ঋষিকেশত আমেৰিকাৰ ৩৭ বছৰীয়া এগৰাকী মহিলাক ধৰ্ষণ

WhatsApp Image 2020 10 09 at 1.12.38 PM

◆ ঋষিকেশত আমেৰিকাৰ ৩৭ বছৰীয়া এগৰাকী যোগব্যায়াম কৰা মহিলাক ধৰ্ষণ কৰিলে স্থানীয় নিবাসীয়ে ।
◆ মহিলাগৰাকীয়ে লোকজনৰ প্ৰতি অভিযোগ উত্থাপন কৰি কয় যে, মহিলাগৰাকীৰ স’তে বন্ধুত্ব স্থাপন কৰাৰ কৰিছিল । বেলকনিৰ মহিলাগৰাকীৰ কোঠাত প্ৰৱেশ কৰি ৫ অক্টোবৰত ধৰ্ষণ কৰিছিল বুলি সদৰী কৰে স্থানীয় আৰক্ষী বিষয়া আৰ কে চকলানীয়ে ।
◆ লোকজনে ইয়াৰ আগতে বহুবাৰ মহিলাগৰাকীক নিজ ঘৰলৈ মাতিছিল ।

Exit mobile version