Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    আঠশ কিলোমিটাৰ বাট খোজকাঢ়ি অৰণ্যত প্ৰৱেশ ঢেঁকীয়াপতীয়া বাঘৰ

    বিশ্বজুৰি ইন্ধন সংকটৰ প্ৰভাৱ,বাণিজ্যিক গেছ চিলিণ্ডাৰৰ মূল্যত বৃহৎ বৃদ্ধি

    দুমাহে এসাঁজ খাই এসাঁজ নোখোৱাকৈ থাকিবলগীয়া হৈছে ছাত্ৰাৱাসৰ আৱাসী

    এলিভেটেড কৰিড’ৰ নিৰ্মাণৰ নামত দুশ গছ কটাৰ লক্ষ্য

    উৎকণ্ঠা চৰমত! এইবাৰ চৰকাৰ কাৰ?

    উৎকণ্ঠা চৰমত! এইবাৰ চৰকাৰ কাৰ?

    ইন্ধনৰ মূল্যবৃদ্ধিৰ চাপঃ দৈনিক ১০০খন উড়ান কমাব এয়াৰ ইণ্ডিয়াই

    কাশ্মীৰক পুনৰ ৰক্তাক্ত কৰাৰ চক্ৰ? পুলৱামাত গ্ৰেপ্তাৰ যুৱক

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

কৰ’না মহামাৰীৰ পৰিস্থিতিৰ মাজতেই বাৰেকুৰি অঞ্চলৰ কমলা খেতিয়কলৈ আহিছে ভাবুকি

publisher by publisher
October 11, 2020
in Assam, News
Reading Time: 1 min read
0
কৰ’না মহামাৰীৰ পৰিস্থিতিৰ মাজতেই বাৰেকুৰি অঞ্চলৰ কমলা খেতিয়কলৈ আহিছে ভাবুকি
2
SHARES
15
VIEWS
ShareShareShareShare

বিগত প্রায় আঠমাহ ধৰি কৰ’নাকালীন পৰিস্থিতিৰ বাবে বিভিন্ন ঠাইৰ তথা গ্রামাঞ্চলসমূহৰ কৃষকসকলৰ ফচলসমূহ বিক্ৰী কৰিব নােৱাৰাৰ ফলত কৃষকসকল জুৰুলা হোৱাৰ পিছতেই পুনৰ তিনিচুকীয়া জিলাৰ বাৰেকুৰি অঞ্চলৰ কৃষকসকলৰ মাজলৈ নামি আহিছে অমানিশা বাৰেকুৰি অঞ্চলৰ পুৰণি মতাপুং, বৰগাঁও, বেবেজীয়া, হাতীজানকে ধৰি প্ৰায়সমূহ গাঁৱৰ অধিকাংশ লােক ।

ADVERTISEMENT

এইসকল লোক মূলতঃ বিভিন্ন খেতিৰ লগতে কমলা খেতিৰ স’তে জড়িত হৈ জীৱন অতিবাহিত কৰি আহিছে ৷ উল্লেখ্য যে, পুৰণি মতাপুং গাৱৰ ৰমেন্দ্ৰ দুৱৰাৰ ১৭ বিঘাৰ লগতে গাঁওখনত প্রায় ৩০০ বিঘা কমলা খেতিৰে ভৰি আছে। বিগত বৰ্ষসমূহৰ দৰেই এইবাৰাে কমলা গছসমূহত কমলা লাগি ক্ৰমাৎ পূৰঠ হোৱাৰ পূৰ্বেই গছৰ পৰা হাজাৰ হাজাৰ কমলা তলত সৰি পৰিবলৈ আৰম্ভ কৰিছে ।

RelatedPosts

H.S Final Exami Result 2026:ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ ফলাফল

Earthquake in Assam:পুৱাই ৰাজ্যত ভূমিকম্পৰ জোকাৰণি

শিলচৰত আৰক্ষীৰ বৃহৎ সফলতা

ফলত এতিয়া সৰা কমলাৰে গছৰ তলসমূহ ৰঙা হৈ পৰিছে । কপালৰ ঘাম মাটিত পেলাই অতি কষ্টৰে ৰমেন্দ্ৰ দুৱৰাৰ লগতে কৃষকসকলে কমলা খেতি কৰিছিল যদিও এতিয়া পূৰঠ হােৱাৰ পূর্বেই তলত সৰি পৰাত মূৰত সৰগ ভাগি পৰাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে । আনহাতে, পুৰণি মটাপুং গাঁৱৰ দুৱৰাৰ কমলাবাৰীখনৰ পৰা যিহেতু বাঘজানৰ বিজি আৰ-৫ নং তৈলখাদৰ জুই আকাশী দূৰত্বৰে খুব কম, সেয়ে হয়তো বাঘজানৰ উক্ত তৈলখাদটোৰ পৰা কণ্ডেনচেট মিশ্রিত ৰাসায়নিক গেছ চিটিকি পৰি অথবা প্রকাণ্ড জুইৰ তাপ পাই অকালতে সৰি পৰাৰ সন্দেহ প্রকাশ কৰিছে দুৱৰাৰ লগতে কাষৰীয়া কৃষকসকলে ।

এই সন্দৰ্ভত দৈনিক অগ্রদূত কাকতৰ সংবাদাতাৰ আগত ৰমেন্দ্ৰ দুৱৰাই কয় যে, “অতদিনে আমি খেতিৰ লগত জড়িত হৈয়ে জীৱিকা নির্বাহ কৰি আছাে, কিন্তু এতিয়া গছৰ কমলাসমূহ সৰি পৰিছে । ইয়াতকৈ দুখৰ কথা আমাৰ খেতিয়কসলৰ কাৰণে কি থাকিব পাৰে। এই সময়ত কমলাসমূহ লাহেকৈ পূৰঠ হ’বলৈ আৰম্ভ কৰে আৰু নৱেম্বৰ মাহৰ পৰা কমলাসমূহ চিঙি বজাৰলৈ উলিয়াই দিওঁ, কিন্তু এতিয়া তাৰ পূর্বেই সৰি পৰিছে। এই সন্দৰ্ভত আমি জিলা উপায়ুক্ত, কৃষি বিভাগৰ কাৰ্যালয়ত অৱগত কৰিছিলো যদিও আজি পৰ্যন্ত কোনাে গুৰুত্ব প্রদান কৰা নাই, মাথো জৰীপৰ দলে পৰ্যবেশন কৰিবলৈ যাব বুলি কৈয়েই দায়িত্ব সামৰিলে । জৰীপ কৰিবলৈ দল অহাৰ সময়ত এনে সমূহ সমস্যাক আওকাণ কৰি মাথোঁ হাঁহ-কুকুৰা মাৰিছে নেকি আৰু ঘৰত ফাট মেলিছে নেকি চায়েই দায়িত্ব সামৰিলে ।”

উল্লেখযােগ্য যে ৰমেন্দ্ৰ দুৱৰাই প্রায় এটা দশক বছৰে কমলা, অমিতা, লিচু, মধুৰীৰ লগতে উন্নত মানদণ্ডৰে বিভিন্ন ধৰণৰ খেতি কৰি নিজৰ পৰিয়ালক পােহপাল দিয়াৰ লগতে আনকো উৎকৃষ্ট স্বাৱলম্বিতাৰ নিদর্শন দাঙি ধৰিছে, যাৰ ফলত এতিয়া দুৱৰাৰ আদৰ্শ গাঁওখনৰ বহু লােকে গ্রহণ কৰাৰ লগতে দুৱৰাৰ অতি আকর্ষণীয় বাৰীখন চাবলৈ বহু লােকৰ আগমন ঘটিছে ।

গতিকে দুৱৰাৰ লগতে পুৰণি মটাপুং গাঁৱৰ কমলা খেতিয়কসকলে উক্ত স্থানলৈ আহি কি কাৰণত এনেদৰে কমলাসমূহ সৰি পৰিছে তাৰ গৱেষণা কৰি খেতিয়কসকলক উদ্ধাৰ কৰিবলৈ চৰকাৰ, জিলা প্রশাসন অথবা অইল ইণ্ডিয়া কৰ্তৃপক্ষক অনুৰােধ জনাইছে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: AssamTinsukia
publisher

publisher

Related Posts

আঠশ কিলোমিটাৰ বাট খোজকাঢ়ি অৰণ্যত প্ৰৱেশ ঢেঁকীয়াপতীয়া বাঘৰ
India

May 3, 2026
বিশ্বজুৰি ইন্ধন সংকটৰ প্ৰভাৱ,বাণিজ্যিক গেছ চিলিণ্ডাৰৰ মূল্যত বৃহৎ বৃদ্ধি
News

দুমাহে এসাঁজ খাই এসাঁজ নোখোৱাকৈ থাকিবলগীয়া হৈছে ছাত্ৰাৱাসৰ আৱাসী

May 3, 2026
এলিভেটেড কৰিড’ৰ নিৰ্মাণৰ নামত দুশ গছ কটাৰ লক্ষ্য
News

এলিভেটেড কৰিড’ৰ নিৰ্মাণৰ নামত দুশ গছ কটাৰ লক্ষ্য

May 3, 2026
উৎকণ্ঠা চৰমত! এইবাৰ চৰকাৰ কাৰ?
News

উৎকণ্ঠা চৰমত! এইবাৰ চৰকাৰ কাৰ?

May 3, 2026
ইন্ধনৰ মূল্যবৃদ্ধিৰ চাপঃ দৈনিক ১০০খন উড়ান কমাব এয়াৰ ইণ্ডিয়াই
India

ইন্ধনৰ মূল্যবৃদ্ধিৰ চাপঃ দৈনিক ১০০খন উড়ান কমাব এয়াৰ ইণ্ডিয়াই

May 3, 2026
কাশ্মীৰক পুনৰ ৰক্তাক্ত কৰাৰ চক্ৰ? পুলৱামাত গ্ৰেপ্তাৰ যুৱক
India

কাশ্মীৰক পুনৰ ৰক্তাক্ত কৰাৰ চক্ৰ? পুলৱামাত গ্ৰেপ্তাৰ যুৱক

May 3, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d