Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    খাইবাৰ পাখতুনখোৱাত জৰুৰী অৱস্থা ঘোষণা পাকিস্তানৰ, জাৰি হ’ল ৰাজ্যপালৰ শাসন

    নতুন উপ-নিৰ্বাচন আয়ুক্ত হিচাপে নিযুক্ত প্ৰকাশ ৰাজপুৰোহিত

    মাজ আকাশতে ইণ্ডিগ’ৰ বিমানত অগ্নিকাণ্ড, পাৱাৰ বেংকৰ বিস্ফোৰণত আতংকিত যাত্ৰী

    হুথি আক্ৰমণত ৰক্তাক্ত ছৌদি আৰব, ৰিয়াধ বিমানবন্দৰত ক্ষেপণাস্ত্ৰৰে আঘাত

    ‘পিছু হুঁহকি নাযাওঁ’, মুকলি হৈয়েই হুংকাৰ CJPৰ তিনি নেতাৰ

    দিল্লীত প্ৰতিবাদৰ মাজতে চেন্নাইত মেট্ৰ’ ৰে’লৰ নতুন অংশ উদ্বোধন প্ৰধানমন্ত্ৰী মোদীৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

মানৱসৃষ্ট জলবায়ু সংকট: আহি আছে শতিকাৰে শক্তিশালী এলনিনো!

publisher by publisher
April 27, 2026
in News, world
Reading Time: 1 min read
0
মানৱসৃষ্ট জলবায়ু সংকট: আহি আছে শতিকাৰে শক্তিশালী এলনিনো!
2
SHARES
21
VIEWS
ShareShareShareShare

RelatedPosts

No Content Available

সম্প্ৰতি বহু বতৰ বিজ্ঞানী আৰু বিভিন্ন দেশৰ চৰকাৰী বিষয়াবর্গই প্রশান্ত মহাসাগৰৰ পৰিস্থিতি সূক্ষ্মভাৱে নিৰীক্ষণ কৰি আছে। কাৰণ বতৰ বিজ্ঞানীসকলে ধাৰণা কৰিছে যে চলিত বৰ্ষত অতি এলনিনোৰ প্ৰভাৱত পৃথিৱীৰ সামগ্রিক তাপমাত্রা দুই ডিগ্রী চেলচিয়াছ পর্যন্ত বৃদ্ধিৰ আশংকা আছে। এই তাপমাত্রা বৃদ্ধি ইতিহাসতে সর্বাধিক হ’ব।

ADVERTISEMENT

অৱশ্যে আন একাংশ বিজ্ঞানীৰ মতে চলিত বৰ্ষত প্ৰাক ঔদ্যোগিক যুগতকৈ সামগ্রিক তাপমাত্রা ১.৫ ডিগ্রী চেলচিয়াছ বৃদ্ধি পাব। এই সংক্রান্তীয় অধিক উদ্বেগজনক কথাটো হ’ল যে এই তাপমাত্রা বৃদ্ধি অস্থায়ী হ’লেও ইয়ে দীর্ঘস্থায়ী তাপমাত্রা বৃদ্ধিৰ ইংগিত বহন কৰিছে।

স্বাভাৱকিতে এই পৰিৱৰ্তন জীৱকুলৰ বাবে সুখকৰ নহ’ব। বেমাৰ-আজাৰ বৃদ্ধিকে ধৰি বিভিন্ন সমস্যাই জীৱকুলক আগুৰি ধৰাৰ আশংকা আছে। এই সম্পৰ্কত ইউনিয়ন অৱ কনচার্ণড ছায়েন্টিষ্টছ শীর্ষক বৈজ্ঞানিক সংস্থাৰ সভ্য মার্ক এলেছিয়ে কয়, ‘বতৰৰ পৰিৱৰ্তনৰ অধিকাংশ অধ্যয়নে তাপমাত্রা দুই ডিগ্রী চেলচিয়াছতকৈ কম বৃদ্ধি পাব বুলিও কৈছে যদিও তাপমাত্রা দুই ডিগ্রী চেলচিয়াছতকৈ অধিক বৃদ্ধি পাব বুলিও আশংকা নুই কৰিব নোৱাৰি।’

উল্লেখ্য যে এলনিনো হৈছে প্রশান্ত মহাসাগৰৰ মধ্য আৰু পূব ক্রান্তীয় অঞ্চলত মহাসাগৰপৃষ্ঠৰ গৰম হোৱাৰ ঘটনা। এনে ধৰণৰ ঘটনা সাধাৰণতে প্রতি দুই বা সাত বছৰৰ মূৰে মূৰে সংঘটিত হয় আৰু নৰ পৰা ১২ মাহ বর্তি থাকে। এলনিনোৰ বছৰত বতাহে মহাসাগৰৰ গৰম পানী পশ্চিমৰ দিশে বোৱাই নিয়ে। ফলত মহাসাগৰৰ উপৰিপৃষ্ঠৰ পানী উষ্ণ হয়।

এলনিনো অধ্যয়নে সংশ্লিষ্ট বছৰৰ বতৰৰ পূৰ্বাভাস পোৱাত বিজ্ঞানীসকলক সহায় কৰে। এই ক্ষেত্রত এলনিনা নামৰ আন এটা পৰিঘটনাও আছে। যেতিয়া সাগৰপৃষ্ঠৰ তাপমাত্রা স্বাভাৱিকতকৈ তললৈ নামে তেতিয়া এলনিনা বা এলনিনো নাথাকে। এনে ঘটনা সাধাৰণতে এপ্ৰিল আৰু জুনৰ মাজত সংঘটিত হয়।

বতৰ বিজ্ঞানীসকলৰ মতে চলিত বর্ষত প্রশান্ত মহাসাগৰৰ পানী অত্যধিক উষ্ণ হোৱাৰ আশংকা আছে। গতিকে ইয়াক অতি এলনিনো বুলি অভিহিত কৰা হৈছে।

এলনিনো আৰু এলনিনা চলি থকাৰ সময়ত সাগৰপৃষ্ঠৰ পানীৰ উষ্ণতা এক ডিগ্রী চেলচিয়াছৰ পৰা তিনি ডিগ্রী চেলচিয়াছৰ মাজত উষ্ম আৰু শীতল হ’ব পাৰে। এনে অৱস্থাই বৰষুণ, খৰাং, তাপ আৰু জলবায়ুগত দুর্যোগ সম্পর্কে ব্যাখ্যা আগবঢ়াব পাৰে। বৰ্তমানে এলনিনা অৱস্থাৰ অৱসান ঘটি এক উদাসীন অৱস্থাৰ সৃষ্টি হৈছে বুলি প্ৰকাশ কৰিছে মার্কিন জলবায়ু পূর্বাভাস কেন্দ্ৰই।

অৱশ্যে বহু বতৰ বিজ্ঞানীৰ মতে প্রশান্ত মহাসাগৰৰ পৰিস্থিতি এলনিনোৰ দিশে ধাৱমান হৈছে। ইয়াৰ পৰিপ্ৰেক্ষিতত এইবাৰ পৃথিৱীৰ সামগ্রিক তাপমাত্রা দুই ডিগ্রী চেলচিয়াছ পর্যন্ত বৃদ্ধিৰ আশংকা কৰা হৈছে। এই সম্পর্কত মার্কিন বতৰ বিজ্ঞান কেন্দ্ৰই এক বিবৃতিত কয়, ‘এইবাৰ এলনিনোৱে ইতিহাস সৃষ্টি কৰিব পাৰে। বিজ্ঞানীসকলে কৈ আহিছে যে এইবাৰ এলনিনো চলিত শতিকাৰ সবাতোকৈ শক্তিশালী এলনিনো হোৱাৰ আশংকা আছে।’

অৱশ্যে মার্কিন বতৰ বিজ্ঞান কেন্দ্ৰকে ধৰি বহু বৈজ্ঞানিক সংস্থাই অতি এলনিনো শব্দটো ব্যৱহাৰ কৰা নাই। তৎসত্ত্বেও অতি শক্তিশালী এলনিনোক বুজাবলৈ অতি এলনিনো শব্দটো সংযোজিত হৈছে। বিজ্ঞানীসকলৰ মতে এনে অৱস্থা ১৯৫০ৰ পাছত এইবাৰ প্ৰথমবাৰৰ বাবে সৃষ্টিৰ আশংকা আছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: super El Niño
publisher

publisher

Related Posts

পশ্চিম কাৰ্বি আংলংঙৰ চিনঠংঙত পৰিষদীয় সমষ্টি বিৰুদ্ধি কংগ্ৰেছ দলৰ শক্তি প্ৰদৰ্শন
Assam

October 11, 2026
বিজনীত ব্ৰাইম- ৰে’ল যাত্ৰী সংস্থাৰ স্মাৰক পত্ৰ প্ৰদান
Assam

বিজনীত ব্ৰাইম- ৰে’ল যাত্ৰী সংস্থাৰ স্মাৰক পত্ৰ প্ৰদান

October 11, 2026
খাইবাৰ পাখতুনখোৱাত জৰুৰী অৱস্থা ঘোষণা পাকিস্তানৰ, জাৰি হ’ল ৰাজ্যপালৰ শাসন
International

খাইবাৰ পাখতুনখোৱাত জৰুৰী অৱস্থা ঘোষণা পাকিস্তানৰ, জাৰি হ’ল ৰাজ্যপালৰ শাসন

October 11, 2026
নতুন উপ-নিৰ্বাচন আয়ুক্ত হিচাপে নিযুক্ত প্ৰকাশ ৰাজপুৰোহিত
India

নতুন উপ-নিৰ্বাচন আয়ুক্ত হিচাপে নিযুক্ত প্ৰকাশ ৰাজপুৰোহিত

October 11, 2026
মাজ আকাশতে ইণ্ডিগ’ৰ বিমানত অগ্নিকাণ্ড, পাৱাৰ বেংকৰ বিস্ফোৰণত আতংকিত যাত্ৰী
India

মাজ আকাশতে ইণ্ডিগ’ৰ বিমানত অগ্নিকাণ্ড, পাৱাৰ বেংকৰ বিস্ফোৰণত আতংকিত যাত্ৰী

October 11, 2026
হুথি আক্ৰমণত ৰক্তাক্ত ছৌদি আৰব, ৰিয়াধ বিমানবন্দৰত ক্ষেপণাস্ত্ৰৰে আঘাত
International

হুথি আক্ৰমণত ৰক্তাক্ত ছৌদি আৰব, ৰিয়াধ বিমানবন্দৰত ক্ষেপণাস্ত্ৰৰে আঘাত

October 11, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d