Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    জালুকবাৰীত হিমন্ত বিশ্ব শৰ্মাৰ জয়লাভ

    জালুকবাৰীত হিমন্ত বিশ্ব শৰ্মাৰ জয়লাভ

    গোলাঘাটত বিজেপিৰ জয়ধ্বনি, বিজয়ী অজন্তা নেওগ

    যোৰহাটত পৰাস্ত গৌৰৱ গগৈ

    যোৰহাটত পৰাস্ত গৌৰৱ গগৈ

    উৎকণ্ঠা চৰমত! এইবাৰ চৰকাৰ কাৰ?

    কামৰূপ মহানগৰত এনডিএৰ অগ্ৰগতি

    বিজয় উৎসৱৰ প্ৰস্তুতিত ব্যস্ত বিজেপি মুখ্য কাৰ্যালয়

    WB Election Result:পশ্চিমবংগত নিশ্চিত বিজয়ৰ দিশে অগ্ৰসৰ বিজেপি

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home COVID-19

শিশুসকলক যোগাসনৰ সম্পৰ্কে পৰিচয় কৰাৰ বাবে এইয়াই উচিত সময়

publisher by publisher
September 7, 2020
in COVID-19, News
Reading Time: 1 min read
0
শিশুসকলক যোগাসনৰ সম্পৰ্কে পৰিচয় কৰাৰ বাবে এইয়াই উচিত সময়
14
SHARES
143
VIEWS
ShareShareShareShare

সমগ্ৰ বিশ্বত কৰ’না মহামাৰীয়ে ভয়াৱহ ৰূপ ধাৰণ কৰিছে ৷ তাৰ মাজতে প্ৰশ্ন হয় যে কৰ’নাৰ এই ভয়াৱহতাৰ মাজতে শিশুসকলৰ মানসিক অৱস্থা কেনেকুৱা? তেওঁলোকৰ স্বাস্থ্য কেনেকুৱা? সম্প্ৰতি এই সকলোবোৰ চিন্তা ধাৰাৰ মাজতে প্ৰকাশ পাইছে যে কৰ’না ভাইৰাছৰ কাৰণে বিশ্বত সৃষ্টি হোৱা পৰিস্থিতিৰ ফলত আমাৰ পিছৰ প্ৰজন্মৰ মানসিক চিন্তাত ব্যাপক প্ৰভাৱ পৰিব । কাৰণ অতিমাৰীৰ ফলত শিশুসকলে দেখা, অনুভৱ কৰা পৰিৱেশক তেওঁলোকৰ স্মৃতিত সজীৱ হৈ যাব ।

ADVERTISEMENT

গতিকে শিশুসকলক এই পৰিস্থিতিৰ পৰা আঁতৰাই ৰাখিবলৈ আমি কি কৰিব পাৰোঁ বা এনে ধৰণৰ কি পদক্ষেপ ল’ব পাৰি যিয়ে শিশুসকলৰ মানসিক ভাৰসাম্যতা সবল কৰি তোলে ৷ প্ৰথমতে, কৰ’না ভাইৰাছৰ সময়ত ভাইৰাছৰ পৰা বাছি থাকিবলৈ সকলোৱে নিজে পৰাখিনি কৰিছে ৷ বহু বিশেষজ্ঞই কোৱাৰ দৰে বহু শিশুৰ সময়মতে খাদ্য গ্ৰহণ কৰা, সময়মতে শুৱা ,আৰাম কৰা আদি বহু প্ৰয়োজন ৷

RelatedPosts

আমেৰিকাত নতুনকৈ ত্রাস সৃষ্টি কৰিছে ক’ভিডে

ক’ভিড ভেকচিনৰ ফলত বৃদ্ধি পাইছে নেকি অকাল মৃত্যু?

দেশত দ্ৰুতগতিত হ্ৰাস পাইছে ক’ভিড আক্ৰান্তৰ সংখ্যা

এই সময়ত ছ’চিয়েল মিডিয়াত শিশুসকলৰ ৰোগ প্ৰতিৰোধ ক্ষমতা কেনেকৈ বৃদ্ধি হয় সেই সম্পৰ্কত বিভিন্ন ভিডিঅ’ চাই জানিব পাৰি ৷ ইয়াৰ জৰিয়তে বিভিন্ন শাৰীৰিক ব্যায়াম বা যোগা কৰি শিশুৰ লগতে পিতৃ-মাতৃৰো স্বাস্থ্য সবল কৰিব পাৰি। আমি সকলোৱে জানো যোগাসনৰ যোগেদি মন আৰু শৰীৰে প্ৰশান্তি লাভ কৰে ৷ যোগ যিকোনো বয়সৰ লোকে কৰিব পাৰে । যোগে মনৰ ভাৱ, ব্যৱহাৰ, অনুভৱত প্ৰভাৱ পেলায় ।

গতিকে শিশুসকলে নিয়মীয়াকৈ যোগ কৰিল তেওঁলোকৰ শাৰীৰিক মানসিক ক্ষেত্ৰত প্ৰভাৱ পৰি সুস্বাস্থ্য গঢ়ি উঠিব । কৰ’না ভাইৰাছৰ কাৰণে সকলো লোকৰ দৰে শিশুসকলেও আৱদ্ধ হৈ থাকিব লগা হৈছে । গতিকে যোগাসনে ভয়, অকলশৰীয়া আৰু হতাশাৰ ভাৱ আঁতৰাই দিয়ে ৷

২০১৪ ত হোৱা চুনামীৰ কাৰণে শ্ৰীলঙ্কাৰ ৩১টা শিশুৰ মন মগজুত ব্যাপক প্ৰভাৱ পেলাইছিল । আনহাতে শিশুৰ শিক্ষণৰ ক্ষেত্ৰতো প্ৰভাৱ পেলাই যোগে ৷ কাৰণ যোগাসনে শিশুৰ মগজুক শান্তি দিয়ে ৷ আৰু শিকাৰ প্ৰতি আগ্ৰহ বঢ়ায় । গতিকে যোগাসন শিশুৰ মন মগজুৰ প্ৰতি অতি প্ৰয়োজনীয়।

উল্লেখযোগ্য যে প্ৰযুক্তি বিদ্যাৰ ব্যৱহাৰে আমাৰ ভৱিষ্যতৰ কেৰিয়াৰ গঢ়াত সহায় কৰে । কিছুমান শিক্ষা আমি আত্ম শিক্ষণৰ দ্বাৰা লাভ কৰো । লগতে শ্ৰেণীৰ কোঠাত বহি আমি আনুষ্ঠানিক শিক্ষা গ্ৰহণ কৰো । কিন্তু সাম্প্ৰতিক সময়ত কৰ’নাৰ সময়ত যোগাসনে শিশুৰ শৈক্ষিক, মানসিক দিশৰ উত্তৰণৰ লগতে সকলো নেতিবাচক মনোভাৱ আঁতৰ কৰাত সুবিধা প্ৰদান কৰে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Covid-19Meditation
publisher

publisher

Related Posts

জালুকবাৰীত হিমন্ত বিশ্ব শৰ্মাৰ জয়লাভ
Assam

জালুকবাৰীত হিমন্ত বিশ্ব শৰ্মাৰ জয়লাভ

May 4, 2026
গোলাঘাটত বিজেপিৰ জয়ধ্বনি, বিজয়ী অজন্তা নেওগ
News

গোলাঘাটত বিজেপিৰ জয়ধ্বনি, বিজয়ী অজন্তা নেওগ

May 4, 2026
যোৰহাটত পৰাস্ত গৌৰৱ গগৈ
News

যোৰহাটত পৰাস্ত গৌৰৱ গগৈ

May 4, 2026
উৎকণ্ঠা চৰমত! এইবাৰ চৰকাৰ কাৰ?
News

কামৰূপ মহানগৰত এনডিএৰ অগ্ৰগতি

May 4, 2026
বিজয় উৎসৱৰ প্ৰস্তুতিত ব্যস্ত বিজেপি মুখ্য কাৰ্যালয়
India

বিজয় উৎসৱৰ প্ৰস্তুতিত ব্যস্ত বিজেপি মুখ্য কাৰ্যালয়

May 4, 2026
WB Election Result:পশ্চিমবংগত নিশ্চিত বিজয়ৰ দিশে অগ্ৰসৰ বিজেপি
National

WB Election Result:পশ্চিমবংগত নিশ্চিত বিজয়ৰ দিশে অগ্ৰসৰ বিজেপি

May 4, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d