Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা 

    Sonam Raghuvanshi’s bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন

    Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা

    ছিকিমত কিশোৰ-কিশোৰীৰ স’তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

    Artificial Flood in China:কৃত্ৰিম বানত ডুবিল চীনৰ বাণিজ্যিক চহৰ গুৱাংচি

    উত্তৰপ্ৰদেশত আৰক্ষী ব্যৱস্থা শক্তিশালীকৰণত বৃহৎ পদক্ষেপ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

কাতি বিহুৰ সমান্তৰালভাৱে মাজুলীত আৰম্ভ হ’ল শাৰদীয় উৎসৱৰ

publisher by publisher
October 17, 2020
in Assam, Culture, News
Reading Time: 1 min read
0
কাতি বিহুৰ সমান্তৰালভাৱে মাজুলীত আৰম্ভ হ’ল শাৰদীয় উৎসৱৰ
3
SHARES
25
VIEWS
ShareShareShareShare

বিশ্বত্ৰাস অতিমাৰীৰ সংক্ৰমণৰ বাবে বহাগ বিহুৰ পৰা নিমাওমাও হৈ থকা মাজুলীৰ আকাশ বতাহত কাতি বিহুৰ পৰম্পৰাৰে প্ৰতিধ্বনিত হ’ল খোল,তাল, মৃদংগ,ডবা,শংখ,কাহ,কালি ভেৰুৰ সমলয়ত হৰিনামৰ মূৰ্চনা।মহামাৰীৰ নিৰাময় বিচাৰি তুলসীৰ তলত চাকি বন্তি প্ৰজ্বলন কৰি নেদেখা জনক প্ৰাৰ্থনা কৰিছে ৰাজ্যবাসীয়ে।ইফালে ঐতিহ্য মণ্ডিত আউনীআটী সত্ৰই যাউতি যুগীয়া পৰম্পৰা ৰক্ষা কৰি ২১ জোৰা আকাশ বন্তি প্ৰজ্বলনেৰে মাহজোৰা নামোৎসৱৰ শুভাৰম্ভ কৰে। সমগ্ৰ কাতি মাহটো ৰাতিৰ আকাশত জলি থাকিব একৈশ জোৰা আকাশ বন্তি।

ADVERTISEMENT

আনহাতে আজি সন্ধিয়াৰ পৰা সত্ৰখনত আৰম্ভ হোৱা চাৰি হাটি প্ৰদক্ষিণ কৰি গোৱা নামৰ লগতে সমগ্ৰ কাতি মাহতটো কাহিলী পুৱাতে বৈষ্ণৱসকলে পৰিৱেশন কৰিব জাগৰণৰগীত। ধৰ্মীয় পৰম্পৰা মতে কাতি মাহটো আৰু তুলসী ভগৱানৰ অতি প্ৰিয়। মাজুলীৰ সত্ৰসমূহত কাতি মাহটোত পাঁচবিধ ব্ৰত পালন কৰি অতি সংযম হৈ ভকতি কৰে। তেনে কৰিলে জীৱই পৰিত্ৰাণ লাভ কৰে আৰু তাকে নকৰিলে গাহৰিৰ জনম লাভ কৰে বুলি এক জনবিশ্বাস আছে। একেদৰে আকাশ বন্তি প্ৰজ্বলন কৰিলে ব্ৰহ্মহত্যাৰ দৰে পাপো মোচন হয় বুলি পুৰাণসমূহত উল্লেখ আছে।

RelatedPosts

British Parliament:ব্ৰিটিছ সংসদলৈ আমন্ত্ৰণ মাজুলীৰ আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ডঃ পীতাম্বৰ দেৱগোস্বামীক

Majuli:মাজুলীৰ তিনি বিজেপি নেতাক কাৰাদণ্ড-জৰিমনা আদালতৰ

Majuli:উদ্বোধনৰ ছদিন পাছতে মাজুলীৰ চেলেক-ধূনাগুৰি দলঙৰ গাৰ্ড ৱালত ফাট

আজি মাজুলী সত্ৰসমূহৰ লগতে গ্ৰাম্যাঞ্চলত আকাশ বন্তি প্ৰজ্বলন কৰাৰ লগতে শস্যৰপথাৰত বন্তি প্ৰজ্বলন কৰি তুলসী ভেটিৰ সন্মুখত নামকীৰ্তন কৰা দেখা যায়। আনহাতে বন্তি প্ৰজ্বলন এক কীটনাশক ব্যবস্থা আৰু তুলসীৰ আছে ঔষধি গুণ। আজি পূৱাৰ ভাগত আউনীআটী সত্ৰত পাৰম্পৰিক কাৰ্যসূচিৰ উপৰিও বিহুৰ বাবে বঢ়া প্ৰসংগ, বিশেষ সেৱা পূজা,বৰসবাহ, তুলসী ৰোপন,দীপ উৎৰ্সগা কৰে আৰু গোবিন্দৰ চৰণত অক্ষয় বন্তি প্ৰজ্বলন কৰে। নামঘৰৰ দক্ষিণ দিশত থকা আকাশ বন্তি ক্ষেত্ৰলৈ নিয়াৰ আগতে হিয়ানাম, দিহানাম, গায়ন-বায়ন আৰু ওজা পালি পৰিবেশন কৰে।

সত্ৰৰ বৰদেউৰীয়ে শালগ্ৰাম শিৰত ধাৰণ কৰি মনিকূটৰ পৰা ওলোৱাৰ লগে লগে সত্ৰাধিকাৰ,ডেকা সত্ৰাধিকাৰ,সাতমান ভগীয়া সকলে নিয়মানুযায়ী নামঘৰৰ মূল পথেৰে আকাশ বন্তি ক্ষেত্ৰত প্ৰবেশ কৰে। সমদলৰ লগত সত্ৰৰ বৈষ্ণৱ আৰু নাম লগোৱা, গায়ন-বায়ন,নতুৱা, ওজাপালি, সংকীৰ্তনীয়া,ঢুলীয়া,কালিয়া,ভেৰুৱাৰ সমলয়ত প্ৰতিটো হাটিৰ ভকত বৈষ্ণৱসকলে সংকীৰ্তন পৰিবেশন কৰে। আকাশ বন্তি ক্ষেত্ৰত বৰদেউৰীয়ে শালগ্ৰাম স্থাপন কৰি পূজা আৰম্ভ কৰে আৰু সমদলে চাৰি বাৰ ক্ষেত্ৰ প্ৰদক্ষিণ কৰাৰ অন্তত মান্যানুষাৰে একৈশ জোৰা আকাশ বন্তি আকাশলৈ উত্তোলন কৰে।

পৰিশেষত মনিকূটত সেৱাধৰি বহাৰ সন্মুখত আকাশ বন্তি আৰু তুলসীৰ তলত বন্তি প্ৰজ্বলন কৰাৰ উপৰিও সন্ধিয়া নাম পৰিবেশন কৰি সত্ৰৰ চাৰি হাটি প্ৰদক্ষিণ কৰি দিনটোৰ কাৰ্যসূচীৰ সামৰণি মাৰে৷ একৈশ জোৰা আকাশ বন্তি সমগ্ৰ কাতি মাহত প্ৰজ্বলন কৰি ৰাখে।কাতি মাহৰ ২৫ তাৰিখৰ পৰা২৯ তাৰিখলৈ হোৱা পালনাম মহোৎসৱৰ অন্তত আকাশ বন্তি অৱনমিত কৰা হয়। আজি সত্ৰত এক উৎসৱ মুখৰ পৰিবেশ সৃষ্টি হ’লেও জনসমাগম সেৰেঙা দেখা গৈছিল। তদুপৰি মহামাৰীৰ সংক্ৰমণৰ বাবে পালনাম মহোৎসৱ ভাগি অনুষ্ঠিত কৰাৰ নিশ্চয়তা নোহোৱাত ভকত বৈষ্ণৱসকল আৰু সত্ৰৰ শিষ্য প্ৰশিষ্যৰ মনবোৰ গোমা ৷

সত্ৰাধিকাৰ ড° পীতাম্বৰ গোস্বামীয়ে এই ক্ষেত্ৰত আশাবাদী। অতি সোনকালেই ৰাইজৰ মাজলৈ শুভদিন ঘূৰি আহিব বুলি আশা প্ৰকাশ কৰি অসমৰ ৰাইজলৈ কাতি বিহুৰ শুভেচ্ছা জ্ঞাপন কৰে। আকাশ বন্তি ক্ষেত্ৰখন উদ্যানলৈ পৰিৱৰ্তন কৰাৰ বাবে লোৱা উদ্যোগৰ শেষত এক চমু কাৰ্যসূচিৰে উদ্যানখন উদ্বোধন কৰে অসমৰ এগৰাকী খ্যাতনামা শিল্পী ডা চি এছ শিৱাই ৷ আৰু অনুষ্ঠানটোৰ আঁত ধৰে অধ্যাপক তুলসী ৰাজ খোৱাই।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Durga Puja 2020kati bihuMAJULI
publisher

publisher

Related Posts

উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা 
News

April 28, 2026
Sonam Raghuvanshi’s bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন
News

Sonam Raghuvanshi’s bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন

April 28, 2026
Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা
News

Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা

April 28, 2026
ছিকিমত কিশোৰ-কিশোৰীৰ স’তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে
India

ছিকিমত কিশোৰ-কিশোৰীৰ স’তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

April 28, 2026
Artificial Flood in China:কৃত্ৰিম বানত ডুবিল চীনৰ বাণিজ্যিক চহৰ গুৱাংচি
News

Artificial Flood in China:কৃত্ৰিম বানত ডুবিল চীনৰ বাণিজ্যিক চহৰ গুৱাংচি

April 28, 2026
উত্তৰপ্ৰদেশত আৰক্ষী ব্যৱস্থা শক্তিশালীকৰণত বৃহৎ পদক্ষেপ
India

উত্তৰপ্ৰদেশত আৰক্ষী ব্যৱস্থা শক্তিশালীকৰণত বৃহৎ পদক্ষেপ

April 28, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d