ক’ভিডৰ বিৰুদ্ধে যুদ্ধত বিজয়ী হৈছে তেজপুৰৰ এহাল বৃদ্ধ দম্পতী। তেজপুৰৰ গেৰুৱাপট্টীৰ দম্পতী সুভাষ সেন (৮২) আৰু প্ৰতিমা সেন (৭৮) ক’ভিড-১৯ ত আক্ৰান্ত হৈ তেজপুৰ চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ আছিল। আজি দম্পত্তি হালক চিকিৎসাৰ অন্তত সুস্থ হোৱাত হস্পিতালৰ পৰা ঘৰলৈ যাবলৈ অনুমতি দিয়া হয়। বৃদ্ধ দম্পতী হালক চিকিৎসা আৰু শুশ্ৰূষা কৰি সুস্থ শৰীৰে ঘৰলৈ বিদায় দিবলৈ পাই গৌৰৱবোধ কৰা বুলি মন্তব্য কৰে হস্পিতাল খনৰ অধীক্ষক ডাঃ মাধৱ চন্দ্ৰ ৰাজবংশীয়ে। লগতে অনাগত দিনত দম্পত্তি হালৰ সুস্বাস্থ্যও কামনা কৰে ডাঃ ৰাজবংশীয়ে।
ক’ভিডৰ বিৰুদ্ধে যুদ্ধত বিজয়ী তেজপুৰৰ এহাল বৃদ্ধ দম্পত্তি
-
By publisher

- Categories: Assam, COVID-19, News
- Tags: Corona Viruscovid19INDIA CORONA VIRUS
Related Content
Delhi Airport:দিল্লী বিমানবন্দৰত দুই শতাধিক যাত্ৰী থকা ছুইছ বিমানত অগ্নিকাণ্ড
By
publisher
April 26, 2026
Guwahati Press Club:গুৱাহাটী প্ৰেছ ক্লাৱৰ উদ্যোগত পাঞ্জা চেম্পিয়নশ্বিপ ২০২৬'ৰ সফল সমাপ্তি
By
publisher
April 26, 2026
Uttar Pradesh Firing incident:উত্তৰ প্ৰদেশৰ বুলণ্ডশ্বহৰ খুৰজা নগৰৰ এটা জীমত গুলীচালনাৰ ঘটনা
By
publisher
April 26, 2026
Attack on US President Donald Trump:মাৰ্কিন ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পলৈ গুলীচালনা
By
publisher
April 26, 2026