Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    যন্তৰ-মন্তৰত সতীৰ্থৰ গ্ৰেপ্তাৰক লৈ ক্ষুব্ধ ককৰোচ জনতা পাৰ্টি

    উন্নত দেশৰ ১০ শতাংশ দৰিদ্ৰৰ আয়ো ভাৰতৰ ১০ শতাংশ ধনীতকৈ বেছি

    ‘সৰু ল’ৰা’ৰ প্ৰকোপত সলনি হৈছে বিশ্বৰ বতৰ

    ৭.৬৫ ত্রিলিয়ন টকা ব্যয়ৰে গঢ়ি তোলা সামৰিক বাহিনীৰ নিষ্ফল সংগ্রাম

    তিনি বছৰ বয়সতে গ্রন্থ প্রকাশ পালে অডভয় জৈনৰ

    অৰ্থনীতি বিজ্ঞানৰ নোবেল বঁটা লাভ ৰবাৰ্ট ই. হল আৰু মাইকেল উডফৰ্ডৰ, অৰ্থনৈতিক সুস্থিৰতাৰ গৱেষণাৰ স্বীকৃতি

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

কোনো আঁচনিয়ে ঢুকি নোপোৱা এগৰাকী অকলশৰীয়া ৮০ বছৰীয়া আইতাৰ কৰুণগাঁথা

publisher by publisher
September 13, 2020
in Assam, News
Reading Time: 1 min read
0
কোনো আঁচনিয়ে ঢুকি নোপোৱা এগৰাকী অকলশৰীয়া ৮০ বছৰীয়া আইতাৰ কৰুণগাঁথা
5
SHARES
45
VIEWS
ShareShareShareShare

RelatedPosts

হোমষ্টেত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু, তদন্তত নতুন তথ্য

Two Govt Joint meeting in shillong:অসম-মেঘালয়ৰ কেব চালকৰ সংঘাতক লৈ শ্বিলঙত অনুষ্ঠিত হ’ল দুই চৰকাৰৰ বৈঠকত

China’s largest dam at source of the Brahmaputra :ব্ৰহ্মপুত্ৰৰ উৎসত দৈত্যকায় বান্ধ চীনৰ

এগৰাকী ৮০ বছৰীয়া অকলশৰীয়া আইতা, নাম বীণাপাণি দাস ৷ ঘৰৰ ফুটাৰে আকাশৰ তৰা গণিব পৰা এটা উৰুখা পঁজাত জীৱন নিৰ্বাহ কৰে তেঁও ৷ পৰিয়ালৰ আন সদস্য বুলিবলৈ কোনো এজনেই নাই আইতা গৰাকীৰ ৷ নিজৰ বস্তিৰ মাটি টুকুৰাত ৰোপণ কৰা দুডালমান তামোলগছৰ তামোল বিক্ৰী কৰি পোৱা ধনৰ লগতে সেইখিনি শেষ হ’লে গাঁওখনৰ লোকৰ ঘৰে ঘৰে খুজিমাগি অকলশৰীয়া পৰিয়ালটো কোনোমতে চলাই নিয়ে তেঁও ৷

ADVERTISEMENT

বাক্সা জিলাৰ শালবাৰী মহকুমা সদৰ শালবাৰীৰ উত্তৰ দিশে থকা ভূঞাপাৰা নামৰ গাঁওখনৰেই বাসিন্দা আইতা বীণাপাণি দাস ৷ প্ৰায় ৩৫ বছৰ ধৰি অকলশৰীয়া জীৱন কটাই অহা আইতা গৰাকীৰ বেমাৰ আজাৰ হ’লেও আলপৈচান ধৰোতা কোনো নাই ৷

কিন্তু আশ্বৰ্যজনকভাৱে চৰকাৰে ৰাজ্যৰ দুখীয়া দৰিদ্ৰ জনসাধাৰণৰ বাবে যিবোৰ আঁচনি ৰূপায়ণ কৰি আহিছে তাৰ কোনো এটাই আজিও ঢুকি নাপালে আইতা বীণাপাণি দাসক ৷ বহু গাঁওত বহু ধনীক শ্ৰেণীয়েও চৰকাৰী গৃহ লাভ কৰাৰ উদাহৰণ সৰ্বদিশে । কিন্তু বীণাপাণি দাসৰ কপালত যেন সেইয়া নাই ৷ এসাঁজ খাই এসাঁজ লঘোণে থকা দৰিদ্ৰ আইতাগৰাকীয়ে আশীৰ দেওনা পাৰ হোৱাৰ সময়তো লাভ নকৰিলে এটা চৰকাৰী গৃহ ৷

তেঁওৰ গৃহত উপস্থিত হোৱা সাংবাদিকৰ আগত থোকাথুকি মাতেৰে কয়- “চৰকাৰে মোক একো নিদিলে ৷ বৰষুণ পৰা ঘৰটোতে কোনোমতে থাকো ৷ কিবা অলপ দিছিল তাকো কোনোবাই কাঢ়ি নিলে ৷ কেইমাহমান বৃদ্ধ পেঞ্চনৰ অলপ পইচা পাইছিলোঁ, পিছে বহুবছৰেই হ’ল সেইবোৰো নাই ৷ বৃদ্ধ পেঞ্চনৰ পইচা মোক নিদিয়ে ৷”

গাঁওৰ বহু লোকে ধান চাউলে দি সহায় কৰা বুলি কোৱা আইতা গৰাকীক চৰকাৰী শৌচাগাৰ এটাও কোনো এজন চৰকাৰী প্ৰতিনিধিয়ে নিদিলে বুলি দুখ প্ৰকাশ কৰি ঘৰত যিটো দমকল আছে সেইটোৰেও মাজে মাজে পানী নোলোৱাত বহু দূৰৰ পৰা পানী আনিব লগা হয় বুলিও আক্ষেপ প্ৰকাশ কৰে ৷ এই প্ৰতিবেদনৰ পিছতেই সংশ্লিষ্ট বিভাগ, ব্যক্তিবিশেষে অশীতিপৰ বৃদ্ধা আইতাগৰাকীক যৎকিঞ্চিৎ সহায় আগবঢ়াব বুলি আমি আশাবাদী

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: AssamBaksa
publisher

publisher

Related Posts

যন্তৰ-মন্তৰত সতীৰ্থৰ গ্ৰেপ্তাৰক লৈ ক্ষুব্ধ ককৰোচ জনতা পাৰ্টি
India

October 14, 2026
উন্নত দেশৰ ১০ শতাংশ দৰিদ্ৰৰ আয়ো ভাৰতৰ ১০ শতাংশ ধনীতকৈ বেছি
International

October 13, 2026
‘সৰু ল’ৰা’ৰ প্ৰকোপত সলনি হৈছে বিশ্বৰ বতৰ
International

‘সৰু ল’ৰা’ৰ প্ৰকোপত সলনি হৈছে বিশ্বৰ বতৰ

October 13, 2026
৭.৬৫ ত্রিলিয়ন টকা ব্যয়ৰে গঢ়ি তোলা সামৰিক বাহিনীৰ নিষ্ফল সংগ্রাম
International

৭.৬৫ ত্রিলিয়ন টকা ব্যয়ৰে গঢ়ি তোলা সামৰিক বাহিনীৰ নিষ্ফল সংগ্রাম

October 13, 2026
তিনি বছৰ বয়সতে গ্রন্থ প্রকাশ পালে অডভয় জৈনৰ
International

তিনি বছৰ বয়সতে গ্রন্থ প্রকাশ পালে অডভয় জৈনৰ

October 13, 2026
অৰ্থনীতি বিজ্ঞানৰ নোবেল বঁটা লাভ ৰবাৰ্ট ই. হল আৰু মাইকেল উডফৰ্ডৰ, অৰ্থনৈতিক সুস্থিৰতাৰ গৱেষণাৰ স্বীকৃতি
International

অৰ্থনীতি বিজ্ঞানৰ নোবেল বঁটা লাভ ৰবাৰ্ট ই. হল আৰু মাইকেল উডফৰ্ডৰ, অৰ্থনৈতিক সুস্থিৰতাৰ গৱেষণাৰ স্বীকৃতি

October 12, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d