Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    ছিকিমত কিশোৰ-কিশোৰীৰ স’তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

    Artificial Flood in China:কৃত্ৰিম বানত ডুবিল চীনৰ বাণিজ্যিক চহৰ গুৱাংচি

    উত্তৰপ্ৰদেশত আৰক্ষী ব্যৱস্থা শক্তিশালীকৰণত বৃহৎ পদক্ষেপ

    Gujarat :গুজৰাটৰ চুৰাটত দিন -দুপৰতে লোমহৰ্ষক ডকাইতি কাণ্ড

    Jakarta Train Accident:ইণ্ডোনেছিয়াত শোকাৱহ ৰে’ল দুর্ঘটনা

    উত্তৰ-পূৱ নাইজেৰিয়াৰ এডামাৱাত ভয়ংকৰ আক্ৰমণ, ২৯ জন নিহত

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

নমুনা পৰীক্ষা-স্বাস্থ্যবিধি মানি চলাৰ আহ্বানেৰে জনজাগৰণ অভিযান

publisher by publisher
September 24, 2020
in Assam, COVID-19, News
Reading Time: 1 min read
0
নমুনা পৰীক্ষা-স্বাস্থ্যবিধি মানি চলাৰ আহ্বানেৰে জনজাগৰণ অভিযান
1
SHARES
11
VIEWS
ShareShareShareShare

অসমতো উদ্বেগজনক পৰিস্থিতিৰ সৃষ্টি কৰিছে কৰ’নাৰ সংক্ৰমণে ৷ ইয়াৰ পৰিপ্ৰেক্ষিতত ৰাইজৰ মাজত সজাগতা তথা সতৰ্কতা বৃদ্ধি কৰিবলৈ ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসমে ৰাজ্যজুৰি আৰম্ভ কৰিছে জন জাগৰণ কাৰ্যসূচী ৷ এই উপলক্ষে প্ৰথম দিনৰ কাৰ্যসূচীত সকলো জিলা মহকুমা আৰু খণ্ড পৰ্যায়ত শোভাযাত্ৰা প্ৰচাৰ প্ৰক্ৰিয়া বিতৰণ আদি কাৰণে কাৰ্যসূচী ৰূপায়ণ কৰা হয়।

ADVERTISEMENT

জন জাগৰণ অভিযানৰ মূল লক্ষ্য হ’ল ৰাইজৰ মাজত ক’ভিড পৰীক্ষা প্ৰতি সজাগতা সৃষ্টি আৰু স্বাস্থ্যবিধিসমূহ সম্পূৰ্ণৰূপে পালনৰ প্ৰতি দায়বদ্ধতা গঢ়ি তোলা ৷ এই কাৰ্যসূচীত মুখ্যভাৱে অংশগ্ৰহণ কৰে আশাকৰ্মীসকলে ৷

RelatedPosts

H.S Final Exami Result 2026:ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ ফলাফল

Earthquake in Assam:পুৱাই ৰাজ্যত ভূমিকম্পৰ জোকাৰণি

শিলচৰত আৰক্ষীৰ বৃহৎ সফলতা

উল্লেখ্য যে এই অভিযানত বেচৰকাৰী সংগঠন,অৰণোদয় সহায়ক সহায়িকা , আত্মসহায়ক গোট, মহিলা আৰোগ্য সমিতি আদিক প্ৰধানকৈ অন্তৰ্ভুক্ত কৰা হৈছে। এই কাৰ্যসূচীৰ জৰিয়তে আশা কৰা হৈছে যে ইয়াৰ ফলত ৰাইজৰ মাজত স্বেচ্ছাই নমুনা পৰীক্ষা কৰাৰ মাত্ৰা বৃদ্ধি পাব । এই পৰীক্ষাত যদি এজন লোক কৰ’নাত আক্ৰান্ত হোৱাটো ধৰা পৰে তেনেহ’লে তেওঁৰ জৰিয়তে পৰিয়াল, কৰ্মস্থলী আৰু সংস্পৰ্শলৈ অহা কমেও ২০ জন লোকক চিনাক্ত কৰি পৰীক্ষা কৰাটো সহজ হ’ব ৷

জন জাগৰণ অভিযান সন্দৰ্ভত এন এইছ এমৰ বিশেষ কৰ্তব্যৰত বিষয়া পমী বৰুৱাই কয় যে ইয়াৰ ফলত ৰাইজৰ মাজত কৰ’নাৰ বিৰুদ্ধে সজাগতা গঢ়ি উঠাটো নিশ্চিত। এন এইছ এমৰ মিছন সঞ্চালক ড° লক্ষ্মণন এছে ডিব্ৰুগড়ত জন জাগৰণৰ এক অনুষ্ঠানত অংশগ্ৰহণ কৰি ৰাইজক কৰ’নাৰ ক্ষেত্ৰত ল’ব লগা সকলো ধৰণৰ সতৰ্কতা মানি চলিবলৈ আহ্বান জনায়। স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ আয়ুক্ত সচিব অনুৰাগ গোয়েলে জিলাবোৰক উদ্ভাৱনী চিন্তাৰে ৰাইজৰ মাজতে সজাগতা বৃদ্ধিত গুৰুত্ব দিবলৈ আহ্বান জনায়।

আনহাতে, অসম চৰকাৰৰ স্বাস্থ্য বিভাগৰ সঞ্চালক ডা° ৰথীন্দ্ৰ ভূঞাই এই অভিযানৰ জৰিয়তে ৰাজ্যৰ প্ৰতিটো পৰিয়ালক স্পৰ্শ কৰা বুলি কয় ৷ এন এইছ এমৰ কাৰ্যবাহী সঞ্চালক ডা° মনোজ চৌধুৰীয়ে সকলো ৰাইজক জনজাগৰণ অভিযানক গুৰুত্ব সহকাৰে ল’বলৈ আহ্বান কৰে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: AssamAwarenessCovid-19
publisher

publisher

Related Posts

ছিকিমত কিশোৰ-কিশোৰীৰ স’তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে
India

April 28, 2026
Artificial Flood in China:কৃত্ৰিম বানত ডুবিল চীনৰ বাণিজ্যিক চহৰ গুৱাংচি
News

Artificial Flood in China:কৃত্ৰিম বানত ডুবিল চীনৰ বাণিজ্যিক চহৰ গুৱাংচি

April 28, 2026
উত্তৰপ্ৰদেশত আৰক্ষী ব্যৱস্থা শক্তিশালীকৰণত বৃহৎ পদক্ষেপ
India

উত্তৰপ্ৰদেশত আৰক্ষী ব্যৱস্থা শক্তিশালীকৰণত বৃহৎ পদক্ষেপ

April 28, 2026
Gujarat :গুজৰাটৰ চুৰাটত দিন -দুপৰতে লোমহৰ্ষক ডকাইতি কাণ্ড
National

Gujarat :গুজৰাটৰ চুৰাটত দিন -দুপৰতে লোমহৰ্ষক ডকাইতি কাণ্ড

April 28, 2026
Jakarta Train Accident:ইণ্ডোনেছিয়াত শোকাৱহ ৰে’ল দুর্ঘটনা
News

Jakarta Train Accident:ইণ্ডোনেছিয়াত শোকাৱহ ৰে’ল দুর্ঘটনা

April 28, 2026
উত্তৰ-পূৱ নাইজেৰিয়াৰ এডামাৱাত ভয়ংকৰ আক্ৰমণ, ২৯ জন নিহত
News

উত্তৰ-পূৱ নাইজেৰিয়াৰ এডামাৱাত ভয়ংকৰ আক্ৰমণ, ২৯ জন নিহত

April 28, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d