Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Sonam Raghuvanshi’s bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন

    Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা

    ছিকিমত কিশোৰ-কিশোৰীৰ স’তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

    Artificial Flood in China:কৃত্ৰিম বানত ডুবিল চীনৰ বাণিজ্যিক চহৰ গুৱাংচি

    উত্তৰপ্ৰদেশত আৰক্ষী ব্যৱস্থা শক্তিশালীকৰণত বৃহৎ পদক্ষেপ

    Gujarat :গুজৰাটৰ চুৰাটত দিন -দুপৰতে লোমহৰ্ষক ডকাইতি কাণ্ড

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

চিৰাঙৰ পাটাবাৰীত বনবিভাগৰ ভূমি অবৈধ ভাৱে দখল কৰা লোকে আক্ৰমণ কৰিলে বন বিভাগৰ লোকক

publisher by publisher
September 12, 2020
in Assam, News
Reading Time: 1 min read
0
চিৰাঙৰ পাটাবাৰীত বনবিভাগৰ ভূমি অবৈধ ভাৱে দখল কৰা লোকে আক্ৰমণ কৰিলে বন বিভাগৰ লোকক
4
SHARES
37
VIEWS
ShareShareShareShare

চিৰাং জিলাৰ আমগুৰী থানাৰ অন্তৰ্গত পাটাবাৰীত বন বিভাগৰ লোকক আক্ৰমণ বেদখলকাৰীৰ । চিৰাং বন বিভাগৰ কে’বাজনো লোক আহত হোৱাৰ লগতে এজনৰ অৱস্থা সংকটজনক । চিৰাং সংমণ্ডল বন বিষয়া ব্ৰহ্মানন্দ পাতিৰীয়ে জনোৱা মতে, পাটাবাৰীত বন বিভাগৰ পাঁচশ হেক্টৰতকৈ অধিক বন বিভাগৰ ভূমি আছে । বনাঞ্চল সংৰক্ষিত এই ভূমিত বনাঞ্চল গঢ় দিয়াৰ চেষ্টা চলাইছে বন বিভাগে ।

ADVERTISEMENT
http://dainikagradoot.in/wp-content/uploads/2020/09/WhatsApp-Video-2020-09-12-at-8.31.15-PM.mp4

তাৰে মাজত এশ হেক্টৰ ভূমিত চিৰাং বন বিভাগে যোৱা ৭ আগষ্টৰ পৰা গছপুলি ৰোপণৰ কাম চলি আছিল । আজিও আমটেকা আৰু কুকলং বনাঞ্চলৰ একাংশ বন বিভাগৰ লোকে কাম কৰি আছিল । কিন্তু কিছু জনজাতীয় ধনী শ্ৰেণীৰ লোকে উক্ত ভূমি অবৈধ ভাৱে দখল কৰাৰ চেষ্টা চলাই আছিল ।

RelatedPosts

H.S Final Exami Result 2026:ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ ফলাফল

Drugs Seized in Chirang:চিৰাঙত নিষিদ্ধ ড্ৰাগছ সহ এজনক আটক

Earthquake in Assam:পুৱাই ৰাজ্যত ভূমিকম্পৰ জোকাৰণি

বন বিভাগে তেওঁলোকক কে’বাবাৰো বুজোৱাৰ পিচতো আজি বন বিভাগৰ লোকে কাম কৰি থকা অৱস্থাত হঠাতে থাইচোগুৰীৰ অজা বসুমতাৰী, লেন্দাই দৈমাৰী, ছুদেমপাৰাৰ ৰিপক নাৰ্জাৰী, বেশৰবাৰীৰ সঞ্জিৱ বসুমতাৰী, অক্সিগুৰীৰ পছিছ বৰগয়াৰী, বেশৰ বাৰীৰ নিতেন বৰগয়াৰী, অক্সিগুৰীৰ মেলেকো নাৰ্জাৰীৰ নেতৃত্বত কিছু লোকে বন বিভাগৰ লোকক আজি বিয়লিৰ ভাগত আক্ৰমণ কৰে ।

উপায়ান্তৰ হৈ শূণ্যলৈ কে’বাজাই গুলি চলোৱাৰ পিচতহে বন বিভাগৰ লোকসকল ৰক্ষা পৰে । আক্ৰমণত বন বিভাগৰ কে’বাজনো লোক আহত হয় । তাৰ ভিতৰত বাতাবাৰী জইন্ট ফৰেষ্ট মেনেজমেন্টৰ সভাপতি উত্তম মুচাহাৰী গুৰুতৰ ভাৱে আহত হয় । আহত মুচাহাৰী বৰ্তমান বঙাইগাঁওৰ ব্যাক্তিগত নাৰ্ছিং হোমত চিকিৎসাধীন অৱস্থাত আছে ।

এই সন্দৰ্ভত আমটেকা বনাঞ্চলিক বিভাগৰ পৰা আমগুৰি থানাত এজাহাৰ দাখিল কৰা বুলিও জনায় চিৰাং সংমণ্ডল বন বিষয়া ব্ৰহ্মানন্দ পাতিৰীয়ে। এই সন্দৰ্ভত আমগুৰী থানাত ভাৰতীয় দণ্ডবিধিৰ ৪৪৭/৪২৭ ধাৰা অনুসৰি ৩৯/২০ নম্বৰ গোচৰ পঞ্জীয়ন হৈ আছিল যোৱা আগষ্ট মাহতে । তাৰ পিচতো আজি এই ঘটনা সংঘটিত হয় আৰু আজিও বন বিভাগে গোচৰ দিব লগীয়া হয়।

পাতিৰীয়ে লগতে জনায় যে জিলাখনৰ বনাঞ্চল ধ্বংস হৈ অহাৰ ফলতে নৈ সমূহৰ গৰাখহনীয়াই তীব্ৰ ৰূপ ধাৰণ কৰিছে । যাৰ বাবে তৎকালীন ভাৱে বৃহত্তৰ ঔগুৰি, পাটাবাৰী, আইধুবুৰি, নাঙলভাঙা আদি অঞ্চল নৈৰ গৰাখহনীয়াৰ পৰা ৰক্ষাৰ বাবে এইদৰে পাটাবাৰীত বন বিভাগৰ ভূমিত গছ পুলি ৰোপণ কৰাৰ ব্যৱস্থা কৰা হৈছে ।

কিন্ত তাৰ মাজতে এইদৰে বন বিভাগৰ ভূমি অবৈধ ভাৱে দখল কৰি বিভিন্ন ঠাইৰ পৰা অহা লোকে বন বিভাগৰ লোকক বাধা প্ৰদান কৰা বুলি অভিযোগ কৰি বন বিষয়া জনে কয় যে দৰিদ্ৰ ভূমিহীন লোকক বন বিভাগে ঠায়ে ঠায়ে ভূমি প্ৰদান কৰিছে কিন্ত ধনী শ্ৰেণীৰ লোকক ভূমি দিয়াৰ প্ৰশ্নই নুঠে । যিকোনো প্ৰকাৰে জিলাখনৰ নৈ পৰীয়া অঞ্চল সমূহ নৈৰ ভয়াবহ বানপানী আৰু গৰাখহনীয়াৰ পৰা ৰক্ষা কৰা আৰু পৰিৱেশ ৰক্ষাৰ স্বাৰ্থত বনাঞ্চল গঢ়ি তুলিবই লাগিব । এই ক্ষেত্ৰত জনসাধাৰণৰ সহযোগীতাৰ বিশেষ প্ৰয়োজন আছে বুলিও জনায় বন বিষয়া পাতিৰীয়ে ।

আনহাতে, বিটিচিত ৰাজ্যপালৰ শাসন আৰম্ভ হোৱাৰ লগে লগে ৰাজ্যপালে বনাঞ্চল ৰক্ষাৰ বাবে কঠোৰ নিৰ্দেশনা জাৰি কৰাৰ লগতে বিটিচিত দহ লক্ষাধিক গছপুলি ৰোপনৰ বাবে ধৰিত্ৰী নামৰ এক বিশেষ আঁচনিৰ ৰূপায়ণ কৰিছিল ।

অথচ ৰাজ্যপালৰ শাসনৰ এই সময়ছোৱাতে বন বিভাগৰ লোকৰ ওপৰত বনাঞ্চল অবৈধ ভাৱে দখল কৰা লোকে আক্ৰমনৰ ঘটনা সংঘটিত কৰিছে আজি চিৰাঙৰ পাটাবাৰীত। এই ঘটনাৰ পিছতে বন বিভাগৰ লোকে আমগুৰি থানাত এজাহাৰ দাখিল কৰে । আনহাতে, আৰক্ষী প্ৰশাসনে এই সন্দৰ্ভত কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া হ’ব লক্ষ্যণীয় ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: AssamCHIRANG
publisher

publisher

Related Posts

Sonam Raghuvanshi’s bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন
News

April 28, 2026
Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা
News

Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা

April 28, 2026
ছিকিমত কিশোৰ-কিশোৰীৰ স’তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে
India

ছিকিমত কিশোৰ-কিশোৰীৰ স’তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

April 28, 2026
Artificial Flood in China:কৃত্ৰিম বানত ডুবিল চীনৰ বাণিজ্যিক চহৰ গুৱাংচি
News

Artificial Flood in China:কৃত্ৰিম বানত ডুবিল চীনৰ বাণিজ্যিক চহৰ গুৱাংচি

April 28, 2026
উত্তৰপ্ৰদেশত আৰক্ষী ব্যৱস্থা শক্তিশালীকৰণত বৃহৎ পদক্ষেপ
India

উত্তৰপ্ৰদেশত আৰক্ষী ব্যৱস্থা শক্তিশালীকৰণত বৃহৎ পদক্ষেপ

April 28, 2026
Gujarat :গুজৰাটৰ চুৰাটত দিন -দুপৰতে লোমহৰ্ষক ডকাইতি কাণ্ড
National

Gujarat :গুজৰাটৰ চুৰাটত দিন -দুপৰতে লোমহৰ্ষক ডকাইতি কাণ্ড

April 28, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d