- চুক্তি অনুসৰি বিটিআৰত অন্তৰ্ভুক্ত নহ’ল বাবে টিএডিৰ চাৰি জিলাৰ জনজাতীয় গাঁও ।
- চুক্তি অনুসৰি বিগত আঠমাহে গঠন নহ’ল আয়োগ ।
- চুক্তি অনুসৰি ভাট্টা লাভ কৰা নাই এন ডি এফ বিৰ কেডাৰে ।
- এন ডি এফ বিৰ কেডাৰৰ পুনংসংস্থাপনক লৈ আজিও চলোৱা নহ’ল সমীক্ষা ।
- পুনৰ ডিভাইড আছাম ৫০-৫০ৰ দাবী উত্থাপনৰ শংকাত গুৱাহাটী উচ্চ ন্যায়ালয়ত ৪৯/২০২০ নম্বৰত ৰাজহুৱা স্বাৰ্থ জড়িত আবেদন দাখিল নৰ্থ ইষ্ট হেৰিটেজ ফিউণ্ডেচনৰ ।
ADVERTISEMENT