Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    পাক সেনাবাহিনীৰ ওপৰত পুনৰ আক্ৰমণ বেলুচ বিদ্ৰোহীৰ ! নিহত ১৪ জন জোৱান

    Gamkharu:কাকী কেন্দ্ৰীয় গামখাৰু ৰঙালী বিহু উৎসৱ উদযাপন সমিতিয়ে বাতিল কৰিলে বিহু উৎসৱ

    Ghagrapar: ঘগ্রাপাৰ-তামুলপুৰ পথৰ আল্লিয়া চ’কত পুখুৰী সদৃশ গাত

    Indo-pak War:সংবাদ গোষ্ঠীলৈ বিশেষ আহ্বান প্ৰতিৰক্ষা মন্ত্ৰণালয়ৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা

    Srimanta Sankardev Sanghaশ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ ডিব্ৰুগড়ৰ কেন্দ্ৰীয় বহাগী উৎসৱ অনুষ্ঠান বাতিল

    Cm Himanta Biswa Sarma:দেশৰ যুদ্ধকালীন পৰিস্থিতিৰ বাবে ১০ মে’ৰ পৰা বিহু অনুষ্ঠিত নকৰিবলৈ বিহু কমিটিলৈ আহ্বান মুখ্যমন্ত্ৰীৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    অহা মাহৰ পৰা একাধিক ফোনত কাম নকৰিব হোৱাটছএপ !

    Game:ভাৰতত কম্পিউটাৰ গেমাৰসকলৰ ৪৪ শতাংশই মহিলা, ডেভেলপাৰ মাত্ৰ ১২ শতাংশ

    Facebook:এই ধৰণৰ কথা ফে’চবুকত পোষ্ট কৰিলে কাৰাগাৰত হ’ব পাৰে বন্দী !

    Google Chrome: সাৱধান ! Google Chrome ব্যৱহাৰকাৰীসকল পৰিব পাৰে হেকাৰৰ কৱলত !

    Maruti Suzuki car prices hikes:ফেব্ৰুৱাৰীৰ পৰা বৃদ্ধি পাব গাড়ীৰ দাম

    ONEPLUS 13 SERIES

    ONEPLUS 13 SERIES : গ্ৰাহকৰ বাবে সুখবৰ, এতিয়াই ক্ৰয় কৰক OnePlus 13 আৰু OnePlus 13R

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ‘সন্ত্রাস সহ্য কৰা নহ’ব’, অক্ষয়ৰ পৰা কংগনালৈকে, ‘অপাৰেচন সিন্দূৰ’ৰ সন্দৰ্ভত কি ক’লে বলিউডে?

    কানাড়া বিতৰ্কত সোণু নিগমক বেংগালুৰু আৰক্ষীৰ চমন

    বলিউডত শোকৰ ছাঁ

    বলিউডত শোকৰ ছাঁ

    পহলগাম ট্রেজেডীত বিশেষ সিদ্ধান্ত শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ানৰ

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

    ‘জাট’ ছবিখনে খ্ৰীষ্টানসকলৰ আৱেগেক আঘাত দিছে 

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ডায়েবেটিছ আঁতৰ হ’ব! খালী পেটতে খাওক তিনি আহাৰ

    শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব

    শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব

    নতুন গৱেষণাত ওলাল বিশেষ তথ্য

    নতুন গৱেষণাত ওলাল বিশেষ তথ্য

    প্রেম আপোনাৰ বাবে বোজা হৈ পৰিছে নেকি?

    প্রেম আপোনাৰ বাবে বোজা হৈ পৰিছে নেকি?

    উদ্বেগ আৰু মানসিক চাপত ভুগিছে নেকি ? 

    উদ্বেগ আৰু মানসিক চাপত ভুগিছে নেকি ? 

    তিনিটা উপায়েৰে ঘৰতে কৰক পেডিকিউৰ

    তিনিটা উপায়েৰে ঘৰতে কৰক পেডিকিউৰ

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

কোনো আঁচনিয়ে ঢুকি নোপোৱা এগৰাকী অকলশৰীয়া ৮০ বছৰীয়া আইতাৰ কৰুণগাঁথা

publisher by publisher
September 13, 2020
in Assam, News
Reading Time: 1 min read
0
কোনো আঁচনিয়ে ঢুকি নোপোৱা এগৰাকী অকলশৰীয়া ৮০ বছৰীয়া আইতাৰ কৰুণগাঁথা
4
SHARES
40
VIEWS
ShareShareShareShare

এগৰাকী ৮০ বছৰীয়া অকলশৰীয়া আইতা, নাম বীণাপাণি দাস ৷ ঘৰৰ ফুটাৰে আকাশৰ তৰা গণিব পৰা এটা উৰুখা পঁজাত জীৱন নিৰ্বাহ কৰে তেঁও ৷ পৰিয়ালৰ আন সদস্য বুলিবলৈ কোনো এজনেই নাই আইতা গৰাকীৰ ৷ নিজৰ বস্তিৰ মাটি টুকুৰাত ৰোপণ কৰা দুডালমান তামোলগছৰ তামোল বিক্ৰী কৰি পোৱা ধনৰ লগতে সেইখিনি শেষ হ’লে গাঁওখনৰ লোকৰ ঘৰে ঘৰে খুজিমাগি অকলশৰীয়া পৰিয়ালটো কোনোমতে চলাই নিয়ে তেঁও ৷

ADVERTISEMENT

বাক্সা জিলাৰ শালবাৰী মহকুমা সদৰ শালবাৰীৰ উত্তৰ দিশে থকা ভূঞাপাৰা নামৰ গাঁওখনৰেই বাসিন্দা আইতা বীণাপাণি দাস ৷ প্ৰায় ৩৫ বছৰ ধৰি অকলশৰীয়া জীৱন কটাই অহা আইতা গৰাকীৰ বেমাৰ আজাৰ হ’লেও আলপৈচান ধৰোতা কোনো নাই ৷

RelatedPosts

পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ ঘটনাক লৈ কঠোৰ শিক্ষা বিভাগ

যোৰহাটত মণিপুৰৰ উগ্রপন্থী সদস্য গ্ৰেপ্তাৰ

ভয়-ভাবুকি প্ৰদৰ্শনৰে পঞ্চায়ত নিৰ্বাচনত ভোট আদায়ৰ তৎপৰতাৰ অভিযোগ

কিন্তু আশ্বৰ্যজনকভাৱে চৰকাৰে ৰাজ্যৰ দুখীয়া দৰিদ্ৰ জনসাধাৰণৰ বাবে যিবোৰ আঁচনি ৰূপায়ণ কৰি আহিছে তাৰ কোনো এটাই আজিও ঢুকি নাপালে আইতা বীণাপাণি দাসক ৷ বহু গাঁওত বহু ধনীক শ্ৰেণীয়েও চৰকাৰী গৃহ লাভ কৰাৰ উদাহৰণ সৰ্বদিশে । কিন্তু বীণাপাণি দাসৰ কপালত যেন সেইয়া নাই ৷ এসাঁজ খাই এসাঁজ লঘোণে থকা দৰিদ্ৰ আইতাগৰাকীয়ে আশীৰ দেওনা পাৰ হোৱাৰ সময়তো লাভ নকৰিলে এটা চৰকাৰী গৃহ ৷

তেঁওৰ গৃহত উপস্থিত হোৱা সাংবাদিকৰ আগত থোকাথুকি মাতেৰে কয়- “চৰকাৰে মোক একো নিদিলে ৷ বৰষুণ পৰা ঘৰটোতে কোনোমতে থাকো ৷ কিবা অলপ দিছিল তাকো কোনোবাই কাঢ়ি নিলে ৷ কেইমাহমান বৃদ্ধ পেঞ্চনৰ অলপ পইচা পাইছিলোঁ, পিছে বহুবছৰেই হ’ল সেইবোৰো নাই ৷ বৃদ্ধ পেঞ্চনৰ পইচা মোক নিদিয়ে ৷”

গাঁওৰ বহু লোকে ধান চাউলে দি সহায় কৰা বুলি কোৱা আইতা গৰাকীক চৰকাৰী শৌচাগাৰ এটাও কোনো এজন চৰকাৰী প্ৰতিনিধিয়ে নিদিলে বুলি দুখ প্ৰকাশ কৰি ঘৰত যিটো দমকল আছে সেইটোৰেও মাজে মাজে পানী নোলোৱাত বহু দূৰৰ পৰা পানী আনিব লগা হয় বুলিও আক্ষেপ প্ৰকাশ কৰে ৷ এই প্ৰতিবেদনৰ পিছতেই সংশ্লিষ্ট বিভাগ, ব্যক্তিবিশেষে অশীতিপৰ বৃদ্ধা আইতাগৰাকীক যৎকিঞ্চিৎ সহায় আগবঢ়াব বুলি আমি আশাবাদী

Share this:

  • Click to share on X (Opens in new window) X
  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Click to share on Pinterest (Opens in new window) Pinterest
  • Click to share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: AssamBaksa
publisher

publisher

Related Posts

পাক সেনাবাহিনীৰ ওপৰত পুনৰ আক্ৰমণ বেলুচ বিদ্ৰোহীৰ ! নিহত ১৪ জন জোৱান
News

May 9, 2025
Gamkharu:কাকী কেন্দ্ৰীয় গামখাৰু ৰঙালী বিহু উৎসৱ উদযাপন সমিতিয়ে বাতিল কৰিলে বিহু উৎসৱ
News

Gamkharu:কাকী কেন্দ্ৰীয় গামখাৰু ৰঙালী বিহু উৎসৱ উদযাপন সমিতিয়ে বাতিল কৰিলে বিহু উৎসৱ

May 9, 2025
Ghagrapar: ঘগ্রাপাৰ-তামুলপুৰ পথৰ আল্লিয়া চ’কত পুখুৰী সদৃশ গাত
News

Ghagrapar: ঘগ্রাপাৰ-তামুলপুৰ পথৰ আল্লিয়া চ’কত পুখুৰী সদৃশ গাত

May 9, 2025
Indo-pak War:সংবাদ গোষ্ঠীলৈ বিশেষ আহ্বান প্ৰতিৰক্ষা মন্ত্ৰণালয়ৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা
News

Indo-pak War:সংবাদ গোষ্ঠীলৈ বিশেষ আহ্বান প্ৰতিৰক্ষা মন্ত্ৰণালয়ৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা

May 9, 2025
Srimanta Sankardev Sanghaশ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ ডিব্ৰুগড়ৰ কেন্দ্ৰীয় বহাগী উৎসৱ অনুষ্ঠান বাতিল
News

Srimanta Sankardev Sanghaশ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ ডিব্ৰুগড়ৰ কেন্দ্ৰীয় বহাগী উৎসৱ অনুষ্ঠান বাতিল

May 9, 2025
Cm Himanta Biswa Sarma:দেশৰ যুদ্ধকালীন পৰিস্থিতিৰ বাবে ১০ মে’ৰ পৰা বিহু অনুষ্ঠিত নকৰিবলৈ বিহু কমিটিলৈ আহ্বান মুখ্যমন্ত্ৰীৰ
News

Cm Himanta Biswa Sarma:দেশৰ যুদ্ধকালীন পৰিস্থিতিৰ বাবে ১০ মে’ৰ পৰা বিহু অনুষ্ঠিত নকৰিবলৈ বিহু কমিটিলৈ আহ্বান মুখ্যমন্ত্ৰীৰ

May 9, 2025
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d