আলফা নেতাৰ পাছত এইবাৰ ৰঞ্জন দৈমাৰীও কৰ’নাত আক্ৰান্ত

143304 untitled 1

■ সম্পূৰ্ণ তলাবন্ধৰ পাছতো মহানগৰীত অব্যাহত আছে কৰ’নাৰ দ্ৰুত সংক্ৰমণ।
■ মহানগৰীৰ ধীৰেণপাৰা, পাণ্ডু, ফটাশিল আদি অঞ্চলৰ পাছত এইবাৰ কৰ’নাৰ ‘হটস্পট’ হিচাপে চিহ্নিত হৈ পৰিছে বিভিন্ন স্হানত থকা আৰক্ষী থানা, আৰক্ষী ছাউনী, ব্যক্তিগত খণ্ডৰ হাস্পতাল,বেংক তথা গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰ।
■ এন ডি এফ বিৰ অধ্যক্ষ ৰঞ্জন দৈমাৰীকে ধৰি গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰত থকা আন ১৮ জন হাজোতী কৰ’নাত আক্ৰান্ত।
■ গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰত কৰ’নাত আক্ৰান্ত হোৱা হাজোতী তথা কয়দীৰ সংখ্যা ২৪ জনলৈ বৃদ্ধি।
■ কাৰাগাৰৰ হাজোতী আৰু কয়দীসকলৰ ভিতৰত বৰ্তমানো ৭০ জনৰ ফলাফল পাবলৈ বাকী।

Exit mobile version