২১ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ’ব বিদ্যালয়

52795 qhzuxfnrko 1488565970

কৰ’না ভাইৰাছৰ কাৰণে ৰাজ্যত বন্ধ হৈ থকা বিদ্যালয়সমূহ আৰম্ভ হ’ব অহা ২১ ছেপ্টেম্বৰৰ পৰা ৷

ইয়াৰ পৰিপ্ৰেক্ষিতত ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰণালয়ে সকলো ক’ভিড মানি চলিবলৈ বিদ্যালয়সমূহলৈ এক নিৰ্দেশনা জাৰি কৰিছে ৷

কিন্তু অনানুষ্ঠানিক পাঠদান প্ৰক্ৰিয়া আৰম্ভ হ’বলৈ মাজত কেইটামান মুহূৰ্ত থকাৰ পাছতো নিৰ্বীজাণুকৰণ সম্পূৰ্ণ হোৱা নাই ভালেসংখ্যক শিক্ষানুষ্ঠানত ৷

বিভিন্ন শিক্ষানুষ্ঠানত চলি আছে ক’ভিড স্ক্ৰিণিং চেণ্টাৰ ।

ইফালে পহিলা অক্টোবৰৰ ভিতৰত শিক্ষানুষ্ঠানৰ পৰা ক’ভিড স্ক্ৰিণিং চেণ্টাৰ প্ৰত্যাহাৰৰ নিৰ্দেশ ।

Exit mobile version