Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    বিশেষভাৱে সক্ষম সৰভোগৰ সুমিতা দাসৰ সাফল্য

    ব্ৰহ্মপুত্ৰৰ খহনীয়াগ্ৰস্তত সৰ্বস্বান্ত হোৱা ছাত্ৰীৰ সাফল্য

    দোকানতে বহি অধ্যয়ন, বিজ্ঞান শাখাত ৯০.২%ৰে উজ্বলিল মমিনুৰ ইছলাম

    আৰ্থিক দৈন্য হেঙাৰ নহয় সাফল্য অৰ্জনত

    আৰ্থিক দৈন্য হেঙাৰ নহয় সাফল্য অৰ্জনত

    দুদিনী গাঁৱৰ কন্যা অমিকা দৈমাৰীৰ সাফল্য

    দুদিনী গাঁৱৰ কন্যা অমিকা দৈমাৰীৰ সাফল্য

    উচ্চতৰ মাধ্যমিকত পি এমশ্ৰী মঙলদৈ নগৰ বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ জয়যাত্ৰা

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home COVID-19

দেশৰ মুখ্যমন্ত্ৰীৰ লগত আলোচনা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

publisher by publisher
June 16, 2020
in COVID-19, India, News
Reading Time: 1 min read
0
দেশৰ মুখ্যমন্ত্ৰীৰ লগত আলোচনা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ
0
SHARES
3
VIEWS
ShareShareShareShare

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এক ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে ২১খন ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলৰ লগত তলাবন্ধ তথা কৰ’না ভাইৰাছৰ সন্দৰ্ভত আলোচনা কৰে ৷এই সময়ত প্ৰধানমন্ত্ৰী মোদীয়ে কৰ’না ভাইৰাছৰ ওপৰত চৰকাৰৰ পদক্ষেপ,ৰাজ্যবাসীৰ সহযোগিতা,কৰ’না ভাইৰাছৰ পৰা পৰিত্ৰাণ পোৱাৰ উপায়,তলাবন্ধৰ প্ৰভাৱ আৰু আৰ্থিক অৱস্থাৰ ওপৰত মতবিনিময় কৰে ৷লগতে মোদীয়ে কয় যে দেশৰ বৃহৎ অৰ্থনৈতিক বিশেষজ্ঞসকলে তলাবন্ধৰ ওপৰত চৰ্চা অব্যাহত ৰাখিছে ৷ মুখ্যমন্ত্ৰীসকলৰ স’তে হোৱা আলোচনাত প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে,

ADVERTISEMENT

ভাৰতত কৰ’নাত আক্ৰান্ত হৈ সুস্থ হোৱা লোকৰ সংখ্যা অন্যান্য দেশতকৈ সৰ্বাধিক ৷ কৰ’নাত আক্ৰান্ত বিশ্বৰ অন্যান্য দেশসমূহৰ প্ৰসংগ উল্লেখ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে আমাৰ দেশৰ জনসংখ্যাৰ তুলনাত কৰ’নাত আক্ৰান্তৰ সংখ্যা সীমিত ৷কৰ’নাৰ সন্দৰ্ভত ভৱিষ্যতে অধ্যয়ন কৰিলে ভাৰতৰ নাম উদাহৰণ হিছাপে লোৱা হ’ব ৷ কাৰণ ভাৰতে সকলোৰে সহযোগিতাৰে কৰ’নাক প্ৰতিৰোধ কৰিছে।

RelatedPosts

ছিকিমত কিশোৰ-কিশোৰীৰ স’তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

বংগৰ ফলাফলে নিৰ্ণয় কৰিব ২০২৯ৰ দিশ

২৮ এপ্ৰিলত শ্বিলঙত নৱনিৰ্মিত ইণ্ডোৰ ক্রিকেট একাডেমিৰ উদ্বোধন

ইয়াৰ উপৰিও বিশ্বৰ অন্যান্য দেশৰ তুলনাত কৰ’নাত আক্ৰান্ত হৈ ভাৰতত মৃত্যু হোৱা লোকৰ সংখ্যা কম ।কৰ’না মহামাৰীৰ সময়ত ভাৰতে আৰ্থিক অৱস্থাটো টনকিয়াল কৰি ৰাখিছে। বিগত দুসপ্তাহৰ আনলক ১ য়ে প্ৰমাণ কৰিছে যে কৰ’না প্ৰতিৰোধৰ কাৰণে দিয়া নীতি নিয়ম মানি চলিলে আৰ্থিক ক্ষেত্ৰৰ লগতে অন্যান্য দিশত ক্ষতিৰ পৰিমাণ সীমিত হ’ব ৷

মাস্ক পৰিধান কৰাৰ সন্দৰ্ভত উল্লেখ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে মাস্ক পৰিধান কৰাটো অত্যন্ত জৰুৰী ৷মাস্ক পৰিধান নকৰাকৈ ঘৰৰ পৰা বাহিৰলৈ ওলালে নিজৰে নহয় আনৰো ক্ষতি হয় ৷গতিকে সকলোৱে সামাজিক দূৰত্ব বজাই ৰখাৰ লগতে হাত ধোৱা,চেনিটাইজাৰ ব্যৱহাৰ কৰাটো প্ৰয়োজন ৷

সম্প্ৰতি ব্যক্তিগত অফিচৰ লগতে চৰকাৰী অফিচসমূহ খোলা হৈছে ৷গতিকে অকনমান অসাৱধানতাই আমাৰ সকলোৰে জীৱনলৈ ভয়াৱহতা কঢ়িয়াই আনিব ৷গতিকে কৰ’নাক আমি যিমান নিয়ন্ত্ৰণ কৰিম সিমানেই আমাৰ অৰ্থনৈতিক দুৱাৰ মুকলি হোৱাৰ লগতে অফিচ,পৰিবহন আদি খুলিব বুলি মন্তব্য কৰে প্ৰধানমন্ত্ৰী মোদীয়ে ।

অনাগত দিনত হোৱা অৰ্থনৈতিক বিস্তাৰত সকলোৰে লাভাম্বিত হ’ব ৷ইতিমধ্যে আৰ্থিকভাৱে বিভিন্ন ক্ষেত্ৰত ভাৰত আগবাঢ়ি গৈছে ৷লগতে এই ক্ষেত্ৰত ক্ষুদ্ৰ উদ্যোগেও যথেষ্ট সহায় কৰিছে ।

ইফালে কৃষকসকলৰ প্ৰসংগ উল্লেখ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে উত্তৰ পূব আৰু আদিবাসীসকলৰ অঞ্চলত কৃষিৰ নতুন নতুন সুবিধা উপলব্ধ হ’ব ৷ তেতিয়া কৃষকসকলৰ আয়ও বৃদ্ধি পাব ৷

আনহাতে মোদীয়ে কাইলৈ অৰ্থাৎ বুধবাৰেও মহাৰাষ্ট্ৰ,দিল্লী,ৰাজস্থান,মধ্য প্ৰদেশ,উত্তৰ প্ৰদেশ,হাৰিয়ানা আৰু পশ্চিম বংগৰ লগতে ১৫ খন ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলৰ লগত মতবিনিময় কৰিব। ষষ্ঠবাৰৰ কাৰণে মুখ্যমন্ত্ৰীসকলৰ স’তে মতবিনিময় কৰা মোদীয়ে কৰ’না ভাইৰাছৰ সন্দৰ্ভত আলোচনা কৰিব ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Corona VirusCovid-19India covid19Narendra Modi
publisher

publisher

Related Posts

বিশেষভাৱে সক্ষম সৰভোগৰ সুমিতা দাসৰ সাফল্য
Assam

April 30, 2026
ব্ৰহ্মপুত্ৰৰ খহনীয়াগ্ৰস্তত সৰ্বস্বান্ত হোৱা ছাত্ৰীৰ সাফল্য
Assam

ব্ৰহ্মপুত্ৰৰ খহনীয়াগ্ৰস্তত সৰ্বস্বান্ত হোৱা ছাত্ৰীৰ সাফল্য

April 30, 2026
দোকানতে বহি অধ্যয়ন, বিজ্ঞান শাখাত ৯০.২%ৰে উজ্বলিল মমিনুৰ ইছলাম
News

April 29, 2026
আৰ্থিক দৈন্য হেঙাৰ নহয় সাফল্য অৰ্জনত
News

আৰ্থিক দৈন্য হেঙাৰ নহয় সাফল্য অৰ্জনত

April 29, 2026
দুদিনী গাঁৱৰ কন্যা অমিকা দৈমাৰীৰ সাফল্য
News

দুদিনী গাঁৱৰ কন্যা অমিকা দৈমাৰীৰ সাফল্য

April 29, 2026
উচ্চতৰ মাধ্যমিকত পি এমশ্ৰী মঙলদৈ নগৰ বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ জয়যাত্ৰা
News

উচ্চতৰ মাধ্যমিকত পি এমশ্ৰী মঙলদৈ নগৰ বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ জয়যাত্ৰা

April 29, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d