Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা 

    Sonam Raghuvanshi’s bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন

    Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা

    ছিকিমত কিশোৰ-কিশোৰীৰ স’তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

    Artificial Flood in China:কৃত্ৰিম বানত ডুবিল চীনৰ বাণিজ্যিক চহৰ গুৱাংচি

    উত্তৰপ্ৰদেশত আৰক্ষী ব্যৱস্থা শক্তিশালীকৰণত বৃহৎ পদক্ষেপ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

ব্ৰহ্মপুত্ৰত জাপ দি আত্মহত্যাৰ চেষ্টা খহনীয়াগ্ৰস্ত মহিলাৰ

publisher by publisher
July 24, 2020
in Assam, News
Reading Time: 1 min read
0
ব্ৰহ্মপুত্ৰত জাপ দি আত্মহত্যাৰ চেষ্টা খহনীয়াগ্ৰস্ত মহিলাৰ
1
SHARES
13
VIEWS
ShareShareShareShare
http://dainikagradoot.in/wp-content/uploads/2020/07/WhatsApp-Video-2020-07-24-at-5.22.30-PM.mp4

আজি এক মৰ্মান্তিক, অসহনীয় অথচ এক নিষ্ঠুৰ বাস্তৱৰ চুড়ান্ত পৰিণতিৰ জীৱন্ত সাক্ষী হ’ব লগা হ’ল মৰিগাঁও জিলাৰ লাহৰীঘাটৰ ছাগলী পানীখোৱা গাঁৱৰ ৰাইজ। এগৰাকী খহনীয়াগ্ৰস্ত মহিলাৰ শেষ পৰিণতিয়ে যেন সকলোৰে চকু সেমেকাই তুলিলে । তিনি চাৰি বাৰ কৈ ব্ৰহ্মপুত্ৰৰ খহনীয়াত বিধ্বস্ত সৰ্বস্বান্ত মহিলা গৰাকীয়ে ব্ৰহ্মপুত্ৰত জাপ দি আত্মহত্যাৰ চেষ্টা কৰাৰ দৰে ভয়ংকৰ দৃশ্যৰ সাক্ষী হ’ব লগা হ’ল ৰনৈপৰায়া ৰাইজৰ লগতে প্ৰতিবেদক । মৰিগাওঁ জিলাৰ লাহৰীঘাটৰ ছাগলী পানীখোৱা গাঁৱৰ এটি নামঘৰৰ প্ৰাঙ্গনত শতাধিক খহনীয়াগ্ৰস্ত লোকৰ হিয়া ভগা কান্দোনৰ মাজতে মৃত খগেন ডেকাৰ পত্নী মিনু ডেকাই বাৰিষাত ওফণ্ডি থকা নদীত জাপ দি আজি আত্মহত্যাৰ দৰে চৰম পন্হাৰে নিজক শেষ কৰাৰ চেষ্টা কৰে ।

ADVERTISEMENT

দৈব্যক্ৰমে এজন লোকৰ তাৎক্ষণিক সহযোগিতাত প্ৰাণ ৰক্ষা পৰে মিনু ডেকাৰ। ৰাইজৰ মাজত থকা লোকজনে নদীত জাপ দিব বিচৰা মিনুক হাতত ধৰি কোনোমতে নদীৰ পাৰতে আবদ্ধ কৰে। আত্মহত্যাৰ চেষ্টা ব্যৰ্থ হোৱাৰ পাছত মহিলা গৰাকীয়ে কান্দোনত গগণ ফালি এক বৰ্ণনাতীত পৰিবেশৰ সৃষ্টি কৰি কয় – “আমি সৰু সৰু মানুহ বোৰে কিমান ক’লো বালিৰ মথাউৰী বনাব নালাগে । নদীখন মুকলি হৈ থাওঁক। কোনেও নুশুনিলে। মথাউৰী দি দি শেষ কৰি পেলালে আমাক। কি লাভ হৈছে বালিৰ মথাউৰীবোৰ দি। ব্ৰহ্মপুত্ৰ নদী খনক লৈ এতিয়া দালালি বজাৰ চলিছে লাহৰীঘাটত। ইটোৰ পকেট ভৰিছে সিটোৰ পকেট ভৰিছে চহৰ নগৰত সিহঁতে দালান বনাইছে আৰু আমি সৰু মানুহবোৰ মৰি মৰি শেষ হৈ গলো। গড়াখহনীয়াত গৈ গৈ আমাৰ সকলো মাটি শেষ হ’ল। মানুহটোও কেন্সাৰ বেমাৰত পৰি মোক এইবোৰ চাবলৈ থৈ গুচি গ’ল। টোকোৰা পজা এটা সজাই নদীৰ পাৰতে আছিলো, ভগৱানে তাকো সহ্য নকৰিলে। ২০১৯ চনত বানত সেইটোও নদীয়ে নিলে । শেষত গাঁও বুলিবলৈ নামঘৰটো আছিল। তাতে আশ্ৰয় লৈছিলো। আজি সেইটোও শেষ হ’ল। এতিয়া আমি ক’ত থাকিম। নৰেন্দ্ৰ মোদী, সোনোৱাল ডাঙৰীয়া আপোনালোকক হাতযোৰ কৰিছো আমাক অকণমান মাটি দিয়ক।” এনেদৰে আবেগ বিহ্বল হৈ পৰা মহিলা গৰাকী শেষত নদীৰ পাৰতে অচেতন হৈ পৰে।

RelatedPosts

H.S Final Exami Result 2026:ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ ফলাফল

Earthquake in Assam:পুৱাই ৰাজ্যত ভূমিকম্পৰ জোকাৰণি

শিলচৰত আৰক্ষীৰ বৃহৎ সফলতা

কিমান দুখৰ পাছত কিমান বেদনাৰ শেষত এনে চুড়ান্ত সিদ্ধান্ত ল’ব পাৰে এগৰাকী সৰ্বস্বান্ত মহিলাই সেই কথা খহনীয়াত ঘৰ-ভেটি হেৰুওৱা সকলৰ বাদে যেন কোনেও অনুভৱ কৰিব নোৱাৰে। কিন্তু খহনীয়া বিধ্বস্ত সকলৰ বাবে আজি এয়াই জীয়া বাস্তৱ। এয়াই সত্য। উল্লেখ্য যে ঘটনাৰ সময়ত মৰিগাওঁ জিলাৰ লাহৰীঘাটৰ ছাগলি পানীখোৱা নামঘৰৰ প্ৰাঙ্গনৰ ৰাইজ ব্যস্ত সেৱা-আশীৰ্বাদ পৰ্বত । দুই শতিকা সগৌৰবেৰে নৈৰ পাৰত উজলি থকা ছাগলীপানীখোৱা গাঁৱৰ শতাধিক পৰিয়ালৰ ঘৰ বস্তি নদীত জাহ যোৱাৰ পাছত ব্ৰহ্মপুত্ৰৰ বালিত পোত গ’ল অঞ্চলটোৰ দুশ বছৰীয়া ইতিহাস। নিঃচিহ্ন হ’ল গাঁও খন । গাঁও খনৰ সকলো শেষ হোৱাৰ পাছত ১৭০ বছৰ গড়কা ছাগলীপানী খোৱা নামঘৰ টিয়ে অস্তিত্বৰ সাক্ষী হৈ আছিল। সকলো হেৰুওৱা লোকসকলে বিপদৰ সময়ছোৱাত অস্তিত্বৰ ধ্বজাবাহক নামঘৰটোতে আশ্ৰয় লৈছিল। কিন্তু নদীৰ খহনীয়াই নামঘৰটিও গ্ৰাস কৰিলে। এইবাৰৰ বিধ্বংসী খহনীয়াত আক্ৰান্ত হল ১৭০ বছৰীয়া নামঘৰটি। উপায় বিহীন হৈ অ’ত-ত’ত সিচৰিত হৈ থকা ছাগলীপানী খোৱা গাঁৱৰ ৰাইজে আজি পুৱা ভাগতে সমবেত হৈছিল নামঘৰটিৰ প্ৰাঙ্গনত। পানীৰ মাজতে তেওঁলোক সমবেত হৈছিল শৰাই শলিতা দি শেষ বাৰৰ বাবে নামঘৰত আতৰৰ পৰাই এটি সমূহীয়া সেৱা যাঁচি নামঘৰটি ভাঙি স্হানান্তৰ কৰিবলৈ। সমূহীয়া ভাৱে আঠুলৈ আবেগ ৰাখিব নোৱাৰি গাৱৰ বৃদ্ধ বনিতাই কান্দোনত ভাঙি পৰে।

তাৰ মাজতে মিনু ডেকাই চৰম ৰাইজৰ চকুৰ প্ৰচাৰতে ভৰা ব্ৰহ্মপুত্ৰৰ বুকুত জাপ দিবলৈ অতৰ্কিতে দৌৰ মাৰে। দৈব্য ক্ৰমে নদীৰ পাৰতে থকা এজন লোকে আগভেটি আবদ্ধ কৰে মিনুক। লোক জনৰ চেষ্টাত কথমপিহে ৰক্ষা পৰে মিনুৰ জীৱন। পিছত আন মহিলা সকলে মিনুক ধৰি নৈৰ পাৰৰ পৰা লৈ আনে। খহনীয়াত ঘৰ ভেটিৰ পাছত স্বামীক আৰু অৱশেষত আশ্ৰয় স্হল হেৰুৱাই চকুৰে অন্ধকাৰ দেখা মিনু ডেকা নদীৰ ভঙা গঢ়া ইতিহাসৰ আছিল জীৱন্ত সাক্ষী। মিনুৰ চকুৰ প্ৰচাৰতে হেৰাই গল সোনালী গাঁও খন। মিনুৱে চিঞৰি চিঞৰি কলে নদীয়ে কাক ৰজা কৰিলে কাক পথৰ ভিক্ষাৰী কৰিলে। বালিৰ বান্ধৰ নামত লুণ্ঠনৰ চৰকাৰী বৰমুৰীয়া ঠিকাদাৰৰ নিকৃষ্ট ষড়যন্তৰ প্ৰতি তীব্ৰ ঘৃণা আৰু বিদ্বেষত যেন জীৱনৰ মায়া হেৰুৱাই আজি এনে পন্হা অৱলম্বন কৰিছিল মিনুৱে। নিয়তিৰ কি পৰিহাস।

অৱশেষত ছাগলিপানী খোৱা গাঁৱৰ পৰা গৰাখহনীয়াই চিৰ দিনৰ বাবে নুমুৱালে এগছি ভকতিৰ চাকি। তাকে কৈ শোকস্তব্ধ হ’ল নামঘৰীয়া। ১৭০ বছৰে পোহৰ বিলাই লুইতৰ পাৰত ভক্তিৰ পোহৰ বিলোৱা চাকি গছি আজি চকুলোৰে তিয়াই চিৰদিনৰ বাবে নুমুৱাব লগা হ’ল গাঁওবাসীয়ে। চাৰি পুৰুষীয়া ঐতিহ্যময় ধ্বজা বাহক নামঘৰটি ভাঙি ৰজাগাধোঁৱা শংকৰ মন্দিৰতে চমজি দিলে ৰাইজে। কিন্তু এনে ঘটনাৰ পাছতো চৰকাৰৰ সুদৃষ্টি পৰিবনে অসমৰ খহনীয়াগ্ৰস্ত সকলৰ ওপৰত। বিকশিত অসমৰ অভিশপ্ত দিনৰ যেন সাক্ষী হৈ ৰল মিনু ডেকাৰ জীৱনৰ চকুপানীৰে লিখা এই জীয়া বাস্তৱ। আজিৰ পৰা নদীত বুকুত সম্পূৰ্ণৰূপে পোত গ’ল হিন্দু মুছলমান ঐতিহ্যময় সম্প্ৰীতিৰ সৌধ সদৃশ ছাগলীপানী খোৱা গাঁও। এতিয়া সকলোৰে মনত এটাই প্ৰশ্ন গৰাখহনীয়াৰ স্হায়ী সমাধানৰ বাবে আৰু কিমান গাঁও হেৰুৱাব লাগিব অসমে ?

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Assamlandslide
publisher

publisher

Related Posts

উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা 
News

April 28, 2026
Sonam Raghuvanshi’s bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন
News

Sonam Raghuvanshi’s bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন

April 28, 2026
Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা
News

Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা

April 28, 2026
ছিকিমত কিশোৰ-কিশোৰীৰ স’তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে
India

ছিকিমত কিশোৰ-কিশোৰীৰ স’তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

April 28, 2026
Artificial Flood in China:কৃত্ৰিম বানত ডুবিল চীনৰ বাণিজ্যিক চহৰ গুৱাংচি
News

Artificial Flood in China:কৃত্ৰিম বানত ডুবিল চীনৰ বাণিজ্যিক চহৰ গুৱাংচি

April 28, 2026
উত্তৰপ্ৰদেশত আৰক্ষী ব্যৱস্থা শক্তিশালীকৰণত বৃহৎ পদক্ষেপ
India

উত্তৰপ্ৰদেশত আৰক্ষী ব্যৱস্থা শক্তিশালীকৰণত বৃহৎ পদক্ষেপ

April 28, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d