Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    টিংখাঙৰ ৰাজগড়ত শিক্ষকৰ প্ৰহাৰত চিকিৎসাধীন ছাত্ৰী

    Pijush Hazarika:নিবিদা লাভ কৰিও কর্তব্যত গাফিলতি কৰা জলসিঞ্চন বিভাগৰ ঠিকাদাৰক কঠোৰ সকীয়নি জলসিঞ্চন মন্ত্ৰীৰ

    Sarupathar CDSP Arrested:সৰুপথাৰ সমজিলাৰ CDSP দ্বীপেন পাটৰক গ্ৰেপ্তাৰ

    Guwahati:মহানগৰীত প্রবঞ্চনাৰ অভিযোগত গ্ৰেপ্তাৰ অসম সচিবালয়ৰ বিষয়া

    গোলাঘাটৰ পুলস্ত্য পূজাৰীয়ে দীর্ঘদিনীয়া সাধনাৰে প্ৰস্তুত কৰিছে সুৰা ত্যাগ কৰা বনৌষধি

    ATASU Protest Rally in Sivsagar:বানাক্রান্তক উচিত ক্ষতিপূৰণ দিয়াৰ দাবীত শিৱসাগৰত টাই আহোম ছাত্ৰ সন্থাৰ বিশাল গণ সমাৱেশ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

আৰব উপদ্বীপৰ শুকান মৰুপ্ৰান্তত উদ্ধাৰ এক লাখ ১৫ হেজাৰ পুৰণি মানৱ পদচিহ্ন

সদৰী কৰিলে মেক্সপ্লাং ইনষ্টিটিউটে

publisher by publisher
March 5, 2026
in News, world
Reading Time: 1 min read
0
আৰব উপদ্বীপৰ শুকান মৰুপ্ৰান্তত উদ্ধাৰ এক লাখ ১৫ হেজাৰ পুৰণি মানৱ পদচিহ্ন
2
SHARES
18
VIEWS
ShareShareShareShare

RelatedPosts

Pranay Bordoloi:আফ্ৰিকা মহাদেশৰ সৰ্বোচ্চ শিখৰ কিলিমাঞ্জাৰো আৰোহণকাৰী প্ৰণয় বৰদলৈক দল- সংগঠনৰ সম্বৰ্ধনা

তিনিটা দৈত্যকায় বান্ধ বান্ধিছে ছৌদি আৰবে আকর্ষিত হৈছে সমগ্ৰ বিশ্বৰ পৰ্যটক

চৌদি আৰবত ক্ষেপণাস্ত্ৰ আক্ৰমণ: নিহত নহয়, আঘাতপ্ৰাপ্ত ভাৰতীয় নাগৰিক—সংশোধন কৰিলে চৌদি প্ৰশাসনে

Africa:✒️সম্প্ৰতি বিশ্বৰ সবাতোকৈ শুকান প্ৰান্তৰ অন্যতম হৈছে আৰব উপদ্বীপৰ নেফুদ মৰুভূমি। শেহতীয়াভাৱে এই মৰুভূমিতে এক অবিশ্বাস্য আৱিষ্কাৰ সংঘটিত হৈছে। শুকান আৰু নির্জন এই মৰুপ্ৰান্তত একাংশ বিজ্ঞানীয়ে উদ্ধাৰ কৰিছে এক লক্ষৰো অধিক বছৰ পুৰণি মানৱ পদচিহ্ন। ইয়াৰ লগে লগে পৃথিৱীত মানুহৰ বসবাস বা বিচৰণ সম্বন্ধীয় ইতিহাসত এক নতুন অধ্যায়ৰ সংযোজন ঘটিছে।

ADVERTISEMENT

উল্লেখ্য যে আৰব উপদ্বীপৰ এই অঞ্চলসমূহত মানুহৰ বিচৰণ সম্পৰ্কীয় বিষয়ক লৈ দীর্ঘকাল ধৰি প্ৰত্ন-নৃতত্ত্ববিদসকলৰ মাজত বিতর্ক চলি আহিছে। ইয়াৰ পূৰ্বে নেফুদ মৰুভূমিত শিলৰ সঁজুলি উদ্ধাৰ হয়। ইয়ে তেতিয়াই আভাস দিয়ে যে এই মৰুপ্ৰান্তত ইতিহাসে ঢুকি নোপোৱা যুগত মানুহে বিচৰণ কৰিছিল।

অৱশ্যে সেয়াই অঞ্চলটোত মানুহৰ বিচৰণ সম্পৰ্কীয় তথ্য প্ৰমাণৰ বাবে যথেষ্ট নাছিল বুলি একাংশ নৃতত্ত্ববিদসকলে দাবী কৰিবলৈ ধৰে। ইয়াকে চর্চা হৈ থকাৰ সময়তে শেহতীয়াভারে নেফুদ মৰুভূমিৰ আলাথাৰ অঞ্চলত লক্ষ বছৰ পুৰণি মানুহৰ পদচিহ্ন উদ্ধাৰ হৈছে।

বিজ্ঞানীসকলে এই পদচিহ্ন এক লাখ ১৪ হেজাৰ বছৰ পুৰণি বুলি পৰীক্ষাৰ জৰিয়তে প্ৰমাণ কৰিছে। মৰুভূমিৰ এটা তৰাং পানীখাদত প্রাচীন মানুহৰ এই পদচিহ্ন উদ্ধাৰ হয়। মানুহৰ পদচিহ্নৰ লগতে খাদটোত বৃহৎ স্তন্যপায়ী প্রাণীৰো পদচিহ্ন উদ্ধাৰ হয়।

ইয়ে প্রাচীন কালত এই অঞ্চলটো জৈৱ-বৈচিত্র্যৰ এক আভাস দিয়ে বুলিও বিজ্ঞানীসকলে মতপোষণ কৰিছে। এই আলাথাৰৰ তৰাং পানীৰ খাদটোত প্রাচীন মানুহৰ পদচিহ্ন উদ্ধাৰ হোৱাৰ কথা ঘোষণা কৰিছে জাৰ্মানীৰ মেক্সপ্লাং ইনষ্টিটিউট ফৰ কেমিকেল ইক’ল’জি প্রতিষ্ঠানে।

বৈজ্ঞানিক পৰীক্ষাৰ জৰিয়তে এই পদচিহ্নসমূহৰ বয়স লক্ষ বছৰ পুৰণি বুলি প্রতিপন্ন কৰা হৈছে। অর্থাৎ ইয়াৰ জৰিয়তে প্রমাণ হয় আধুনিক মানুহে (হ’ম’ ছেপিয়েন্স) একালত এই মৰুপ্ৰান্ততো বাস কৰিছিল। মুঠতে এই স্থানত বিজ্ঞানীসকলে মানুহৰ ৩৭৬টা পদচিহ্ন উদ্ধাৰ কৰে। তদুপৰি মানুহৰ এই পদচিহ্নসমূহৰ লগতে প্রাচীন প্ৰাণীৰ ৩৬৯টা পদচিহ্নও উদ্ধাৰ হয়।

পদচিহ্ন পৰীক্ষা কৰি বিজ্ঞানীসকলে এই প্রাচীন প্রাণীসমূহ উট বা হাতীৰ আছিল বুলি মন্তব্য কৰিছে। অৱশ্যে পুৰাতাত্ত্বিক অধ্যয়নত এই মৰুপ্ৰান্তত কোনো শিলৰ আহিলা বা প্ৰাণীৰ কংকাল উদ্ধাৰ হোৱা নাছিল। শেহতীয়াভাৱে বিজ্ঞানীসকলে উদ্ধাৰ কৰা এই পদচিহ্নসমূহ এটা কার্বোনেটৰ স্তৰৰ তলত সংৰক্ষণ কৰা হৈছে।

এই মানৱ পদচিহ্নসমূহত গোৰোহা, বুঢ়াআঙুলি আদি স্পষ্টভাৱে আছে। ইয়াৰ জৰিয়তে এটা কথা স্পষ্ট হয় যে তেতিয়াৰ মানুহৰে আজিৰ যুগৰ মানুহৰ দৰে শৰীৰৰ বিভিন্ন অংগৰ গঠন হৈছিল। এই সম্পৰ্কীয় কাৰিকৰী প্রতিবেদন ছায়েন্স এডভান্সেছ নামৰ বিজ্ঞান আলোচনীত প্রকাশ পাইছে।

আনহাতে, যিটো তৰাং খাদত মানুহ আৰু আন প্রাণীসমূহৰ এই পদচিহ্ন উদ্ধাৰ হয়, সেই খাদৰ অৱশেষ পৰীক্ষাৰ জৰিয়তে বিজ্ঞানীসকলে প্ৰমাণ কৰিছে যে এই খাদটো একালত পানীৰে ভৰপূৰ আছিল। তেতিয়া খাদটোক সেউজ ঘাঁহনিৰে আগুৰি ধৰি আছিল। ফলত সেই দিনত এই শুকান মৰুপ্ৰান্তত জীৱৰ বাসোপযোগী আছিল।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: AfricaSaudi Arabia
publisher

publisher

Related Posts

টিংখাঙৰ ৰাজগড়ত শিক্ষকৰ প্ৰহাৰত চিকিৎসাধীন ছাত্ৰী
Assam

September 10, 2026
Pijush Hazarika:নিবিদা লাভ কৰিও কর্তব্যত গাফিলতি কৰা জলসিঞ্চন বিভাগৰ ঠিকাদাৰক কঠোৰ সকীয়নি জলসিঞ্চন মন্ত্ৰীৰ
Assam

Pijush Hazarika:নিবিদা লাভ কৰিও কর্তব্যত গাফিলতি কৰা জলসিঞ্চন বিভাগৰ ঠিকাদাৰক কঠোৰ সকীয়নি জলসিঞ্চন মন্ত্ৰীৰ

September 10, 2026
Sarupathar CDSP Arrested:সৰুপথাৰ সমজিলাৰ CDSP দ্বীপেন পাটৰক গ্ৰেপ্তাৰ
Assam

Sarupathar CDSP Arrested:সৰুপথাৰ সমজিলাৰ CDSP দ্বীপেন পাটৰক গ্ৰেপ্তাৰ

September 10, 2026
Guwahati:মহানগৰীত প্রবঞ্চনাৰ অভিযোগত গ্ৰেপ্তাৰ অসম সচিবালয়ৰ বিষয়া
Assam

Guwahati:মহানগৰীত প্রবঞ্চনাৰ অভিযোগত গ্ৰেপ্তাৰ অসম সচিবালয়ৰ বিষয়া

September 10, 2026
গোলাঘাটৰ পুলস্ত্য পূজাৰীয়ে দীর্ঘদিনীয়া সাধনাৰে প্ৰস্তুত কৰিছে সুৰা ত্যাগ কৰা বনৌষধি
Assam

গোলাঘাটৰ পুলস্ত্য পূজাৰীয়ে দীর্ঘদিনীয়া সাধনাৰে প্ৰস্তুত কৰিছে সুৰা ত্যাগ কৰা বনৌষধি

September 10, 2026
ATASU Protest Rally in Sivsagar:বানাক্রান্তক উচিত ক্ষতিপূৰণ দিয়াৰ দাবীত শিৱসাগৰত টাই আহোম ছাত্ৰ সন্থাৰ বিশাল গণ সমাৱেশ
Assam

ATASU Protest Rally in Sivsagar:বানাক্রান্তক উচিত ক্ষতিপূৰণ দিয়াৰ দাবীত শিৱসাগৰত টাই আহোম ছাত্ৰ সন্থাৰ বিশাল গণ সমাৱেশ

September 10, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d