Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025

    তামিলনাডুত নতুন যুগৰ সূচনা! 

    দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

    ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ

    বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

    মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

    অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

চিৰাঙৰ জিলা সদৰ কাজলগাঁওৰ এশখন বিচনাৰ জেএচবি অসামৰিক চিকিৎসালয়  মাত্ৰ এজন চিকিৎসকেই প্ৰসূতি বিভাগ চম্ভালিছে বিগত চাৰি বছৰে

publisher by publisher
July 7, 2020
in Assam, News
Reading Time: 1 min read
0
চিৰাঙৰ জিলা সদৰ কাজলগাঁওৰ এশখন বিচনাৰ জেএচবি অসামৰিক চিকিৎসালয়  মাত্ৰ এজন চিকিৎসকেই প্ৰসূতি বিভাগ চম্ভালিছে বিগত চাৰি বছৰে
1
SHARES
9
VIEWS
ShareShareShareShare

RelatedPosts

দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

1st May celebration:আজি বিশ্বজুৰি মে’ দিৱস পালন

H.S Final Exami Result 2026:ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ ফলাফল

চিৰাং জিলা সদৰৰ এশখন বিচনাৰ এখন অসামৰিক চিকিৎসালয় এজন চিকিৎসকেৰেই চলিছে । জিলা সদৰৰ অসামৰিক চিকিৎসালয় জেএচবি অসামৰিক চিকিৎসালয়ৰ ঘটনা এয়া । চিৰাং জিলাৰ অতিকে ভিতৰুৱা মোজাবাৰী গাঁওৰ সন্তান ডা° ইয়াকুব আলী আহমেদ এজন প্ৰসুতি বিশেষজ্ঞ । এশখন বিচনাৰ জিলা অসামৰিক চিকিৎসালয়ত তেওঁ অকলেই বিগত চাৰিটা বছৰ চম্ভালি আছে । দিনটোত গঢ়ে প্ৰায় ৫০/৭০ জন ৰোগী চোৱাৰ লগতে নিতৌ চাৰি/পাঁচ প্ৰসূতিৰ অস্ত্ৰপ্ৰচাৰ (চিজাৰিং) কৰিবলগীয়া হয় ।

ADVERTISEMENT

শেহতীয়াকৈ ক’ভিডৰ এই সময়ছোৱাত জেএচবি অসামৰিক চিকিৎসালয়ৰ এজন চিকিৎসক ক’ভিড আক্ৰান্ত হোৱাত চিকিৎসালয় খনৰ আটাইকেইজন চিকিৎসক কোৱাৰেন্টাইনত যোৱাৰ পিচত এতিয়া দিনে নিশাই অকলে চম্ভালিব লগীয়া হৈছে জিলা অসামৰিক চিকিৎসালয় জেএচবি । চিকিৎসক জনৰ নিস্বাৰ্থভাৱে আগবঢ়োৱা এই মানৱ সেৱাৰ বাবে যোৱা ২০১৮ বৰ্ষৰ গণৰাজ‍্য দিৱসত জিলা প্ৰশাসনে পুৰষ্কৃত কৰিছিল।

চিকিৎসক ইয়াকুব আলী আহমেদে কয় যে মই অন্য জিলাৰ পৰা অহা নাই চিৰাঙৰে মানুহ । মই চিকিৎসক হোৱাৰ পুৰ্বৰে পৰাই ভাৱিছিলো চিকিৎসক হলে নিজৰ জিলাখনতেই সেৱা আগবঢ়োৱাৰ কথা । অসমৰ স্বাস্থ্য বিভাগে এই ক্ষেত্ৰত তেওঁক সুবিধা প্ৰদান কৰা বুলি কয় আৰু নিজৰ সাধ্য অনুসাৰে সেৱা আগবঢ়াই যোৱাৰ কথাও জনায় চিকিৎসক ইয়াকুব আলী আহমেদে।

চিৰাঙৰ জেএচবি অসামৰিক চিকিৎসালয় খনৰ অধ‍্যক্ষ ডা° মনোজ দাসে কয় যে ডা° ইয়াকুব আলী আহমেদে বৰ্তমান জেএচবি অসামৰিক চিকিৎসালয়খন চম্ভালি আছে । দীৰ্ঘদিনৰ পৰাই এইখন অসামৰিক চিকিৎসালয়ৰ প্ৰসুতি বিভাগ চম্ভালি আছে । গতিকে চৰকাৰে আৰু এজন প্ৰসূতি বিশেষজ্ঞ দিলে ভাল হয় বুলিও জনায়। কভিডৰ সময়তো দিনে নিশাই সেৱা আগবঢ়োৱা এইজন ডা° ইয়াকুব আলী আহমদেৰ শলাগ লয় ।

চিৰাং জিলাৰ স্বাস্থ‍্য বিভাগত এক প্ৰকাৰৰ জৰুৰী অৱস্থা চলিছে । জিলা অসামৰিক চিকিৎসালয় জেএচবিত এজন চিকিৎসালয়ত এজন চিকিৎসক কভিড আক্ৰান্ত হোৱাত চিকিৎসালয়ৰ সকলো বিষয়া কৰ্মচাৰী কোৱাৰেন্টাইনত যোৱাত নতুন ৰোগী নল’লেও চিকিৎসালয়খনত পুৰ্বৰে পৰা ভৰ্তি হৈ থকা ৰোগীৰ চোৱাচিতা অকলেই দিনে নিশাই চম্ভালি গৈছে এইজন চিকিৎসক ডা° ইয়াকুব আলী আহমেদে । এক দুৰন্ত সৈনিক হিচাবে কোনো জিৰণী নোহোৱাকৈ চলাই গৈছে নিজৰ মতেই নিজৰ কৰ্তব‍্য মানৱ সেৱা । চিকিৎসকজনে চিকিৎসালয়ৰ সীমাত প্ৰৱেশৰ লগে লগেই ৰোগী সকলেও যেন সম্বিত ঘুৰাই পায় । প্ৰসূতি বিভাগৰ লগতে অন্য বিভাগৰ ৰোগী সকলেও বিচাৰে ডা°ইয়াকুব আলী আহমেদকে । কাৰণ চিকিৎসকজনৰ ব্যৱহাৰত সন্তোষ্ট ৰোগী সকল । কেটবাজনো ৰোগীৰ আত্মীয়ই কয় যে চিকিৎসক ইয়াকুব আলী নহ’ লে যেন কাজলগাঁওৰ জে এচ বি অসামৰিক চিকিৎসালয় খনেই অন্ধকাৰ হৈ পৰিব।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: AssamCHIRANG
publisher

publisher

Related Posts

India

তামিলনাডুত নতুন যুগৰ সূচনা! 

May 10, 2026
দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 
Assam

দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

May 10, 2026
ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ
News

May 8, 2026
বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন
India

বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

May 8, 2026
মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ
News

মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

May 8, 2026
অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!
India

অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

May 8, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d