- অসম জাতীয় পৰিষদৰ যোগদান কাৰ্যসূচী ।
- বিজেপিৰ ভিজন্ট ডকুমেন্টৰ প্ৰস্তুতৰ অন্যতম সদস্য উপেন নাথৰ যোগদান ।
- অসম নিৰ্মাণ দলৰ সভাপতি আছিল নাথ ।
- অসম নিৰ্মাণ দলৰ ২৪জন বিষয়ববীয়াই কৰিলে যোগদান ।
- অইল ইণ্ডিয়া প্ৰাক্তন পৰিচালক(gm) অমিত কুমাৰ খাটনিয়াৰ, সদৌ গুৱাহাটী ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি বিকাশ নাৰায়ণ শৰ্মাৰ যোগদান ।
ADVERTISEMENT