Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    অষ্ট্ৰেলিয়াৰ পথত অগ্ৰসৰ নৰৱে, ১৬ অনূর্ধ্ব বয়সৰ বাবে নিষিদ্ধ হ’ব সামাজিক মাধ্যম

    ৭৪ বছৰ বয়সত অকলে ৭২ খন দেশ কৰিলে ভ্রমণ, ব্রিটিছ পর্যটকক স্বাগতম চীনত

    Nagaon shocking robbery Incident update:নগাঁৱৰ মৰিকলঙৰ লোমহর্ষক ডকাইতি কাণ্ডৰে জড়িত দুই ডকাইত আৰক্ষীৰ জালত

    Pawan Khera will appeal to the SC:অগ্রিম জামিন বিচাৰি এইবাৰ পৱন খেড়া দ্বাৰস্থ হ’ব সৰ্বোচ্চ ন্যায়ালয়ত

    Supreme Court:মুছলমান মহিলাসকলে মছজিদত প্ৰৱেশত কোনো বাধা নাই, নামাজ পঢ়াো কোনো বাধা নাই মুছলমান মহিলাৰ:মুছলিম পাৰ্ছনেল ল ব’ৰ্ডে

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

পাহাৰৰ দ’ খাদ, শিলাময় খৰস্ৰোতা জুৰিৰ বাবেই মৃত্যু সাৱটি লোৱা কাৰ্বি পাহাৰবাসীৰ কৰুণগাঁথা

publisher by publisher
September 16, 2020
in Assam, News
Reading Time: 1 min read
0
পাহাৰৰ দ’ খাদ, শিলাময় খৰস্ৰোতা জুৰিৰ বাবেই মৃত্যু সাৱটি লোৱা কাৰ্বি পাহাৰবাসীৰ কৰুণগাঁথা
3
SHARES
28
VIEWS
ShareShareShareShare

মানুহৰ কান্ধৰ ওপৰতে মানুহৰ মৃত্যু হৈছে এইখন অসমত ৷ মাত্ৰ এটা দিনৰ ব্যৱধানত কান্ধৰ ওপৰতে মৃত্যুক সাৱটি লৈছে দুগৰাকীকৈ মানুহে ৷ বছৰটোত নিজৰ প্ৰাণৰ বাবে ভগৱানক কাকূতি মিনতি কৰি অৱশেষত নিয়তিৰ ওচৰত হাৰ মানিছে বহুজনে ৷ আন আন মৌলিক প্ৰয়োজনতো বাদেই, সন্তানৰ উচ্চ শিক্ষাও যেন বহুযোজন দূৰৈত ঠাইখনৰ দূৰ্ভগীয়া মানুহখিনিৰ বাবে ৷

ADVERTISEMENT

ৰোগ মানেই যেন নিশ্চিত মৃত্যু ৷ এয়া এইখন অসমৰে এখন কৰুণ ছবি ৷ ঠাইখনৰ নাম নগাঁও-কাৰ্বিআংলং জিলা সীমান্তৰ পাৰ্বত্য জিলাখনৰ অন্তৰ্গত ৰঙাগড়া ক্লেং-কিচু গাঁও ৷ য’ত চিকিৎসাৰ বাবে মানুহৰ কান্ধত উঠি ৰোগী চিকিৎসালয় পোৱাৰ আদবাটতে আকোঁৱালি লয় কৰুণ মৃত্যুক ৷ এইখন অসমতে দূৰ্গম এই স্থানত সংঘটিত হৈছে এই শোকাবহ ঘটনা ।

RelatedPosts

Earthquake in Assam:পুৱাই ৰাজ্যত ভূমিকম্পৰ জোকাৰণি

শিলচৰত আৰক্ষীৰ বৃহৎ সফলতা

HSLC Result 2026:প্ৰকাশ পালে মেট্ৰিক পৰীক্ষাৰ ফলাফল

একমাত্ৰ পথৰ দুৰৱস্থাৰ বাবেই যোৱা তিনিদিনত মানুহৰ কান্ধতে, পথৰ ওপৰতে প্ৰাণ হেৰুৱাব লগা হৈছে দুজনকৈ লোকে । নগাওঁ-কাৰ্বি আংলং সীমান্তৰ কাৰ্বি আংলঙৰ ৰঙাগড়াৰ ক্লেং-কিচু গাঁৱত এদিন পূৰ্বে উচ্চ ৰক্তচাপজনিত ৰোগত আক্ৰান্ত হৈছিল চন্দ্ৰ তিছু নামৰ লোকজনৰ । অতিপাত বৰষুণৰ মাজতে পথৰ দুৰৱস্থাৰ বাবে কান্ধত চাঙিৰ সহায়ত লোকজনক চিকিৎসালয়লৈ আনি থকা অৱস্থাতে লোকজনে কৰুণ মৃত্যুক সাৱটিব লগা হয় ।

আজি পুনৰ সংঘটিত হ’ল একেই ঘটনা ৷ পুনৰ এগৰাকী ৰুগীয়া ৪৫ বছৰীয়া মহিলাক দুখজনক ভাৱে কান্ধত লৈ পৰিয়ালৰ লগতে গাঁৱৰ লোকে চিকিৎসালয়লৈ আনি থকা অৱস্থাতে মৃত্যুক সাৱটি লয় । ফিৰছ্ তাৰপি নামৰ ৪৫ বছৰীয়া মহিলাগৰাকীয়ে  একেদৰেই মানুহৰ কান্ধতে পাহাৰীয়া পথৰ ওপৰতে কৰুণ মৃত্যুুক সাৱটি ৷

উল্লেখযোগ্য পথৰ দুৰৱস্থাৰ বাবেই সম্প্ৰতি জীয়াতু ভূগিব লগা হৈছে নগাঁও-কাৰ্বি আংলং সীমান্তৱৰ্তীবাসীয়ে । উল্লেখ্য যে কাৰ্বিআংলং পাহাৰীয়া জিলাখন উন্নয়নৰ বাবে বছৰি কোটি কোটি টকা ব্যয় হৈ অহাৰ হিচাপ থকাৰ পিছতো পথৰ বাবেই বছৰটোত এটা অঞ্চলৰে অৰ্ধশতাধিক লোকে ধাৰাবাহিকভাৱে কৰুণ মৃত্যুক সাৱটি লোৱাটো অতি দুখজনক ৷

কাৰ্বিআংলং জিলাত বাস কৰিলেও ভৌগোলিক অৱস্থান আৰু বাটপথৰ সুবিধাৰ ফালৰ পৰা নগাঁও জিলাৰ কলিয়াবৰৰ লগতে সঘনে যোগাযোগ থকা এইসকল লোকে বৰ্তমানে বহুকেইটা পাহাৰৰ খাদ পাৰ হৈ কলিয়াবৰলৈ চিকিৎসাৰ লগতে বজাৰ আৰু শিক্ষাগ্ৰহণৰ বাবে বাটকুৰি বাব লগা হয় ।

পাহাৰখাদৰ দূৰ্গম যাত্ৰা আৰু পাহাৰীয়া জুৰিৰ মাজত পাৰ হ’ব পৰাকৈ স্থানীয় লোকে সাজি লোৱা বাঁহৰ সাঁকোৰ দূৰৱস্থাই এইসকল লোকক জিয়াতু ভোগাইছে ৷

ইফালে এই কৰ’না মহামাৰীৰ জটিল সংক্ৰমণৰ সময়তো কান্ধত ৰোগী লৈ পাহাৰীয়া পথেৰে বাটকুৰি বাই দূৰৰ চিকিৎসালয়লৈ অহাৰ সময়ত আন আন লোকসকলৰ প্ৰাণলৈয়ো ভাবুকি নামি আহিছে ৷ সেয়ে অতি সোনকালে প্ৰয়োজনীয় ব্যৱস্থা ল’বলৈ চৰকাৰক আহ্বান জনাইছে স্থানীয় লোকসকলে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: AssamKARBI ANGLONG
publisher

publisher

Related Posts

অষ্ট্ৰেলিয়াৰ পথত অগ্ৰসৰ নৰৱে, ১৬ অনূর্ধ্ব বয়সৰ বাবে নিষিদ্ধ হ’ব সামাজিক মাধ্যম
News

April 25, 2026
৭৪ বছৰ বয়সত অকলে ৭২ খন দেশ কৰিলে ভ্রমণ, ব্রিটিছ পর্যটকক স্বাগতম চীনত
News

৭৪ বছৰ বয়সত অকলে ৭২ খন দেশ কৰিলে ভ্রমণ, ব্রিটিছ পর্যটকক স্বাগতম চীনত

April 25, 2026
Nagaon shocking robbery Incident update:নগাঁৱৰ মৰিকলঙৰ লোমহর্ষক ডকাইতি কাণ্ডৰে জড়িত দুই ডকাইত আৰক্ষীৰ জালত
News

Nagaon shocking robbery Incident update:নগাঁৱৰ মৰিকলঙৰ লোমহর্ষক ডকাইতি কাণ্ডৰে জড়িত দুই ডকাইত আৰক্ষীৰ জালত

April 25, 2026
Pawan Khera will appeal to the SC:অগ্রিম জামিন বিচাৰি এইবাৰ পৱন খেড়া দ্বাৰস্থ হ’ব সৰ্বোচ্চ ন্যায়ালয়ত
News

Pawan Khera will appeal to the SC:অগ্রিম জামিন বিচাৰি এইবাৰ পৱন খেড়া দ্বাৰস্থ হ’ব সৰ্বোচ্চ ন্যায়ালয়ত

April 25, 2026
Supreme Court:মুছলমান মহিলাসকলে মছজিদত প্ৰৱেশত কোনো বাধা নাই, নামাজ পঢ়াো কোনো বাধা নাই মুছলমান মহিলাৰ:মুছলিম পাৰ্ছনেল ল ব’ৰ্ডে
News

Supreme Court:মুছলমান মহিলাসকলে মছজিদত প্ৰৱেশত কোনো বাধা নাই, নামাজ পঢ়াো কোনো বাধা নাই মুছলমান মহিলাৰ:মুছলিম পাৰ্ছনেল ল ব’ৰ্ডে

April 25, 2026
এতিয়া ছিমৰনৰ দিন নাই: কাজল
News

এতিয়া ছিমৰনৰ দিন নাই: কাজল

April 25, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d