Breaking News

suicide representation

● নগাঁৱৰ কলঙত আজি প্ৰায় উৱলি যোৱা অৱস্থাত উদ্ধাৰ হয় এটা অচিনাক্ত মৃতদেহ ।
● নগাঁও চহৰৰ আনন্দৰাম ঢেকিয়াল ফুকন দলঙৰ তলত মৃতদেহটো উপঙি থকা প্ৰত্যক্ষ কৰে স্থানীয় লোকে ।
● নগাঁও আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে ।
● মৃতদেহটো এজন পুৰুষৰ বুলি নিশ্চিত হৈছে যদিও আন কোনো তথ্য এই পৰ্যন্ত আৰক্ষীয়ে লাভ কৰা নাই ৷

Exit mobile version