পুনৰ পাকিস্তানে যুদ্ধ বিৰতি উলংঘন কৰিছে ৷পাকিস্তানৰ পৰা গুলিচালনাত ভাৰতৰ LOC ৰ জম্মু কাশ্মীৰত তিনিজন জোৱান ছহিদ হয়। আনহাতে পাঁচজন সেনা জোৱান আহত হৈছে।
ADVERTISEMENT
আনহাতে পাকিস্তানৰ এই কৰ্মকাণ্ডৰ পাছতে ভাৰতেও উচিত প্ৰত্যুত্তৰ দিয়ে ৷
পাকিস্তানৰ কিমান জোৱান আহত বা নিহত হৈছে সেই সন্দৰ্ভত জানিব পৰা হোৱা নাই।
বিগত আঠমাহত প্ৰায় ৩০০০ বাৰ যুদ্ধ বিৰতি উলংঘন কৰিছে পাকিস্তানে ৷
আনহাতে ২০০৩ ত ভাৰত আৰু পাকিস্তানে LOC ত যুদ্ধ বিৰতিৰ চুক্তি কৰিছিল।