ৰাজভৱনৰ নামত আৱণ্টিত ভূমিত বেদখল হোটেল বেলিভিউৰ ।
ADVERTISEMENT
কৰ্মচাৰীৰ আবাসৰ নামত প্ৰায় ২:৩ বিঘা চৰকাৰী মাটি বেদখল।
কামৰূপ মহানগৰ জিলাৰ উলুবাৰী মৌজাৰ ৪৫৩ নম্বৰ দাগৰ প্ৰায় ২:৩ বিঘা মাটি ৰাজভৱনৰ নামত নতুনকৈ আৱণ্টন ।
উক্ত ভূমিত জিলা প্ৰশাসনে হোটেল বেলিভিউৰ কৰ্মচাৰীৰ আবাসত থকা ১৩ টা পৰিয়ালক উচ্ছেদ কৰে ।
গুৱাহাটী ৰাজহচক্ৰৰ ৰাজহ চক্ৰ বিষয়া আদিত্য গগৈৰ নেতৃত্বত অভিযান।
উচ্ছেদৰ পূৰ্বে কোনো জাননী জাৰি নকৰাৰ অভিযোগ উচ্ছেদিত পৰিয়ালৰ ।
২০০৭-০৮ বৰ্ষৰ পৰা বন্ধ হৈ আছে হোটেল বেলিভিউ ।
হোটেল বেলিভিউৰ প্ৰৱেশ দ্বাৰো ৰাজভৱনৰ মাটিত থকাৰ অভিযোগ ।