Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা 

    Sonam Raghuvanshi’s bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন

    Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা

    ছিকিমত কিশোৰ-কিশোৰীৰ স’তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

    Artificial Flood in China:কৃত্ৰিম বানত ডুবিল চীনৰ বাণিজ্যিক চহৰ গুৱাংচি

    উত্তৰপ্ৰদেশত আৰক্ষী ব্যৱস্থা শক্তিশালীকৰণত বৃহৎ পদক্ষেপ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

চিৰাঙত বন বিভাগৰ অভিযানত চাৰিখনকৈ চোৰাং কাঠ আৰু শিল-বালি কঢ়িওৱা গাড়ী জব্দ

publisher by publisher
October 27, 2020
in Assam, News
Reading Time: 1 min read
0
চিৰাঙত বন বিভাগৰ অভিযানত চাৰিখনকৈ চোৰাং কাঠ আৰু শিল-বালি কঢ়িওৱা গাড়ী জব্দ
3
SHARES
28
VIEWS
ShareShareShareShare

চিৰাঙত বন বিভাগৰ অভিযানত সোমবাৰে নিশা লক্ষাধিক টকা মূল্যৰ চোৰাং কাঠসহ এখন নম্বৰহীন ট্ৰেক্টৰ জিলাখনৰ ছিদলী থানাৰ অন্তৰ্গত বামুন গাঁওৰ পৰা জব্দ কৰাৰ লগতে বাসুগাঁওৰ পৰা লক্ষাধিক টকাৰ চোৰাং কাঠৰ স’তে এএচ২৬বি_১৯০৩ নম্বৰৰ বলেৰ’ পিকআপ গাড়ী জব্দ কৰিবলৈ সক্ষম হয় ।

ADVERTISEMENT

ইয়াৰ উপৰিও একে নিশাই অবৈধ ভাৱে শিল বালি কঢ়িওৱা দুখনকৈ ডাম্পাৰ গাড়ী জব্দ কৰে বন বিভাগে । এএচ২৬চি__৮০৮১ আৰু এএচ২৬চি__৮০৮২ নম্বৰৰ দুয়োখন ডাম্পাৰে অতিৰিক্ত বোজা কঢ়িওৱাৰ লগতে মঙ্গলবাৰৰ চালান লৈ নিশা ১২ বজাত বাসুগাঁওৰ তিৰিমাৰীৰ চম্পা নদীৰ পৰা শিল বালি লৈ ৩১ নং চি ৰাষ্ট্ৰীয় ঘাই পথেৰে বকোলৈ গৈ থকা অৱস্থাতে চিৰাং বন বিভাগে জব্দ কৰে ।

RelatedPosts

H.S Final Exami Result 2026:ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ ফলাফল

Drugs Seized in Chirang:চিৰাঙত নিষিদ্ধ ড্ৰাগছ সহ এজনক আটক

Earthquake in Assam:পুৱাই ৰাজ্যত ভূমিকম্পৰ জোকাৰণি

উল্লেখ্য যে একেখন চালানেৰে কে’বাবাৰো শিল বালি কঢ়িয়াই বন বিভাগৰ চকুত ধূলি দি ব্যৱসায় চলাই আছিল এই সমূহ ডাম্পাৰ মালিকে। সোমবাৰে নিশা বন বিভাগৰ অভিযানত পোহৰলৈ আহে বিতং তথ্য । এই সন্দৰ্ভত পূজাৰ দশমীৰ সুযোগ গ্ৰহণ কৰি চোৰাং কাঠৰ ব্যৱসায় বৃদ্ধি পোৱাৰ তথ্য লাভ কৰি বন বিভাগে অভিযান চলাইছিল বুলি জনায় চিৰাং সংমণ্ডল বন বিষয়া ব্ৰহ্মানন্দ পাতিৰীয়ে । লগতে জনায় যে, জিলাখনৰ বাসুগাঁও আৰু সুন্দৰীত অবৈধ ভাৱে হাবিত মজুত ৰখা বুজন পৰিমাণৰ চোৰাং কাঠ জব্দ কৰি চিৰাং সংমণ্ডল বন বিভাগৰ কাৰ্যালয়তে ৰখা হৈছে ।

উল্লেখ্য যে, চিৰাং জিলাৰ বিভিন্ন প্ৰান্তত এই দৰেই বন বিভাগৰ চকুত ধুলি দি চোৰাং কাঠ আৰু শিল বালিৰ ৰমৰমীয়া ব‍্যৱসায় অব্যাহত আছে । বন বিভাগৰ অভিযানত প্ৰায়েই ধৰে যদিও পিছমুহূৰ্ততে জৰিমনা আদায়েৰে বাহন সমূহ এৰি দিয়ে ।

  1. IMG 20201027 WA0006 IMG 20201027 WA0003

আনহাতে কে’বাজনো ৰাজনৈতিক শীৰ্ষ নেতাৰ বাহন এই ধৰণৰ ব‍্যৱসায়ত জড়িত বুলিও জানিব পৰা গৈছে। যাৰ ফলত বিভাগীয় ভাৱে বিহিত ব‍্যৱস্থা গ্ৰহণ কৰিবলৈ গৈয়ো থমকি ৰ’ব লগা হয় বন বিভাগ ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: AssamCHIRANG
publisher

publisher

Related Posts

উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা 
News

April 28, 2026
Sonam Raghuvanshi’s bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন
News

Sonam Raghuvanshi’s bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন

April 28, 2026
Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা
News

Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা

April 28, 2026
ছিকিমত কিশোৰ-কিশোৰীৰ স’তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে
India

ছিকিমত কিশোৰ-কিশোৰীৰ স’তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

April 28, 2026
Artificial Flood in China:কৃত্ৰিম বানত ডুবিল চীনৰ বাণিজ্যিক চহৰ গুৱাংচি
News

Artificial Flood in China:কৃত্ৰিম বানত ডুবিল চীনৰ বাণিজ্যিক চহৰ গুৱাংচি

April 28, 2026
উত্তৰপ্ৰদেশত আৰক্ষী ব্যৱস্থা শক্তিশালীকৰণত বৃহৎ পদক্ষেপ
India

উত্তৰপ্ৰদেশত আৰক্ষী ব্যৱস্থা শক্তিশালীকৰণত বৃহৎ পদক্ষেপ

April 28, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d