Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Ghagrapar: ঘগ্রাপাৰ-তামুলপুৰ পথৰ আল্লিয়া চ’কত পুখুৰী সদৃশ গাত

    Indo-pak War:সংবাদ গোষ্ঠীলৈ বিশেষ আহ্বান প্ৰতিৰক্ষা মন্ত্ৰণালয়ৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা

    Srimanta Sankardev Sanghaশ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ ডিব্ৰুগড়ৰ কেন্দ্ৰীয় বহাগী উৎসৱ অনুষ্ঠান বাতিল

    Cm Himanta Biswa Sarma:দেশৰ যুদ্ধকালীন পৰিস্থিতিৰ বাবে ১০ মে’ৰ পৰা বিহু অনুষ্ঠিত নকৰিবলৈ বিহু কমিটিলৈ আহ্বান মুখ্যমন্ত্ৰীৰ

    সীমান্তকলৈ শ্বাহৰ আলোচনা, ৰাজনাথৰ স’তে তিনিজন সেনা প্ৰধানৰ সাক্ষাৎ

    দিল্লীত বিমান সেৱা স্বাভাৱিক, কিন্তু শনিবাৰলৈকে বন্ধ থাকিব দেশৰ ২৭টা বিমানবন্দৰ ! 

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    অহা মাহৰ পৰা একাধিক ফোনত কাম নকৰিব হোৱাটছএপ !

    Game:ভাৰতত কম্পিউটাৰ গেমাৰসকলৰ ৪৪ শতাংশই মহিলা, ডেভেলপাৰ মাত্ৰ ১২ শতাংশ

    Facebook:এই ধৰণৰ কথা ফে’চবুকত পোষ্ট কৰিলে কাৰাগাৰত হ’ব পাৰে বন্দী !

    Google Chrome: সাৱধান ! Google Chrome ব্যৱহাৰকাৰীসকল পৰিব পাৰে হেকাৰৰ কৱলত !

    Maruti Suzuki car prices hikes:ফেব্ৰুৱাৰীৰ পৰা বৃদ্ধি পাব গাড়ীৰ দাম

    ONEPLUS 13 SERIES

    ONEPLUS 13 SERIES : গ্ৰাহকৰ বাবে সুখবৰ, এতিয়াই ক্ৰয় কৰক OnePlus 13 আৰু OnePlus 13R

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ‘সন্ত্রাস সহ্য কৰা নহ’ব’, অক্ষয়ৰ পৰা কংগনালৈকে, ‘অপাৰেচন সিন্দূৰ’ৰ সন্দৰ্ভত কি ক’লে বলিউডে?

    কানাড়া বিতৰ্কত সোণু নিগমক বেংগালুৰু আৰক্ষীৰ চমন

    বলিউডত শোকৰ ছাঁ

    বলিউডত শোকৰ ছাঁ

    পহলগাম ট্রেজেডীত বিশেষ সিদ্ধান্ত শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ানৰ

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

    ‘জাট’ ছবিখনে খ্ৰীষ্টানসকলৰ আৱেগেক আঘাত দিছে 

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ডায়েবেটিছ আঁতৰ হ’ব! খালী পেটতে খাওক তিনি আহাৰ

    শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব

    শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব

    নতুন গৱেষণাত ওলাল বিশেষ তথ্য

    নতুন গৱেষণাত ওলাল বিশেষ তথ্য

    প্রেম আপোনাৰ বাবে বোজা হৈ পৰিছে নেকি?

    প্রেম আপোনাৰ বাবে বোজা হৈ পৰিছে নেকি?

    উদ্বেগ আৰু মানসিক চাপত ভুগিছে নেকি ? 

    উদ্বেগ আৰু মানসিক চাপত ভুগিছে নেকি ? 

    তিনিটা উপায়েৰে ঘৰতে কৰক পেডিকিউৰ

    তিনিটা উপায়েৰে ঘৰতে কৰক পেডিকিউৰ

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home Uncategorized

বড়ো মাধ্যমৰ সুকীয়া শিক্ষা সঞ্চালকালয় মুকলিক আদৰণি প্ৰমোদ বড়োৰ

publisher by publisher
September 5, 2020
in Uncategorized
Reading Time: 1 min read
0
বড়ো মাধ্যমৰ সুকীয়া শিক্ষা সঞ্চালকালয় মুকলিক আদৰণি প্ৰমোদ বড়োৰ
2
SHARES
21
VIEWS
ShareShareShareShare

আজি শিক্ষক দিৱসৰ দিনটোতে অসম চৰকাৰে বড়ো মাধ্যমৰ বাবে সুকীয়া শিক্ষা সঞ্চালকালয় মুকলি কৰা কাৰ্যক আদৰণি জনায় এবছুৰ প্ৰাক্তন সভাপতি তথা ইউপিপিএলৰ সভাপতি প্ৰমোদ বড়োৱে।

http://dainikagradoot.in/wp-content/uploads/2020/09/WhatsApp-Video-2020-09-05-at-12.33.31-PM.mp4

আজি ওদালগুৰিত এক কাৰ্যসূচীত অংশগ্ৰহণ কৰি বড়োৱে কয় যে এবছুৰ নেতৃত্বত সুদীৰ্ঘ বছৰে উত্থাপিত এই দাবীত আন্দোলন চলাই অহাৰ পিছত ইয়াক কাৰ্যকৰী কৰা নহ’ল। যাৰ ফলত বিষয়টো বিটিআৰ চুক্তিত অন্তৰ্ভুক্ত কৰা হৈছিল। এই চুক্তিৰ ভিত্তিত আজি অসম চৰকাৰে এই দীৰ্ঘদিনীয়া দাবী পূৰণ কৰাটো বড়ো জনসাধাৰণৰ বাবে আনন্দৰ বিষয়।

ADVERTISEMENT

সুকীয়া সঞ্চালকালয় গঠনৰ পাছত এতিয়া বিটিচি অঞ্চলত শিক্ষাৰ মানদণ্ড উন্নত হ’ব। বড়ো মাধ্যমৰ শিক্ষাৰ্থী, শিক্ষক তথা অভিভাৱকসকল ইয়াৰ দ্বাৰা উপকৃত হ’ব । বিটিচি অঞ্চলৰ দীৰ্ঘদিনীয়া এক সমস্যা আজি বিটিআৰ চুক্তিৰ দ্বাৰা সমাধান হৈছে ।

RelatedPosts

বিটিছি পৰিষদীয় নিৰ্বাচনত ইউপিপিএল দলে এখনো আসন নাপায়, দাবী বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰীৰ 

Budget session at BTC Legislative Assembly Bhawan : অসম বিধানসভাৰ বাজেট অধিবেশন উপলক্ষে  গুৱাহাটীৰ পৰা চার্টার্ড বাছযোগে কোকৰাঝাৰলৈ ৰাওনা হ’ব মুখ্যমন্ত্ৰী আৰু  মন্ত্রী-বিধায়কসকল

Boroland Sports Meet 3.0:বড়োলেণ্ড ক্ৰীড়া সন্মিলন ৩.০ উদ্বোধন

ইফালে ইউপিপিএল দলৰ পৰা সদ্য অব্যাহতি প্ৰাপ্ত পৃথ্বীৰাজ নাৰায়ণ দেৱ মেচৰ সন্দৰ্ভত মত ব্যক্ত কৰি বড়োৱে কয় যে মেচক আমি মৰমেৰে আঁকোৱালি লৈ কাম কৰাৰ সুযোগ দিছিলো যদিও তেওঁ দলৰ বিপৰীতে গৈ কাম কৰাৰ বাবে তেখেতক উলিয়াই দিবলৈ দল বাধ্য হৈছে । ৰাজনীতিত মানুহ আহে আৰু যায় বুলিও তেখেতে সাংবাদিকৰ আগত ভাষ্য প্ৰদান কৰে।

Share this:

  • Click to share on X (Opens in new window) X
  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Click to share on Pinterest (Opens in new window) Pinterest
  • Click to share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: BTCPramod BodoUdalguri
publisher

publisher

Related Posts

নিশাৰ আক্ৰমণৰ পাছত আজি পুৱা জয়ছালমেৰ গাঁৱত উদ্ধাৰ ‘বোমা সদৃশ বস্তু’ ,সতৰ্কবাণী জাৰি 
Uncategorized

May 9, 2025
Operations Sindoor: ‘অপাৰেছন সিন্দূৰ’ নামকৰণ কিয় কৰিলে প্রধানমন্ত্রীয়ে?
Uncategorized

Operations Sindoor: ‘অপাৰেছন সিন্দূৰ’ নামকৰণ কিয় কৰিলে প্রধানমন্ত্রীয়ে?

May 8, 2025
Bharalu River:আৱৰ্জনাৰে ভৰিছে ভৰলু !
Uncategorized

Bharalu River:আৱৰ্জনাৰে ভৰিছে ভৰলু !

May 8, 2025
images 16 2
Uncategorized

April 24, 2025
দিল্লীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰিলে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই
Uncategorized

দিল্লীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰিলে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

April 19, 2025
মাজ আকাশতে দুৰ্যোগ!
Uncategorized

মাজ আকাশতে দুৰ্যোগ!

April 11, 2025
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d