- লাডাখত ভাৰত চীন উত্তেজনাৰ মাজতে সীমান্তত ভাৰতীয় সেনাই বন্দী কৰে এজন চীনা সেনাক ৷
- এই তথ্য সদৰী কৰিছে ANIয়ে ৷
- ANI ৰ দিয়া তথ্য অনুসৰি চীনা সেনাজন ভূলঃবশত ভাৰত সীমান্তত প্ৰবেশ কৰিছিল।
- এক বিশেষ সূত্ৰৰ মতে সকলো জৰুৰীকালীন বৈঠক কৰাৰ পাছতহে চীনা সেনাজনক পুনৰ ঘুৰাই পঠোৱা হ’ব ।
- লগতে চীনৰ সেনা জনৰ লগত দেশখনৰ পীপুল্স লিবাৰেশ্যন আৰ্মীৰ বহু নথি উদ্ধাৰ কৰা হৈছে।
লাডাখত ভাৰতীয় সেনাৰ হাতত বন্দী চীনৰ সেনা
-
By publisher

- Categories: India, News
- Tags: Chinese soldier in LadakhIndia China standoffLadakhPLA Soldier
Related Content
Delhi Airport:দিল্লী বিমানবন্দৰত দুই শতাধিক যাত্ৰী থকা ছুইছ বিমানত অগ্নিকাণ্ড
By
publisher
April 26, 2026
Guwahati Press Club:গুৱাহাটী প্ৰেছ ক্লাৱৰ উদ্যোগত পাঞ্জা চেম্পিয়নশ্বিপ ২০২৬'ৰ সফল সমাপ্তি
By
publisher
April 26, 2026
Uttar Pradesh Firing incident:উত্তৰ প্ৰদেশৰ বুলণ্ডশ্বহৰ খুৰজা নগৰৰ এটা জীমত গুলীচালনাৰ ঘটনা
By
publisher
April 26, 2026
Attack on US President Donald Trump:মাৰ্কিন ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পলৈ গুলীচালনা
By
publisher
April 26, 2026