- ৩০ ছেপ্তেম্বৰ অৰ্থাৎ কাইলৈ বাবৰি মছজিদ ধ্বংসৰ সন্দৰ্ভত সিদ্ধান্ত ৷
- এই সন্দৰ্ভত CBI ৰ বিশেষ আদালতত হ’ব শুনানি।
- CBIয়ে এই সন্দৰ্ভত ৪৯ গৰাকী লোকক অভিযুক্ত কৰিছিল । ইয়াৰ ভিতৰত ১৭ জনৰ ইতিমধ্যে মৃত্যু হৈছিল । বাকী ৩২ জনৰ বিৰুদ্ধে আদালতত সিদ্ধান্ত লোৱা হ’ব ৷
- বাবৰি মছজিদ ধ্বংসৰ সন্দৰ্ভত বিজেপি নেতা লালকৃষ্ণ আডৱানি, মুৰুলী মনোহৰ জোশী আৰু উমা ভাৰতীৰ লগতে ৪৯ জন লোকক অভিযুক্ত কৰিছিল আদালতে ৷
কাইলৈ চি বি আইৰ বিশেষ আদালতত বাবৰি মছজিদ সন্দৰ্ভত শুনানি
-
By publisher

- Categories: India, News
- Tags: AyodhyaBabri Masjidindia
Related Content
Delhi Airport:দিল্লী বিমানবন্দৰত দুই শতাধিক যাত্ৰী থকা ছুইছ বিমানত অগ্নিকাণ্ড
By
publisher
April 26, 2026
Guwahati Press Club:গুৱাহাটী প্ৰেছ ক্লাৱৰ উদ্যোগত পাঞ্জা চেম্পিয়নশ্বিপ ২০২৬'ৰ সফল সমাপ্তি
By
publisher
April 26, 2026
Uttar Pradesh Firing incident:উত্তৰ প্ৰদেশৰ বুলণ্ডশ্বহৰ খুৰজা নগৰৰ এটা জীমত গুলীচালনাৰ ঘটনা
By
publisher
April 26, 2026
Attack on US President Donald Trump:মাৰ্কিন ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পলৈ গুলীচালনা
By
publisher
April 26, 2026