কৰ’নাত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ থকা অখিল গগৈৰ বিৰুদ্ধে কে’বাটাও গোচৰত জামিনৰ শুনানি আছে৷উচ্চ ন্যায়ালয়ত হ’ব অখিলৰ জামিনৰ শুনানি ৷ ইতিমধ্যে অখিল গগৈৰ মুক্তি আৰু উন্নত চিকিৎসাৰ কাৰণে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতাসকলে চৰকাৰক আহ্বান কৰিছে ৷
কে’বাটাও গোচৰৰ জামিন আবেদনৰ শুনানি অখিলৰ
-
By publisher

- Categories: Assam, News
- Tags: AKHIL GOGOIAssam
Related Content
পাঁচ বছৰত দেশত অর্বুদপতিৰ সংখ্যা ৫১ শতাংশ পাব বৃদ্ধি
By
publisher
April 27, 2026
মুম্বাইৰ পথত এইবাৰ চালক বিহীন টেক্সী
By
publisher
April 27, 2026
মানৱসৃষ্ট জলবায়ু সংকট: আহি আছে শতিকাৰে শক্তিশালী এলনিনো!
By
publisher
April 27, 2026
কপালত তিলক লগাই বিমানত উঠা নিষিদ্ধ
By
publisher
April 27, 2026
কিয় বাৰে বাৰে আক্ৰমণৰ সন্মুখীন হৈছে কাৰণ সদৰী কৰিলে ট্রাম্পে
By
publisher
April 27, 2026
বিজনীৰ পুৰণি বাছ আস্থানত ভয়ংকৰ পথ দুৰ্ঘটনা, নিহত এজন
By
publisher
April 27, 2026