গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ ছাত্ৰাবাসত MBBS চূড়ান্ত বৰ্ষৰ এজন ছাত্ৰই ছাদৰ পৰা জপিয়াই আত্মহত্যা কৰে । মাহুৰৰ নিমচিং পানমেইক নামৰ ছাত্ৰজন আছিল GMCৰ চাৰি নম্বৰ আৱাসত ৷
ADVERTISEMENT
আনহাতে ছাত্ৰজন কে’বাবাৰো পৰীক্ষাত অসফল হৈছিল । সম্প্ৰতি এয়া হত্যা নে আত্মহত্যা সেই সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ।