মুম্বাইৰ বিখ্যাত তাজ হোটেলক উৰুৱাই দিয়াৰ ভাবুকি আহিছে পাকিস্তানৰ পৰা ৷ সন্ত্ৰাসবাদী সংগঠন লস্কৰ ই তৈবাৰ সদস্য বুলি নিশা ১২.৩০ অহা এটা ফোনকলৰ জৰিয়তে কোনো ব্যক্তিয়ে হোটেলখনলৈ দিয়া ভাবুকিৰ পিছতেই সম্প্ৰতি সুৰক্ষা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে ৷ উল্লেখযোগ্য যে ২০০৮ ৰ ২৬ নবেম্বৰত অত্যাধুনিক অস্ত্ৰ শস্ত্ৰৰে সজ্জিত পাকিস্তানৰ লস্কৰ -ই-তৈবাৰ ১০ জন সন্ত্ৰাসবাদীয়ে এক ভয়ংকৰ আক্ৰমণ কৰিছিল ৷ এই আক্ৰমণত ১৬৬ জন লোকে প্ৰাণ হেৰুৱাইছিল ৷ আৰু আহত হৈছিল প্ৰায় ৩০০ জন ৷ মুম্বাইৰ তাজ হোটেলৰ এই আক্ৰমণ আছিল ভাৰতীয় ইতিহাসৰ ভয়ংকৰ ঘটনা।
মুম্বাইৰ তাজ হোটেলত আক্ৰমণৰ ষড়যন্ত্ৰ পাকিস্তানৰ
-
By publisher

954510142
Related Content
Delhi Airport:দিল্লী বিমানবন্দৰত দুই শতাধিক যাত্ৰী থকা ছুইছ বিমানত অগ্নিকাণ্ড
By
publisher
April 26, 2026
Guwahati Press Club:গুৱাহাটী প্ৰেছ ক্লাৱৰ উদ্যোগত পাঞ্জা চেম্পিয়নশ্বিপ ২০২৬'ৰ সফল সমাপ্তি
By
publisher
April 26, 2026
Uttar Pradesh Firing incident:উত্তৰ প্ৰদেশৰ বুলণ্ডশ্বহৰ খুৰজা নগৰৰ এটা জীমত গুলীচালনাৰ ঘটনা
By
publisher
April 26, 2026
Attack on US President Donald Trump:মাৰ্কিন ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পলৈ গুলীচালনা
By
publisher
April 26, 2026