Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    উত্তৰপ্ৰদেশত আৰক্ষী ব্যৱস্থা শক্তিশালীকৰণত বৃহৎ পদক্ষেপ

    Gujarat :গুজৰাটৰ চুৰাটত দিন -দুপৰতে লোমহৰ্ষক ডকাইতি কাণ্ড

    Jakarta Train Accident:ইণ্ডোনেছিয়াত শোকাৱহ ৰে’ল দুর্ঘটনা

    উত্তৰ-পূৱ নাইজেৰিয়াৰ এডামাৱাত ভয়ংকৰ আক্ৰমণ, ২৯ জন নিহত

    DCP Pressmeet:মঠঘৰীয়া ভয়ংকৰ পথ দুৰ্ঘটনাৰ আঁৰৰ ন ন তথ্য সদৰি ডিচিপি জয়ন্ত সাৰথি বৰাৰ

    যুদ্ধৰ প্ৰকোপত বিশ্বৰ দীর্ঘতম ‘ডিজিটেল সংকট’ত ইৰান

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

অব্যাহত আছে ব্যাপক তালাচী

publisher by publisher
September 26, 2020
in Assam, News
Reading Time: 1 min read
0
অব্যাহত আছে ব্যাপক তালাচী
1
SHARES
12
VIEWS
ShareShareShareShare

প্ৰশ্নকাকত ফাদিলৰ ঘটনাৰ লগত জড়িত থকাৰ অভিযোগত শুকুৰবাৰে গ্ৰেপ্তাৰ হ’ল পি কে দত্ত মালিকাধীন হোটেল ভাৰ্গৱৰ প্ৰৱন্ধক ৰাহুল ডেকা(৩২) ৷ ওৰে নিশা চলোৱা জেৰাৰ অন্তত ২১/২০২০ নম্বৰ গোচৰত চি আই ডিয়ে হোটেল ভাৰ্গৱৰ প্ৰৱন্ধকজনক গ্ৰেপ্তাৰ কৰে । ইয়াৰ লগে লগে সংশ্লিষ্ট গোচৰত গ্ৰেপ্তাৰ হোৱা অভিযুক্তৰ সংখ্যা দুজনলৈ বৃদ্ধি পায় । চি আই ডিৰ সূত্ৰই এই কথা সদৰী কৰে ।

ADVERTISEMENT

উল্লেখযোগ্য যে ইয়াৰ আগেয়ে চি আই ডিয়ে কাৰ্বিআংলঙৰ হীৰকজ্যোতি বৰুৱাক সংশ্লিষ্ট গোচৰত গ্ৰেপ্তাৰ কৰে । আৰক্ষীৰ উপ পৰিদৰ্শক পদক নিযুক্তিৰ নামত উৎকোচ আদায় দিয়া প্ৰাৰ্থীসকলক আগতীয়াকৈ প্ৰশ্নকাকত যোগান ধৰা কাৰ্যৰ লগত প্ৰত্যক্ষভাৱে জড়িত আৰক্ষীৰ প্ৰাক্তন উপ পৰিদৰ্শক দত্ত ৷ তেওঁৰ লগত এই কু কাৰ্যত বিজেপি নেতা দ্বিবন ডেকাৰ উপৰি গণেশগুৰিৰ থেংক ইউ লজৰ স্বত্বাধিকাৰী প্ৰাঞ্জল শৰ্মা, প্ৰণৱ বৰা, লজৰ কৰ্মচাৰী আশোক দাস আৰু বামুন্দীৰ কুশল দাসো জড়িত ৷

RelatedPosts

H.S Final Exami Result 2026:ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ ফলাফল

Earthquake in Assam:পুৱাই ৰাজ্যত ভূমিকম্পৰ জোকাৰণি

শিলচৰত আৰক্ষীৰ বৃহৎ সফলতা

ইয়াৰ সুবাদতে সংশ্লিষ্টসকলে মিলি উপ পৰিদৰ্শক পদৰ চাকৰি প্ৰাৰ্থীসকলৰ নাম মহানগৰীৰ লখৰাস্থিত হোটেল ভাৰ্গৱত পঞ্জীয়নৰ ব্যৱস্থা কৰে । ইয়াৰ আধাৰতে এছ টি এফৰ কৰ্মচাৰী সঞ্জীৱ শৰ্মা, জলসিঞ্চন বিভাগৰ কৰ্মচাৰী যুমনী ব্ৰহ্ম, নুনমাটিৰ মৃদুল শাণ্ডিল্য, টিহু সন্ধেলী নিবাসী তথা পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ কৰ্মচাৰী কুমুদ গোস্বামীকে ধৰি এটা বৃহৎ চক্ৰই সংশ্লিষ্ট প্ৰাৰ্থীসকলৰ পৰা লাখ লাখ টকা সংগ্ৰহৰ অভিযানত নামি পৰে ।

ইয়াৰ আধাৰতে যিসকল প্ৰাৰ্থীয়ে আগধন আদায় দিছে সেইসকলক মহানগৰীৰ গণেশগুৰিস্থিত থেংক ইউ লজকে ধৰি বিভিন্ন স্থানত দালাল চক্ৰটোৱে লিখিত পৰীক্ষাৰ এদিন পূৰ্বে প্ৰশিক্ষণ প্ৰদানৰ ব্যৱস্থা কৰে । এই তথ্য পোহৰলৈ অহাৰ পাছতে প্ৰাক্তন উপপৰিদৰ্শক পি কে দত্তৰ নিৰ্দেশত লখৰাস্থিত হোটেল ভাৰ্গৱৰ প্ৰৱন্ধক ৰাহুল ডেকাই হোটেলখনত থকা এই সম্পৰ্কীয় সকলো তথ্য বিনষ্ট কৰে ৷

ধৃত কুশল দাসে এই কথা স্বীকাৰ কৰাৰ পাছতে মহানগৰ আৰক্ষীৰ তথ্যৰ আধাৰত যোৱা নিশা অভিযান চলাই হোটেলখনৰ পৰা প্ৰবন্ধক ডেকাক চি আই ডিয়ে আটক কৰে  ৷ সম্প্ৰতি এই ঘটনা সন্দৰ্ভত আৰক্ষীয়ে জেৰা কৰা সকলোকে মুখামুখিকৈ জেৰা কৰিছে বুলি আৰক্ষীয়ে জনায় ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: ArrestAssamSI Exam
publisher

publisher

Related Posts

উত্তৰপ্ৰদেশত আৰক্ষী ব্যৱস্থা শক্তিশালীকৰণত বৃহৎ পদক্ষেপ
India

April 28, 2026
Gujarat :গুজৰাটৰ চুৰাটত দিন -দুপৰতে লোমহৰ্ষক ডকাইতি কাণ্ড
National

Gujarat :গুজৰাটৰ চুৰাটত দিন -দুপৰতে লোমহৰ্ষক ডকাইতি কাণ্ড

April 28, 2026
Jakarta Train Accident:ইণ্ডোনেছিয়াত শোকাৱহ ৰে’ল দুর্ঘটনা
News

Jakarta Train Accident:ইণ্ডোনেছিয়াত শোকাৱহ ৰে’ল দুর্ঘটনা

April 28, 2026
উত্তৰ-পূৱ নাইজেৰিয়াৰ এডামাৱাত ভয়ংকৰ আক্ৰমণ, ২৯ জন নিহত
News

উত্তৰ-পূৱ নাইজেৰিয়াৰ এডামাৱাত ভয়ংকৰ আক্ৰমণ, ২৯ জন নিহত

April 28, 2026
DCP Pressmeet:মঠঘৰীয়া ভয়ংকৰ পথ দুৰ্ঘটনাৰ আঁৰৰ ন ন তথ্য সদৰি ডিচিপি জয়ন্ত সাৰথি বৰাৰ
News

DCP Pressmeet:মঠঘৰীয়া ভয়ংকৰ পথ দুৰ্ঘটনাৰ আঁৰৰ ন ন তথ্য সদৰি ডিচিপি জয়ন্ত সাৰথি বৰাৰ

April 28, 2026
যুদ্ধৰ প্ৰকোপত বিশ্বৰ দীর্ঘতম ‘ডিজিটেল সংকট’ত ইৰান
News

যুদ্ধৰ প্ৰকোপত বিশ্বৰ দীর্ঘতম ‘ডিজিটেল সংকট’ত ইৰান

April 28, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d