Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা 

    Sonam Raghuvanshi’s bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন

    Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা

    ছিকিমত কিশোৰ-কিশোৰীৰ স’তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

    Artificial Flood in China:কৃত্ৰিম বানত ডুবিল চীনৰ বাণিজ্যিক চহৰ গুৱাংচি

    উত্তৰপ্ৰদেশত আৰক্ষী ব্যৱস্থা শক্তিশালীকৰণত বৃহৎ পদক্ষেপ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

দিছপুৰতে পাকঘূৰণি খাইছে জৰুৰী ফাইলেঃ স্তব্ধ দুৰ্নীতিৰ তদন্ত

publisher by publisher
August 11, 2020
in Assam, News, Politics
Reading Time: 1 min read
0
দিছপুৰতে পাকঘূৰণি খাইছে জৰুৰী ফাইলেঃ স্তব্ধ দুৰ্নীতিৰ তদন্ত
1
SHARES
12
VIEWS
ShareShareShareShare

দুৰ্নীতিৰ ক্ষেত্ৰত শূন্য সহনশীল নীতি গ্ৰহণ কৰা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ স্বৰূপ স্পষ্ট হ’বলৈ ধৰিছে ।এইখন চৰকাৰৰ কাৰ্যকালতে দিছপুৰত পাকঘূৰণি খাইছে ৰাজ্য কপোঁৱা বিয়াগোম কেলেংকাৰীসমূহৰে সম্পৰ্কিত গুৰুত্বপূৰ্ণ ফাইলসমূহে ৷ফলত গেঁঠেলা মাৰিছে অসম লোক সেৱা আয়োগ,সমাজ কল্যাণ,কৃষিকে ধৰি ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগত সংঘটিত কেলেংকাৰীসমূহৰ তদন্তই।

ADVERTISEMENT

ৰাজ্যত সংঘটিত কে’বাটাও বিয়াগোম কেলেংকাৰীৰ তদন্তৰ নিৰ্দেশ দি সোনোৱাল চৰকাৰে সম্প্ৰতি এই সম্পৰ্কত অতি ৰহস্যজনকভাৱে গ্ৰহণ কৰিছে হোঁহকা পিছলা নীতি ৷দিছপুৰৰ সূত্ৰই এই কথা সদৰী কৰি জনোৱা মতে এ পি এছ ইত সংঘটিত বিয়াগোম কেলেংকাৰীত সম্পৰ্কত ৰাজ্যৰ বিভিন্ন আৰক্ষী থানাত গোচৰ ৰজু হৈ থকাৰ লগতে উচ্চ ন্যায়ালয়ৰ নিৰ্দেশৰ ভিত্তিত গঠন কৰা হৈছে এজনীয়া তদন্ত আয়োগ।

RelatedPosts

Dibrugarh:ডিব্ৰুগড়ত প্ৰশান্ত ফুকনৰ হৈ বৃহৎ ৰেলীত অংশগ্ৰহণ কেন্দ্ৰীয় মন্ত্ৰী সবানন্দ সোণোৱালৰ

Illegal Recruitment in SCERT:ৰহস্যৰ আৱৰ্তত ৰাজ্যিক শিক্ষা গৱেষণা পৰিষদত সহকাৰী সঞ্চালক হিমশিখা তালুকদাৰৰ নিযুক্তি

LPG Cylinder :ৰন্ধন গেছ, পেট্ৰ’ল-ডিজেলক লৈ কেন্দ্ৰৰ বৈঠক

পৰৱৰ্তী সময়ত তদন্ত আয়গে এ পি এছ চিৰ কেলেংকাৰীৰ সম্পৰ্কত উত্থাপিত অভিযোগ সন্দৰ্ভত বিতংভাৱে প্ৰয়োজনীয় প্ৰতিবেদন দাখিলৰ বাবে অসম লোকসেৱা আয়োগ,ৰাজ্য চৰকাৰৰ গৃহ,আৰু ৰাজনৈতিক বিভাগৰ লগতে অসম আৰক্ষীৰ সঞ্চালক প্ৰধানক নিৰ্দেশ দিয়ে ৷তদন্ত আয়োগৰ নিৰ্দেশনাত ২০১৩ ৰ এ পি এছ চিয়ে অনুষ্ঠিত কৰা সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষা সম্পৰ্কত প্ৰয়োজনীয় প্ৰতিবেদন দাখিল কৰে লোকসেৱা আয়োগে ৷

কিন্তু দুৰ্ভাগ্যজনকভাৱে ৰাজ্য চৰকাৰৰ গৃহ আৰু ৰাজনৈতিক বিভাগ তথা অসম আৰক্ষীৰ সঞ্চালক প্ৰধানে নিৰ্ধাৰিত সময়ত প্ৰয়োজনীয় প্ৰতিবেদন দাখিলৰ পৰা বিৰত থাকে ৷ফলত তদন্ত আয়োগে তদন্ত প্ৰক্ৰিয়া ক্ষিপ্ৰ কৰাৰ উদ্দেশ্য যোৱা মাৰ্চ পৰা জুন পৰ্যন্ত গৃহ বিভাগ আৰু অসম আৰক্ষীৰ প্ৰধানলৈ তিনিবাৰকৈ জাননী প্ৰেৰণ কৰিবলৈ বাধ্য হয় ৷তদন্ত আয়োগৰ নিৰ্দেশত শেহতীয়াকৈ প্ৰতিবেদন দাখিল কৰিলেও এই সম্পৰ্কীয় তদন্ত প্ৰক্ৰিয়া মুখ্যমন্ত্ৰীৰ দায়িত্বত থকা গৃহ বিভাগৰ বাবে লেহেমীয়া হৈ পৰা বুলি সূত্ৰটোৱে জনায় ৷

কেৱল লোকসেৱা আয়োগৰ কেলেংকাৰীৰ ক্ষেত্ৰতেই নহয়,সমাজ কল্যাণ বিভাগত সংঘটিত ২২ শ কোটি বিয়াগোম কেলংকাৰিৰ ক্ষেত্ৰতো ৰহস্যজনক স্থিতি গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে ৷ফলত সমাজ কল্যাণ বিভাগত সংঘটিত এই কেলেংকাৰিৰ সম্পৰ্কত দুৰ্নীতি নিবাৰক আৰু তদাৰকী শাখাৰ ১৯/২০১৬ গোচৰৰ অন্যতম অভিযুক্ত লিপিকা দত্তৰ বিৰুদ্ধে বিচাৰ প্ৰক্ৰিয়া চলোৱাৰ অনুমতি প্ৰদান কৰা নাই ৰাজ্য চৰকাৰে। বিগত বৰ্ষৰ পৰাই এই সম্পৰ্কীয় ফাইলসমূহ দিছপুৰত পৰি ৰোৱা বুলি সূত্ৰটোৱে উল্লেখ কৰে ৷

ফলত মুখ্যমন্ত্ৰীয়ে নিজেই ঘোষণা কৰা ২২ কোটিটকীয়া কেলেংকাৰীৰ এতিয়া নাম গোন্ধেই নাই ।আৰু তদন্ত প্ৰক্ৰিয়া ধোঁৱাচাঙত উঠিছে ।ইফালে ৰাজ্য চৰকাৰৰ কৃষি বিভাগত সংঘটিত বিয়াগোম কেলেংকাৰী সম্পৰ্কত অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান বিভাগে পৃথকে পৃথকে ৫৬/২০১৪আৰু ১/২০১৫ নম্বৰত ৰজু হৈ আছে দুটাকৈ গোচৰ ৷আৰ কে ভি আই আৰু বি জি আৰ ই আই ৰূপায়ণৰ নামত ৭২২ কোটি টকাৰ বিয়াগোম কেলংকাৰিৰ নামত চি আই ডি য়ে ৫৬/২০১৪ নম্বৰৰ গোচৰত কৃষি বিষয়াকে ধৰি ১৩ জন বিষয়াক গ্ৰেপ্তাৰ কৰে।

কিন্তু পৰৱৰ্তী সময়ত সংশ্লিষ্ট গোচৰত কৃষি বিভাগৰ একাধিক বিষয়াৰ বিৰুদ্ধে তদন্তৰ অনুমতি লাভ কৰা নাই চি আই ডি য়ে। এইদৰে দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীল নীতিৰ শ্ল’গান দিয়েই ৰাইজৰ চকুত ধুলি দি আহিছে চৰকাৰে ৷হেজাৰ হেজাৰ কোটি কেলেংকাৰিৰ বিৰুদ্ধে তদন্ত ঘোষণা কৰিল যদিও ধৰা নপৰিল এজনো লুণ্ঠনকাৰী। অথচ গৃহবিভাগৰ দায়িত্বত আছে স্বয়ং মুখ্যমন্ত্ৰী সোনৱালেই ।এয়া মাত্ৰ এক উদাহৰণহে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: APSCAssam GovernmentAssam PoliceSarbananda Sonowal
publisher

publisher

Related Posts

উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা 
News

April 28, 2026
Sonam Raghuvanshi’s bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন
News

Sonam Raghuvanshi’s bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন

April 28, 2026
Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা
News

Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা

April 28, 2026
ছিকিমত কিশোৰ-কিশোৰীৰ স’তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে
India

ছিকিমত কিশোৰ-কিশোৰীৰ স’তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

April 28, 2026
Artificial Flood in China:কৃত্ৰিম বানত ডুবিল চীনৰ বাণিজ্যিক চহৰ গুৱাংচি
News

Artificial Flood in China:কৃত্ৰিম বানত ডুবিল চীনৰ বাণিজ্যিক চহৰ গুৱাংচি

April 28, 2026
উত্তৰপ্ৰদেশত আৰক্ষী ব্যৱস্থা শক্তিশালীকৰণত বৃহৎ পদক্ষেপ
India

উত্তৰপ্ৰদেশত আৰক্ষী ব্যৱস্থা শক্তিশালীকৰণত বৃহৎ পদক্ষেপ

April 28, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d