Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Delhi: দিল্লীৰ প্ৰাক্তন মন্ত্ৰী তথা আপ নেতা সত্যেন্দ্ৰ জৈনৰ জামিন মঞ্জুৰ

    Husband and wife dismissed from their Jobs:ঔষধ পৰিদৰ্শক হিচাপে কাৰ্যৰত পতি-পত্নীক চাকৰিৰ পৰা বৰ্খাস্ত

    Delhi:আলফা (স্বাধীন)ৰে সম্পৰ্কৰ অভিযোগত দিল্লীত গ্রেপ্তাৰ এজন যুৱকক

    চাপৰমুখ ৰে’ল ষ্টেচনত জব্দ বৃহৎ পৰিমাণৰ গাঞ্জা

    তেজপুৰৰ কলিবাৰীত ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়া বিদ্যালয় আৰু অংগনৱাড়ী কেন্দ্ৰলৈ ভাবুকি

    গহপুৰ-নুমলীগড়ৰ প্ৰস্তাৱিত সুৰংগ নিৰ্মাণৰ বাবে নিবিদা আহ্বান ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    গৰম ননষ্টিক কেৰাহীত পানী ঢালি দিয়ে নেকি?

    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

মুম্বাইৰ পথত এইবাৰ চালক বিহীন টেক্সী

publisher by publisher
April 27, 2026
in India, News
Reading Time: 1 min read
0
মুম্বাইৰ পথত এইবাৰ চালক বিহীন টেক্সী
2
SHARES
16
VIEWS
ShareShareShareShare

RelatedPosts

Mumbai:মুম্বাইৰ ৰাজপথত মহিলা সংৰক্ষণ বিধেয়কক লৈ আয়োজিত প্ৰতিবাদৰ মাজতে এগৰাকী মহিলাৰ ৰণচণ্ডী ৰূপ

দিল্লীত ব্যৰ্থ ভয়ংকৰ বোমা চক্ৰান্ত : মুম্বাইত গ্ৰেপ্তাৰ দুজন, দেশজুৰি সতৰ্কতা 

Sachin Tendulkar’s Son Arjun Tendulkar Just married বিবাহপাশত আবদ্ধ হ’ল শচীন-পুত্র অর্জুন তেন্ডুলকাৰে

মুম্বাই মহানগৰীৰ ব্যস্ত ৰাস্তাত এতিয়াৰ পৰা দেখা যাব চালকহীন মেজিক টেক্সী। প্রতিদিনৰ যাত্ৰীসকলৰ যাতায়াত আৰু সহজ কৰিবলৈ তথা যানজটমুক্ত বাণিজ্যিক নগৰী গঢ়ি তোলাৰ লক্ষ্যৰে এক যুগান্তকাৰী পদক্ষেপ গ্রহণ কৰিছে মহাৰাষ্ট্ৰ চৰকাৰে।

ADVERTISEMENT

সম্প্ৰতি কুৰলা আৰু বিকেচি (বান্দ্ৰা কুৰলা কমপ্লেক্স) ৰ মাজত দেশৰ অন্যতম আধুনিক ‘পড টেক্সী’ প্ৰকল্পৰ ভূমিপূজন বা শিলান্যাস কৰিলে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্রী দেবেন্দ্র ফাড়নবিশে। চেম্বৰৰ ডায়মণ্ড গার্ডেন মেট্রো ষ্টেচনত আয়োজিত এই অনুষ্ঠানত তেওঁৰ লগত উপস্থিত আছিল উপ-মুখ্যমন্ত্রী একনাথ শিণ্ডে আৰু সুনেত্রা পাৱাৰ।

মুম্বাইৰ প্ৰধান বাণিজ্যিক কেন্দ্র বিকেচিত উপস্থিত হ’বলৈ প্রতিদিনে লোকেল ট্রেইন বা মেট্রোৰ পৰা নমাৰ পাছত শেষ মুহূৰ্তৰ যাতায়াত বা ‘লাষ্ট মাইল কনেক্টিভিটি’ক কেন্দ্রদ্ৰ কৰি চৰম আহুকালৰ সম্মুখীন হয় সাধাৰণ মানুহ। সেই দুর্গতি দূৰ কৰিবলৈকে এমএমআৰডিএৰ তৰফৰ পৰা এই ‘অটোমেটিক ৰেপিড ট্রানজিট ছিষ্টেম’ বা পড টেক্সী প্ৰৱৰ্তনৰ উদ্যোগ গ্রহণ কৰিছে।

মুখ্যমন্ত্ৰীয়ে আশ্বস্ত কৰিছে যে এই প্ৰকল্পৰ বাবে প্রয়োজনীয় সকলো অনুমতিপত্র ইতিমধ্যে পোৱা গৈছে আৰু আগন্তুক ১০ মাহৰ ভিতৰতে প্রথম দফাৰ কাম শেষ হ’ব।

এই পড টেক্সী হৈছে প্রধানকৈ বেটাৰীচালিত তথা কৃত্রিম বুদ্ধিমত্তাৰ দ্বাৰা নিয়ন্ত্রিত এক স্বয়ংক্রিয় ব্যৱস্থা। প্রতিখন পড টেক্সীত ছজন যাত্রীয়ে বহিব পাৰিব। সর্বাধিক ৪০ কিলোমিটাৰ গতিবেগৰ এই যানসমূহ প্রতি ১৫ ছেকেণ্ডৰ অন্তৰালত ষ্টেচনলৈ আহিব। ইয়াৰ বিশেষত্ব হৈছে, যাত্রীসকলে যিটো ষ্টেচন নিৰ্বাচন কৰিব, পড টেক্সীখনে পোনেই তাতেই থমকি ৰ’ব, যি যাতায়াতক অত্যন্ত দ্রুত আৰু দক্ষ কৰি তুলিব।

সম্পূর্ণ প্রকল্পটো ৮.৮৫ কিলোমিটাৰ দীঘল হ’ব আৰু ইয়াত মুঠ ২২টা শীততাপ নিয়ন্ত্রিত ষ্টেচন থাকিব। প্রথম দফাত বান্দ্রা আৰু কুৰলাৰ মাজত ৩.৩৬ কিলোমিটাৰ পথ নিৰ্মাণ কৰা হ’ব। এই ব্যৱস্থাটোৱে এলবিএথ মাৰ্গ আৰু কালানগৰৰ দৰে গুৰুত্বপূৰ্ণ অঞ্চলসমূহক যুক্ত কৰিব। কেৱল সেয়াই নহয়, মেট্রো লাইন তিনি আৰু মেট্রো লাইন দুইৰ স’তেও ইয়াৰ সংযোগ থাকিব, ফলত মেট্রোৰ পৰা নামিয়ে যাত্রীসকলে সহজে গন্তব্যত উপস্থিত হ’ব পাৰিব।

সবাতোকৈ ডাঙৰ বিষয়টো হৈছে, এই প্রকল্পটো চৰকাৰী-বেচৰকাৰী অংশীদাৰিত্বৰ ভিত্তিত বাস্তৱায়িত কৰা হৈছে। ফলত ৰাজ্য চৰকাৰ বা এমএমআৰডিএৰ ওপৰত কোনো আর্থিক বোজা নপৰিব, বিপৰীতে ই কত-‘পক্ষৰ বাবে ৰাজহ সৃষ্টি কৰিব।

২০৩১ৰ ভিতৰত প্ৰতিদিনে ১.০৯ লাখ যাত্রীয়ে এই সেৱা ব্যৱহাৰ কৰিব বুলি আশা কৰা হৈছে। মুখ্যমন্ত্রী ফাড়নবিশে লগতে জনায় যে এই প্রকল্প সফল হ’লে মহানগৰীৰ আন স্থানতো ইয়াক প্রয়োগ কৰাৰ কথা ভবা হৈছে। সমান্তৰালকৈ বিকেচিৰ যোগাযোগ ব্যৱস্থা আৰু উন্নত কৰিবলৈ এলানি সুৰংগ নিৰ্মাণৰ পৰিকল্পনাও আছে চৰকাৰৰ।

এটা সুৰংগ বান্দ্ৰা-উর্লি ছী লিংকৰ পৰা বুলেট ট্রেইন ষ্টেচন পর্যন্ত যাব, যাৰ এটা অংশ বিমানবন্দৰৰ স’তেও যুক্ত হ’ব।

সকলো মিলাই মুম্বাইবাসীৰ যাতায়াতত এক ডাঙৰ বিপ্লৱ আনিবলৈ সাজু হৈছে এই পড টেক্সীয়ে। মুখ্যমন্ত্রীয়ে সতৰ্ক কৰি দিছে যে এই প্ৰকল্পৰ কামত কোনোবাই বাধা দিয়াৰ চেষ্টা কৰিলে কঠোৰ ব্যৱস্থা গ্রহণ কৰা হ’ব। আশা কৰা হৈছে যে আগন্তুক কিছু বছৰৰ ভিতৰতে দেশৰ আন গুৰুত্বপূৰ্ণ চহৰতো এনে চালকবিহীন টেক্সী দেখা পোৱা যাব।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: MUMBAI
publisher

publisher

Related Posts

Delhi: দিল্লীৰ প্ৰাক্তন মন্ত্ৰী তথা আপ নেতা সত্যেন্দ্ৰ জৈনৰ জামিন মঞ্জুৰ
Crime

September 3, 2026
Husband and wife dismissed from their Jobs:ঔষধ পৰিদৰ্শক হিচাপে কাৰ্যৰত পতি-পত্নীক চাকৰিৰ পৰা বৰ্খাস্ত
Assam

Husband and wife dismissed from their Jobs:ঔষধ পৰিদৰ্শক হিচাপে কাৰ্যৰত পতি-পত্নীক চাকৰিৰ পৰা বৰ্খাস্ত

September 3, 2026
Delhi:আলফা (স্বাধীন)ৰে সম্পৰ্কৰ অভিযোগত দিল্লীত গ্রেপ্তাৰ এজন যুৱকক
Assam

Delhi:আলফা (স্বাধীন)ৰে সম্পৰ্কৰ অভিযোগত দিল্লীত গ্রেপ্তাৰ এজন যুৱকক

September 3, 2026
চাপৰমুখ ৰে’ল ষ্টেচনত জব্দ বৃহৎ পৰিমাণৰ গাঞ্জা
Assam

চাপৰমুখ ৰে’ল ষ্টেচনত জব্দ বৃহৎ পৰিমাণৰ গাঞ্জা

September 3, 2026
তেজপুৰৰ কলিবাৰীত ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়া বিদ্যালয় আৰু অংগনৱাড়ী কেন্দ্ৰলৈ ভাবুকি
Assam

তেজপুৰৰ কলিবাৰীত ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়া বিদ্যালয় আৰু অংগনৱাড়ী কেন্দ্ৰলৈ ভাবুকি

September 3, 2026
গহপুৰ-নুমলীগড়ৰ প্ৰস্তাৱিত সুৰংগ নিৰ্মাণৰ বাবে নিবিদা আহ্বান ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ
Assam

গহপুৰ-নুমলীগড়ৰ প্ৰস্তাৱিত সুৰংগ নিৰ্মাণৰ বাবে নিবিদা আহ্বান ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ

September 3, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d