চাবুৱাস্থিত টাটা ৰেফাৰেল হাস্পতালত কৰ’নাত আক্ৰান্ত এগৰাকী ৰোগীৰ মৃত্যু হয় । চাবুৱাৰ টেঙাখাতৰ ইণ্ডিৰা ফুকন (৭০) নামৰ মহিলা গৰাকী লক্ষীমপুৰত থকা অৱস্থাত ব্ৰেইন ষ্ট্ৰ’ক হোৱাত ১৭ জুলাইত চাবুৱাৰ চিকিৎসালয় খনত ভৰ্তি কৰোৱা হৈছিল । ২১ জুলাইত লেলাউটি পৰীক্ষা কৰোৱাৰ পাছত কালি ফলাফল পজিটিভ অহাৰ পাছত সন্ধিয়া মৃত্যু হয় মহিলাগৰাকীৰ। মহিলাগৰাকীৰ ক’ভিড-১৯ৰ কোনো লক্ষণ নাছিল বুলি জানিব পৰা গৈছে | ইয়াৰ পাছতে মহিলা গৰাকীৰ চিকিৎসা আৰু পৰিচৰ্যা কৰা সকলো কৰ্মীসহ সংস্পৰ্শলৈ অহা ৭০ জনক জিলা স্বাস্থ্য বিভাগে নমুনা পৰীক্ষা কৰাৰ ব্যৱস্থা কৰিছে । ইতিমধ্যে চিকিৎসালয়খনৰ কে’বাটাও কক্ষ কণ্টেইনমেণ্ট জ’ন কৰা হৈছে।
চাবুৱাত কৰ’নাত আক্ৰান্ত হৈ মহিলাৰ মৃত্যু
-
By publisher

Related Content
Delhi Airport:দিল্লী বিমানবন্দৰত দুই শতাধিক যাত্ৰী থকা ছুইছ বিমানত অগ্নিকাণ্ড
By
publisher
April 26, 2026
Guwahati Press Club:গুৱাহাটী প্ৰেছ ক্লাৱৰ উদ্যোগত পাঞ্জা চেম্পিয়নশ্বিপ ২০২৬'ৰ সফল সমাপ্তি
By
publisher
April 26, 2026
Uttar Pradesh Firing incident:উত্তৰ প্ৰদেশৰ বুলণ্ডশ্বহৰ খুৰজা নগৰৰ এটা জীমত গুলীচালনাৰ ঘটনা
By
publisher
April 26, 2026
Attack on US President Donald Trump:মাৰ্কিন ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পলৈ গুলীচালনা
By
publisher
April 26, 2026