰান্ত হৈছে ৩৩ হেজাৰ। মৃত্যু হৈছে ১২৭৮ জনৰ।আজি পর্যন্ত ব্ৰাজিলত মুঠ আক্ৰান্তৰ সংখ্যা ৭ লাখ ৭২ হেজাৰ ৪১৬ জন। কিছুদিন পূৰ্বৰে পৰা কৰ’না সংক্রান্তীয় তথ্য ফাদিল কৰাটো বন্ধ কৰিছিল ব্ৰাজিল চৰকাৰে । কিন্তু দেশখনৰ সৰ্ব্বোচ্চ আদালতৰ নিৰ্দেশৰ পাছত চৰকাৰৰ ৱেবচাইটত পুনৰ উপলব্ধ হৈছে ক’ভিড সম্পৰ্কীয় তথ্য। আদালতে নিৰ্দেশত কয় যে ৪৮ ঘণ্টাৰ ভিতৰত ব্ৰাজিল চৰকাৰে এই মহামাৰী তথ্য সাধাৰণ মানুহক দিব লাগিব। অন্যথা সাধাৰণ লোকৰ অধিকাৰ খৰ্ব কৰা হ’ব। কৰ’না সংক্ৰমণৰ গ্ৰাফলৈ চালে দেখা যায় যে ব্ৰাজিলৰ অৱস্থান আমেৰিকাৰ পাছতে।

ADVERTISEMENT

বিগত মাহতে বিশ্ব স্বাস্থ্য সংস্থাই ঘোষণা কৰিছিল যে ব্ৰাজিল আমেৰিকাৰ পৰৱৰ্তী কেন্দ্ৰ হ’ব । এই ঊৰ্দ্ধগামী ৰেকৰ্ড সংখ্যক সংক্ৰমণ যাতে বিশ্ববাসীয়ে গম পায় তাৰ ব্যৱস্থা কৰিছিল ব্ৰাজিলৰ প্ৰধানমন্ত্ৰীয়ে । পাছত অৱশ্যে প্ৰধানমন্ত্ৰী জেইৰ’ বল’ছ’নাৰোৱে টুইটাৰত এনেদৰে লিখিছে, ‘কোনো দেশৰ আক্ৰান্তৰ সংখ্যালৈ চাই দেশখনৰ বিচাৰ কৰাটো ভুল হ’ব। অৱশ্যে দেশৰ মানুহৰ বাবে চৰকাৰ সকলো সময়তে ওচৰতে আছে।’ ব্ৰাজিলৰ ইতিমধ্যে ৩৯ হেজাৰ লোকৰ মৃত্যু হৈছে। বিগত কিছুদিন ধৰি স্বাস্থ্য মন্ত্ৰণালয়ৰ ৱেবচাইট সঠিকভাৱে সক্ৰিয় হৈ থকা নাই। ইয়াৰ পূৰ্বে তথ্য গোপন কৰাৰ অভিযোগ উঠিছিল চীনৰ বিৰুদ্ধে।

RelatedPosts

যিকোনো সময়তে আৰম্ভ হ’ব পাৰে নতুন মহামাৰী : পুনৰ সকীয়নি বিশ্ব স্বাস্থ্য সংস্থাৰ 

Two children infected with SMPV for the first time in India:তলাবন্ধৰ দু:সহ স্মৃতিয়ে জোঁকাৰিছে দেশক

No need to worry about HMPV:এইছএমপিভিক লৈ উদ্বিগ্ন হোৱাৰ প্ৰয়োজন নাই কিন্তু সাৱধান !

Share this:

  • Click to share on X (Opens in new window) X
  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Click to share on Pinterest (Opens in new window) Pinterest
  • Click to share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: BrazilCORONAVIRUSCovid-19WHOWORLD FIGHTS CORONA
publisher

publisher

Related Posts

UK Company AstraZeneca Will Withdraw its COVID-19 Vaccine:বিশ্বজুৰি কভিশ্বিল্ডৰ পার্শ্বক্ৰিয়া !
India

May 8, 2024
NASA’s Special Satellite Discovered ‘Super Earth:নাছাৰ বিশেষ উপগ্রহই আৱিষ্কাৰ কৰিলে ‘ছুপাৰ আৰ্থ’
International

February 5, 2024
Nasa:বন্ধু গ্ৰহত প্ৰাণৰ সম্ভাৱনা নস্যাৎ কৰিলে নাছাই
International

Nasa:বন্ধু গ্ৰহত প্ৰাণৰ সম্ভাৱনা নস্যাৎ কৰিলে নাছাই

November 23, 2023
‘Disease X’ Looms As A Potential Global Threat:কৰ’নাতকৈ সাত গুণ বেছি প্রাণঘাতী ‘ডিজিজ এক্স’!
International

‘Disease X’ Looms As A Potential Global Threat:কৰ’নাতকৈ সাত গুণ বেছি প্রাণঘাতী ‘ডিজিজ এক্স’!

September 27, 2023
India’s Sun Mission Aditya-L1 Takes Selfie, Clicks Images Of Earth, Moon:আদিত্য এল ৱানে ইছৰ’লৈ প্ৰেৰণ কৰিলে চন্দ্ৰ আৰু পৃথিৱীৰ ফটো

September 7, 2023
Aditya L1 Launch Successful:পুনৰ ইতিহাস ৰচি ভাৰতৰ আদিত্য এল-১ৰ অভিযান

September 2, 2023
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d