Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    আকাশলৈ উৰণ টেছলাৰ ৰ’ডষ্টাৰৰ, ভাইৰেল ভিডিঅ’

    আমেৰিকাৰ বিদ্যালয়ত পুনৰ বন্দুকধাৰীৰ আক্ৰমণ, শিক্ষকসহ নিহত চাৰি

    ককৰোচ জনতা পাৰ্টিৰ প্ৰতিবাদত অংশ ল’বলৈ আহি বিপাঙত ধ্ৰুৱ ৰাঠী

    জম্মু-কাশ্মীৰৰ কুপৱাৰাত অনুপ্ৰৱেশৰ চেষ্টা ব্যৰ্থ ,সেনাৰ স’তে হোৱা গুলীয়াগুলীত নিহত দুই সন্ত্ৰাসবাদী

    ৰাজস্থানত ভয়ংকৰ দুৰ্ঘটনা, সাতজনৰ মৃত্যু, গুৰুতৰভাৱে আহত প্ৰায় ১০জন

    নেপালৰ জলপ্ৰলয়ত নিৰুদ্দিষ্ট অৰুণ মহন্ত উভতি নাহিল আজিও

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup

    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

Illegal Recruitment in SCERT:ৰহস্যৰ আৱৰ্তত ৰাজ্যিক শিক্ষা গৱেষণা পৰিষদত সহকাৰী সঞ্চালক হিমশিখা তালুকদাৰৰ নিযুক্তি

অনিয়ম গাপ দিয়াৰ কৌশল !

publisher by publisher
March 20, 2026
in News
Reading Time: 1 min read
0
Illegal Recruitment in SCERT:ৰহস্যৰ আৱৰ্তত ৰাজ্যিক শিক্ষা গৱেষণা পৰিষদত সহকাৰী সঞ্চালক হিমশিখা তালুকদাৰৰ নিযুক্তি
1
SHARES
11
VIEWS
ShareShareShareShare

RelatedPosts

Moran AASU : মৰাণত আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত বিনামূলীয়াকৈ UPSC / APSC প্ৰশিক্ষণ শিৱিৰ

কংগ্রেছত ড° শর্মা যদি ৰজা আছিল, ৰজাৰ দিনত কেনেকৈ ইমান ডাঙৰ কেলেংকাৰি সংঘটিত হ’ল

Illegal recruitment in tourism dept:বক্রপথেৰে নিযুক্তি দিবলৈ বৃদ্ধি কৰিছিল প্ৰাৰ্থীৰ নম্বৰ পর্যটন বিভাগত নিযুক্তি কেলেংকাৰিৰ ন ন তথ্য

Illegal Recruitment in SCERT:

দৈনিক অগ্ৰদূত ডিজিটেল ডেক্স:–নিকা নিযুক্তিৰ ধ্বনি দি মুখ্যমন্ত্রী ড: হিমন্ত বিশ্ব শর্মা সমন্বিতে শাসক পক্ষ পুনৰ ভোেট বিচৰাত নামি পৰাৰ সময়তে ৰাজ্যিক শিক্ষা, গৱেষণা আৰু প্রশিক্ষণ প্রতিষ্ঠান (এছচিইআৰটি) ত এগৰাকী সহকাৰী সঞ্চালক নিযুক্তিত অনিয়ম সংঘটিত হোৱাৰ সন্দেহ ঘনীভূত হৈছে। উল্লেখ্য যে যোৱা বছৰ এছচিইআৰটিত নিযুক্তি লাভ কৰা হিমশিখা তালুকদাৰে নিযুক্তিৰ বাবে কি কি অভিজ্ঞতাৰ প্ৰমাণপত্ৰ দাখিল কৰিছিল তথা চাকৰি সংক্ৰান্তীয় তথ্য বিচাৰি এজন জ্যেষ্ঠ সাংবাদিকে স্কুল শিক্ষা বিভাগ আৰু অসম লোকসেৱা আয়োগ (এপিএছচি)ত তথ্যজনাৰ অধিকাৰ আইন (আৰটিআই)ৰ অধীনত আবেদন জনায়ো সংশ্লিষ্ট তথ্য নোপোৱাৰ অভিযোগ উত্থাপন হৈছে।

ADVERTISEMENT

সাংবাদিকজনে অভিযোগ কৰা অনুসৰি এপিএছচি আৰু শিক্ষা বিভাগে পৰস্পৰে পৰস্পৰলৈ গা ঠেলি সমগ্ৰ বিষয়টো গাপ দিয়াৰ অপচেষ্টা চলাইছে। ইয়াৰ লগে লগে মুখ্যমন্ত্রী ড° শৰ্মাই দাবী কৰা নিকা নিযুক্তিক লৈও সন্দেহৰ উদ্ৰেক হৈছে। আনহাতে, এপিএছচি আৰু স্কুল শিক্ষা বিভাগৰ এই কাৰ্যত ক্ষুব্ধ হৈ সাংবাদিকজন অসম আৰক্ষীৰ চিআইডিৰ দ্বাৰস্থ হৈছে। উল্লেখ্য যে স্বয়ং মুখ্যমন্ত্রী ড° শৰ্মাই পূৰ্বৰ সোণোৱাল চৰকাৰৰ দিনতো নিযুক্তিত অনিয়ম হোৱা বুলি মুকলিকৈ প্ৰকাশ কৰিছে। এই ধাৰা তেওঁৰ দিনলৈ অব্যাহত থকাৰ সম্ভাৱনা উক্ত ঘটনাই প্রকট কৰিছে।

উক্ত আৰটিআই আবেদনকাৰীজনে জনোৱা মতে, ২০১৭ত হিমশিখা তালুকদাৰে প্ৰৱক্তা পদত নিযুক্তি লাভকৰিছিল। পৰৱৰ্তী সময়ত তেওঁ ২০১৯৩ ‘ডায়েট’ আৰু ২০২৩ত ‘এছচিইআৰটি’ত প্রবক্তা নিযুক্তি পাইছিল। ইয়াৰ দুবছৰৰ পাছত অর্থাৎ ২০২৫ত তেওঁ এছচিইআৰটিত সহকাৰী সঞ্চালক নিযুক্তি পায়। অভিযোগ অনুসৰি কেৱল মৌখিক পৰীক্ষাৰ ভিত্তিত উক্ত পদত নিযুক্তি দিয়া হয়।

এই মৌখিক পৰীক্ষাৰ ভিডিঅ’ ৰেকর্ডিং বিচাৰি সাংবাদিকজনে জনোৱা আবেদন এপিএছচিয়ে আওকাণ কৰাৰ অভিযোগ উত্থাপন হৈছে। অথচ চৰকাৰী চাকৰিৰ নিযুক্তিপ্রাপ্তসকলৰ অৰ্হতা সম্পৰ্কীয় তথা আৰটিআইৰ অধীনত জনাবলৈ সংশ্লিষ্ট কর্তৃপক্ষ বাধ্য। লগতে এপিএছচিয়ে জনায় যে তালুকদাৰৰ নিযুক্তি সম্পর্কীয় সকলো তথ্যপাতি শিক্ষা বিভাগক জনোৱা হৈছে। তেতিয়া আবেদনকাৰীজন শিক্ষা বিভাগৰ দ্বাৰস্থ হয়। লক্ষ্যণীয়ভাবে তেতিয়া শিক্ষা বিভাগে আবেদনকাৰীজনক এপিএছচিৰ দ্বাৰস্থ হ’বলৈ পৰামৰ্শ দিয়ে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: APSCIllegal recruitmentrti applicant complaintSCERT
publisher

publisher

Related Posts

মণ্ডপে মণ্ডপে অঘোষিত প্রতিযোগিতা, পূজাৰ ধৰ্মীয় ৰীতিৰে বিধৌত মহাষষ্ঠী
Assam

October 17, 2026
আকাশলৈ উৰণ টেছলাৰ ৰ’ডষ্টাৰৰ, ভাইৰেল ভিডিঅ’
News

আকাশলৈ উৰণ টেছলাৰ ৰ’ডষ্টাৰৰ, ভাইৰেল ভিডিঅ’

October 17, 2026
আমেৰিকাৰ বিদ্যালয়ত পুনৰ বন্দুকধাৰীৰ আক্ৰমণ, শিক্ষকসহ নিহত চাৰি
International

আমেৰিকাৰ বিদ্যালয়ত পুনৰ বন্দুকধাৰীৰ আক্ৰমণ, শিক্ষকসহ নিহত চাৰি

October 17, 2026
ককৰোচ জনতা পাৰ্টিৰ প্ৰতিবাদত অংশ ল’বলৈ আহি বিপাঙত ধ্ৰুৱ ৰাঠী
India

ককৰোচ জনতা পাৰ্টিৰ প্ৰতিবাদত অংশ ল’বলৈ আহি বিপাঙত ধ্ৰুৱ ৰাঠী

October 17, 2026
জম্মু-কাশ্মীৰৰ কুপৱাৰাত অনুপ্ৰৱেশৰ চেষ্টা ব্যৰ্থ ,সেনাৰ স’তে হোৱা গুলীয়াগুলীত নিহত দুই সন্ত্ৰাসবাদী
India

জম্মু-কাশ্মীৰৰ কুপৱাৰাত অনুপ্ৰৱেশৰ চেষ্টা ব্যৰ্থ ,সেনাৰ স’তে হোৱা গুলীয়াগুলীত নিহত দুই সন্ত্ৰাসবাদী

October 17, 2026
ৰাজস্থানত ভয়ংকৰ দুৰ্ঘটনা, সাতজনৰ মৃত্যু, গুৰুতৰভাৱে আহত প্ৰায় ১০জন
India

ৰাজস্থানত ভয়ংকৰ দুৰ্ঘটনা, সাতজনৰ মৃত্যু, গুৰুতৰভাৱে আহত প্ৰায় ১০জন

October 17, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d