পেট্ৰ’ল-ডিজেলৰ ব্যাপক মূল্যবৃদ্ধি বাবেই বাহন চলাব নোৱাৰিব দেশৰ প্ৰধানমন্ত্ৰীয়ে ঘোৰাগাড়ীত যাতায়াত কৰা প্ৰতিকীৰে বুধবাৰে মহানগৰীত প্ৰতিবাদ সাব্যস্ত কৰে কংগ্ৰেছে | উল্লেখ্য যে একাধাৰে ইন্ধনৰ মুল্যবৃদ্ধিৰ লগতে বিজেপি চৰকাৰৰ জনবিৰোধী কাম-কাজৰ বিৰুদ্ধে বুধবাৰে ৰাজীৱ ভৱনৰ সমুখত প্ৰদেশ কংগ্ৰেছে এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে। বহুকেইটা সমস্যা সমাধানৰ দাবীত ৰূপায়িত এই দুঘন্টীয়া অৱস্থান ধৰ্মঘট শীৰ্ষক প্ৰতিবাদত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ, প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰা আৰু উপ-সভাপতি ৰকিবুল হুচেইনকে ধৰি প্ৰায় শতাধিক কংগ্ৰেছ কৰ্মীয়ে কাৰ্যসূচীত অংশ লয় l
পেট্ৰ’ল-ডিজেলৰ মূল্যবৃদ্ধিঃ মহানগৰীত ঘোৰা গাড়ীত প্ৰধানমন্ত্ৰী
-
By publisher

- Categories: Assam, City, India, News
- Tags: BJPGuwahatiNarendra ModiPETROL-DIESEL PRICE
Related Content
Delhi Airport:দিল্লী বিমানবন্দৰত দুই শতাধিক যাত্ৰী থকা ছুইছ বিমানত অগ্নিকাণ্ড
By
publisher
April 26, 2026
Guwahati Press Club:গুৱাহাটী প্ৰেছ ক্লাৱৰ উদ্যোগত পাঞ্জা চেম্পিয়নশ্বিপ ২০২৬'ৰ সফল সমাপ্তি
By
publisher
April 26, 2026
Uttar Pradesh Firing incident:উত্তৰ প্ৰদেশৰ বুলণ্ডশ্বহৰ খুৰজা নগৰৰ এটা জীমত গুলীচালনাৰ ঘটনা
By
publisher
April 26, 2026
Attack on US President Donald Trump:মাৰ্কিন ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পলৈ গুলীচালনা
By
publisher
April 26, 2026